• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ

ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ

4 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

25 minutes ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

50 minutes ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

1 hour ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

2 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

3 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

3 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

3 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

3 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

4 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

4 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

4 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ

editor by editor
April 11, 2022
in ভাৰত
0
ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰ’পৱেত সংঘটিত এক দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে কে’বাগৰাকীও লোক আহত হৈছে৷ ইয়াৰ বিপৰীতে ১২ কেবিনত যোৱা ২৪ ঘণ্টা ধৰি ৪৮ গৰাকী লোক আৱদ্ধ হৈ আছে৷

দেওবাৰে ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ ত্ৰিকূট পাহাৰৰ পৰা বাবা বৈদ্যনাথ মন্দিৰৰ সংযোগী ৰ’পৱেত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে৷

ঝাৰখণ্ডৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ নেতৃত্বত সেনা বাহিনীৰ দুখন হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে৷

লগতে পঢ়ক ঠিকেই- “ৰজা ডাঙৰ, নে পায়খানা ডাঙৰ”

ঝাৰখণ্ডৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ফলত ৰ’পৱেটোৰ ১২টা কেবিনত অতি ক’মেও ৪৮ লোক এতিয়াও আৱদ্ধ হৈ আছে৷ ইফালে সেনা বাহিনীয়ে ২ দুখন হেলিকপ্টাৰেৰে মাত্ৰ ১২ গৰাকী লোককহে এই পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

৪৮ গৰাকী লোক অচল ৰ’পৱেত আৱদ্ধ হৈ থাকিলেও জিলা প্ৰশাসন পৰিস্থিতি তেওঁলোকৰ নিয়ন্ত্ৰণ থকা বুলি দাবী কৰিছে৷

‘‘পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে৷ কিছু লোক এতিয়াও ৰ’পৱেৰ কেবল কাৰত আৱদ্ধ হৈ আছে৷ তেওঁলোকক আমি উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছো৷ সকলো পৰ্যটককে আমি সুৰক্ষিতভাৱে উদ্ধাৰ কৰিম৷’’ জিলাখনৰ উপায়ুক্ত মঞ্জুনাথ ভাজন্ত্ৰীয়ে সাধাৰণ জনতাক শংকিত নহ’বলৈ আহ্বান জনাই এইদৰে কয়৷

লগতে পঢ়ক কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা…পুষ্পাৰাজ…আপোন কভী লিখেগা নহী ছল্লা!

জিলা উপায়ুক্তগৰাকীৰ লগতে আৰক্ষী অধীক্ষক সুভাষ চন্দ্ৰ জাটে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ উদ্ধাৰ অভিযান তদাৰক কৰি আছে৷ তেওঁলোকে প্ৰকাশ কৰিছে যে স্থানীয় গঞাইও উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছে৷

বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে কাৰিকৰী বিজুতিৰ বাবেই ৰ’পৱেৰ দুৰ্ঘটনাটো সংঘটিত হয়৷ উল্লেখ্য যে ৩৯২ মিটাৰ উচ্চতাত থকা ৭৬৬ মিটাৰ দৈৰ্ঘ্যৰ ঝাৰখণ্ডৰ এই ৰ’পৱেটো হৈছে দেশৰ ভিতৰতে উচ্চতম ৰ’পৱে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRopewayropeway accidentropeway accident in Jharkhanad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
Next Post
বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!

বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!

ৰাণু মণ্ডলক বিয়া কৰাই বিপদত এক যুৱক! কিয় বিপদত পৰিছে যুৱকজন?

ৰাণু মণ্ডলক বিয়া কৰাই বিপদত এক যুৱক! কিয় বিপদত পৰিছে যুৱকজন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.