• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচাকৈয়ে অধঃপতনে গৈছে নেকি অসমীয়া জাতিটো? জাতিটোৰ মৰমৰ, জনপ্ৰিয়, আগশাৰীৰ মানুহবোৰক দায়ী কৰিছে কোনে?

সঁচাকৈয়ে অধঃপতনে গৈছে নেকি অসমীয়া জাতিটো? জাতিটোৰ মৰমৰ, জনপ্ৰিয়, আগশাৰীৰ মানুহবোৰক দায়ী কৰিছে কোনে?

4 years ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

5 minutes ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

25 minutes ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

1 hour ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

2 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

3 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

3 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

4 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

4 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

6 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

7 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সঁচাকৈয়ে অধঃপতনে গৈছে নেকি অসমীয়া জাতিটো? জাতিটোৰ মৰমৰ, জনপ্ৰিয়, আগশাৰীৰ মানুহবোৰক দায়ী কৰিছে কোনে?

editor by editor
October 12, 2022
in অসম, বিনোদন
0
সঁচাকৈয়ে অধঃপতনে গৈছে নেকি অসমীয়া জাতিটো? জাতিটোৰ মৰমৰ, জনপ্ৰিয়, আগশাৰীৰ মানুহবোৰক দায়ী কৰিছে কোনে?
0
SHARES
225
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত নাটক ‘লভিতা’ক সঁচাকৈয়ে ভুলকৈ উপস্থাপন কৰিছে নেকি আৱাহন থিয়েটাৰে? ৰাজ্যজুৰি সচেতন মহল, তথা একাংশ শিল্পীয়েও নাটকখন বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰিছে। অভিজিৎ ভট্টাচাৰ্য আৰু প্ৰস্তুতি পৰাশৰে জ্যোতিপ্ৰসাদৰ সৃষ্টিকেই বিকৃত কৰি পেলালে বুলি সামাজিক মাধ্যমত একাংশ সচেতন মহলে আক্ষেপ প্ৰকাশ কৰিছে। অভিজিৎ ভট্টাচাৰ্য আৰু প্ৰস্তুতি পৰাশৰৰ এই কাৰুকাৰ্যক লৈ শেহতীয়াভাৱে সৰৱ হৈ উঠিছে জনপ্ৰিয় গায়ক মানস ৰবীনো।

মানস ৰবীনে সামাজিক মাধ্যমত জাতিটো অধপতনে যোৱা বুলি উল্লেখ কৰি আক্ষেপেৰে লিখিছে,’ জাতিটোৰ অধঃপতন যাত্ৰাটো প্ৰত্যক্ষ কৰি আছো। য’ত মুখ্য কাণ্ডাৰীৰ ভুমিকাত আছে জাতিটোৰ মৰমৰ, জনপ্ৰিয়, আগশাৰীৰ মানুহবোৰ। দুৰ্ভাগ্যজনক, বিষয়-লভিতা।’

উল্লেখ্য যে অভিজিৎ ভট্টাচাৰ্য আৰু প্ৰস্তুতি পৰাশৰে যদিও মন্তব্যত লভিতাৰ বিকৃতকৰণৰ কথাটো বৰ্তমানো স্বীকাৰ কৰা নাই। অভিজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধে পূৰ্বতেও নাটক চুৰিৰ অভিযোগ উত্থাপিত হৈছিল। প্ৰিয়ংকা চোপ্ৰা অভিনীত ‘মেৰিকম’ চিনেমাখনকে আকৌ নাটকৰূপে মঞ্চত উপস্থাপন কৰোতেও একেই বিতৰ্কই খেদিছিল অভিজিৎ ভট্টাচাৰ্যক। এইবাৰ ভট্টাচাৰ্যই ৰূপকোঁৱৰৰ নাটককেই মঞ্চত বিকৃত কৰি তুলি আনিলে বুলি বহুতেই আক্ষেপ কৰি থকাৰ সময়তে একাংশ ছচিয়েল মিডিয়া ইউজাৰে অভিজিৎ ভট্টাচাৰ্যক ইতিকিং কৰি লিখিছে,’টেঙৰ মানুহ, জানেই ৰূপকোঁৱৰৰ নাটকত কপিৰাইট লগোৱাৰ চিষ্টেমটো নাই।’

জ্যোতি-বিষ্ণু-ভূপেন হাজৰিকাৰ দৰে কাণ্ডাৰীক কৰা এনে অসন্মানে অসমৰ সাংস্কৃতিক জগতকেই কলুষিত কৰিছে বুলি সচেতন মহলে সামাজিক মাধ্যমত আক্ষেপ প্ৰকাশ কৰিছে। ইপিনে জনতাৰ প্ৰতিবাদ, সামাজিক মাধ্যমত জনোৱা আহ্বানক সঁহাৰি দিবনে প্ৰস্তুতি-অভিজিতে? ক্ষমা খুজিবনে ৰূপকোঁৱৰগৰাকীৰ নাটক বিকৃত কৰাৰ বাবে? সচেতন মহলৰ আশা অন্ততঃ শিল্পীয়ে শিল্পীক বুজিব, এই অসন্মানৰ বাবে প্ৰস্তুতি-অভিজিতে ক্ষমা খুজিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী
অসম

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

July 11, 2026
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?
বিনোদন

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

July 11, 2026
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
Next Post
পিএনবি কেলেংকাৰীৰ মুখ্য অভিযুক্ত নীৰৱ মোদীক দেশলৈ ওভতাই আনিব চৰকাৰে, কোন কাৰাগাৰ নীৰৱ মোদীৰ নতুন ঠিকনা?

পিএনবি কেলেংকাৰীৰ মুখ্য অভিযুক্ত নীৰৱ মোদীক দেশলৈ ওভতাই আনিব চৰকাৰে, কোন কাৰাগাৰ নীৰৱ মোদীৰ নতুন ঠিকনা?

বলীউড নায়িকাৰ চকুত চকু থৈ এয়া কি কৰিছে ক্ৰিকেটাৰ শিখৰে? সবিশেষ জানিবলৈ ক্লিক কৰক…

বলীউড নায়িকাৰ চকুত চকু থৈ এয়া কি কৰিছে ক্ৰিকেটাৰ শিখৰে? সবিশেষ জানিবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.