• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

11 months ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

10 minutes ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

1 hour ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

2 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

3 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

3 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

5 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

5 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

6 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

6 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

7 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

editor by editor
November 8, 2025
in জীৱনশৈলী
0
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?
0
SHARES
754
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰম্ভ হ’ব নতুন বছৰ ২০২৬৷ জ্যোতিষশাস্ত্ৰ অনুসৰি ২০২৬ চন গ্ৰহৰ গোচৰৰ দিশৰ পৰা খুবেই তাৎপৰ্যপূৰ্ণ হ’ব৷ একাধিক গ্ৰহই গোচৰ কৰিব৷ ইয়াৰ মাজত দুই গ্ৰহ শনি আৰু শুক্ৰৰ অৱস্থান গুৰুত্বপূৰ্ণ৷ ২০২৬ চনৰ আৰম্ভণিতে শনি আৰু শুক্ৰৰ সংযোগ ঘটিব৷ এই দুই গ্ৰহ পৰস্পৰৰ বন্ধু৷ এই যোগৰ ফলত লাকী হ’ব ৪ ৰাশিৰ জাতক জাতিকা৷ সৌভাগ্যৰ অধিকাৰী হব কোন কোন? অপ্ৰত্যাশিত আৰ্থিক লাভ আৰু অগ্ৰগতিৰ সুযোগ কাৰ কাৰ?

বৃষ ৰাশি

২০২৬ চনত শনি আৰু শুক্ৰৰ যোগ খুবেই অনুকূল হ’ব৷ আয় বাঢ়িব৷ লাভৰ যোগ৷ আপোনাৰ আয় উল্লেখযোগ্যভাৱে বৃদ্ধি পাব৷ এই সময়ত আয়ৰ নতুন উৎস মুকলি হব৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা৷ এই সময়ত আপুনি বিনিয়োগৰ পৰা লাভ দেখিব৷ যিসকলে চাকৰি কৰে তেওঁলোকৰ পদোন্নতি সম্ভৱ৷ দৰমহা বৃদ্ধিৰ সম্ভাৱনা৷ শত্ৰু আৰু প্ৰতিপক্ষৰ বিৰুদ্ধে বিজয়ী হব৷ এই গ্ৰহসমূহৰ যোগত বস্তুগত সুখ বাঢ়িব৷ নতুন ঘৰ বা বাহন ক্ৰয়ৰ সপোন পূৰণ হব পাৰে৷ সমাজত সন্মান বাঢ়িব৷

কৰ্কট ৰাশি

শনি আৰু শুক্ৰৰ বিৰল যোগ মিথুন ৰাশিৰ বাবে খুবেই শুভ হব ২০২৬ চন৷ এই যোগ আপোনাৰ ৰাশিৰ ভাগ্যৰ ঘৰত ঘটিব৷ ফলত ভাগ্যৰ সংগ পাব৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত পদোন্নতি৷ ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা৷ ২০২৬ চনত শনি আৰু শুক্ৰৰ সংযোগত আপোনাৰ সকলো বাধা দূৰ হব৷ সাফল্য আহিব৷ এই সময়ত পৰিয়ালত শান্তি আৰু সুখ থাকিব৷ ভ্ৰমণলৈ যাব পাৰে৷

মিথুন ৰাশি

শুক্ৰ আৰু শনিৰ যোগ এই ৰাশিৰ জাকত জাতিকাৰ বাবে ইতিবাচক হব৷ এই সময়ত আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব৷ আপোনাৰ ভাল সময় আহিব৷ পৰিয়ালত সুখ থাকিব৷ ভ্ৰমণত লাভ হব৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকিব৷ সুসংবাদ পাব পাৰে৷

মীন ৰাশি

এই ৰাশিৰ বাবে শনি আৰু শুক্ৰৰ যোগ খুবেই ইতিবাচক হব৷ এই যোগত আপোনাৰ সন্মান বাঢ়িব৷ বাঢ়িব ব্যৱসায়৷ চাকৰিত নতুন সুযোগ তৈয়াৰ হব৷ বিবাহিত জীৱনত ভালপোৱা আৰু সুখ থাকিব৷ অবিবাহিতসকলৰ বিবাহৰ যোগ তৈয়াৰ হৈছে৷ এই সময়ত দীৰ্ঘ পৰিকল্পনাসমূহ সফল হব৷ নতুন চাকৰিৰ সন্ধান পাব৷ ৰৈ থকা কাম শেষ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?
জীৱনশৈলী

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

September 21, 2026
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ
জীৱনশৈলী

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

September 21, 2026
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!
জীৱনশৈলী

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

September 21, 2026
Next Post
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.