• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

6 years ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

25 minutes ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

2 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

3 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

4 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

4 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

5 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

6 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

7 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

7 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

8 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

editor by editor
September 12, 2020
in অপৰাধ
0
0
SHARES
352
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ অন্যতম অভিযুক্ত ৰিয়া চক্ৰৱর্তীৰ জামিনৰ আবেদন শুকুৰবাৰে খাৰিজ কৰে মুম্বাইৰ বিশেষ আদালতে। ৰিয়াৰ লগতে খাৰিজ হ’ল ভাতৃ সৌভিকসহ আন ৫ জনৰ জামিন আবেদন। ৰিয়া চক্ৰৱর্তীক মঙলবাৰে গ্ৰেপ্তাৰ কৰে নার্কোটিকছ কণ্ট্ৰ’ল ব্যুৰ’ই। ইয়াৰ পাছতে বুধবাৰে আদালতৰ নির্দেশ অনুসৰি ভাইখোলা জেললৈ পঠোৱা হয় ৰিয়াক। ভাইখোলা জেলৰ এটি বিশেষ কোঠাত ৰখা হৈছে ৰিয়া চক্ৰৱর্তীক। জনা গৈছে সেই বিশেষ কোঠাটোত কোনো ফেন বা বিছনা নাই। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰিয়াক সেই বিশেষ কোঠাটোত ৰখা হৈছে। কোঠাটোৰ সন্মুখত দুগৰাকী কনিষ্টবলে অবিৰত পহৰা দি আছে। ৰিয়াক শুবৰ বাবে বিছনাৰ পৰিৱর্তে এখন পাটী দিয়া হৈছে। শুবলৈ গাৰুও দিয়া নাই ৰিয়াক। টেবুল ফেন বা চিলিং ফেনৰ কোনো ব্যৱস্থা নাই কোঠাটোত। এযোৰ কাপোৰ, টুথ ব্ৰাছ-পেষ্টৰ বাদে ৰিয়াৰ লগত একো সামগ্ৰী ৰাখিব দিয়া নাই। ক’ৰোনা ভাইৰাছৰ বাবে জেলত প্ৰত্যেকগৰাকী কাৰাবন্দীকে হালধি দিয়া গাখীৰ দিয়া হয় শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে। মুম্বাইৰ এই মহিলা জেলখনত কিছুমাহ পূর্বে বহু কয়েদী ক’ৰোনাত আক্ৰান্ত হৈছে। মুম্বাইৰ ভাইখোলা জেল একমাত্ৰা মহিলা অপৰাধীৰ বাবে। বর্তমান বহুকেইগৰাকী হাইপ্ৰ’ফাইল অপৰাধী কাৰাবন্দী হৈ আছে জেলখনত। তাৰ ভিতৰত উল্লেখযোগ্য হ’ল ছিনা বৰা হত্যাত জড়িত ইন্দ্ৰাণী মুখার্জী আৰু কুৰেগাঁও ভীমা ঘটনা সন্দর্ভত জড়িত অপৰাধী সুধা ভৰদ্বাজ। ৰিয়া চক্ৰৱর্তীৰ বিৰুদ্ধে যি অভিযোগ আছে সেই অভিযোগত ৰিয়াৰ ১০ বছৰ পর্যন্ত জেল হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24riya chakravarthi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন
ভাৰত

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

September 1, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
Next Post
‘টাইগাৰ-৩’ বলীউডৰ সর্বকালৰ বিগ বাজেট

‘টাইগাৰ-৩’ বলীউডৰ সর্বকালৰ বিগ বাজেট

ফাদিল হ’ল গোপন তথ্যঃ ৰিয়াৰ জবানবন্দীত পোহৰলৈ আহিল আৰু এক অভিনেত্ৰীৰ নাম

ফাদিল হ’ল গোপন তথ্যঃ ৰিয়াৰ জবানবন্দীত পোহৰলৈ আহিল আৰু এক অভিনেত্ৰীৰ নাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.