• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ আৰু ৫ পতীয়া বেল পাত লাভ কৰিলে সৌভাগ্যশালী হয়; কিন্তু কেনেকৈ হ’ব সৌভাগ্যশালী?

৪ আৰু ৫ পতীয়া বেল পাত লাভ কৰিলে সৌভাগ্যশালী হয়; কিন্তু কেনেকৈ হ’ব সৌভাগ্যশালী?

5 years ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

51 minutes ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

1 hour ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

2 hours ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

2 hours ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

6 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

8 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

9 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

9 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

9 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

10 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

17 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪ আৰু ৫ পতীয়া বেল পাত লাভ কৰিলে সৌভাগ্যশালী হয়; কিন্তু কেনেকৈ হ’ব সৌভাগ্যশালী?

editor by editor
March 1, 2022
in জীৱনশৈলী, বিবিধ
0
৪ আৰু ৫ পতীয়া বেল পাত লাভ কৰিলে সৌভাগ্যশালী হয়; কিন্তু কেনেকৈ হ’ব সৌভাগ্যশালী?
2
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মীয় পূজা পাৰ্ৱণত বেল পাতক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়৷ বিশেষকৈ হিন্দু ধৰ্মীয় অন্যতম ভগৱানৰূপে বন্দিত শিৱৰ পূজা অচৰ্নাত বেল পাতৰ মহত্তপূৰ্ণ ভূমিকা আছে৷

ভাৰতত অতি পৱিত্ৰৰূপে চিহ্ণিত বেল গছৰ বৈজ্ঞানিক মান হৈছে এগ্লে মাৰ্মেল’জ৷ এই উদ্ভিদ বিশ্বৰ বিভিন্ন প্ৰান্ততে পোৱা যায়৷ পৱিত্ৰ আৰু ধৰ্মীয় পূজা পাৰ্ৱণত বিশেষকৈ শিৱৰ পূজাত ব্যৱহাৰ হোৱাৰ বাবে ভাৰতৰ প্ৰায়বোৰ মন্দিৰতে বেল গছ ৰোপণ কৰা হয়৷

 

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ : আকৌ ‘ন যযৌ ন তস্থৌ’ অৱস্থা ভাৰতৰ!

 

বেল পাতৰ সুফলঃ

এই বেল গছৰ পাত মানুহৰ স্বাস্থ্যৰ বাবেও অতি উপাদেয়৷ অৰ্থাৎ ইয়াৰ ঔষধী গুণ আছে৷ বেল পাতত কেলছিয়াম, আইৰণ, টেনিন, মেগনেছিয়াম আৰু পটেছিয়াম আদি ৰাসায়নিক পদাৰ্থ থাকে৷ এই পাত দৃষ্টিশক্তি হেৰুওৱা, বদহজম, পেটৰ অসুখ, ষ্ট্ৰোক আদিৰ বাবেও সুফলদায়ক৷

 

বেল গছ আৰু পাতৰ গুৰুত্বঃ  

বেল গছৰ চাৰিওফালে সাপ নাহে। যদি বেল গছ বাসস্থানৰ উত্তৰ-পশ্চিমত থাকে, তেন্তে ই গৌৰৱ বৃদ্ধি কৰে৷ বাসস্থানৰ মাজত থাকিলে জীৱনত মাধুৰ্যতা থাকে আৰু যদি ই উত্তৰ-দক্ষিণত থাকে তেন্তে সুখ আৰু শান্তি বৃদ্ধি হয়।

বেল গছৰ বায়ুমণ্ডলৰ সকলো প্ৰদূষণ শোষণ কৰাৰো ক্ষমতা আছে। ই বায়ুমণ্ডলক বিশুদ্ধ কৰে৷

 

লগতে পঢ়ক যুদ্ধপিপাসু ৰাছিয়াক শিক্ষা ইউক্ৰেইনৰ : ৪.৫ হাজাৰ ৰুছ সৈন্যক হত্যা, শতাধিক টেংক ধ্বংস

 

ধৰ্মীয় বিশ্বাসঃ

জন বিশ্বাসৰ আছে যে বেল গছ কাটি গোটেই বংশ ধ্বংস হয় আৰু এই গছ গছ ৰোপণ কৰিলে বংশ বৃদ্ধি হয়। ৰাতিপুৱা আৰু সন্ধিয়া বেল গছ প্ৰত্যক্ষ কৰিলে পাপ মোচন হয় বুলিও কোৱা হয়। জীৱনত মাত্ৰ এবাৰ ভুলবশতঃ  শিৱ লিংগত বেল পাত আগবঢ়ালেও সকলো পাপ খণ্ডন হয় বুলি কোৱা হয়৷

আনহাতে, ৪, ৫, ৬ বা ৭ পাতযুক্ত বেল পাত পালে তেওঁক ভাগ্যৱান বুলি ধৰা হয়৷ ইয়াৰ মাজত চাৰি বা পাঁচ পাতযুক্ত বেল পাত লাভ কৰিলে অধিক সৌভাগ্যশালী বুলি বিশ্বাস কৰা হয়৷  এই পাত শিৱৰ চৰণত আগবঢ়ালে অধিক সুফল পোৱা যায় বুলি বিশ্বাস কৰা হয়৷

 

লগতে পঢ়ক Mahashivratri 2022 : কোন কোন ৰাশিৰ লোকৰ শিৰত ভগৱান শিৱৰ কৃপাদৃষ্টি থাকিব?

 

৪ আৰু ৫ পাতযুক্ত বেল পাতৰ গুৰুত্বঃ

৪ আৰু ৫ পাতযুক্ত বেল পাত লাভ কৰাতো অতি সৌভাগ্যশালী বুলি কোৱা হয়৷ ইয়াৰপৰা সুফল লাভ কৰিবলৈ তলত উল্লেখ কৰাৰ দৰে বেলপাতবোৰ ব্যৱহাৰ কৰিব লাগিব৷  সাধাৰণতে এই ৪ বা ৫ পাতযুক্ত বেলপাতক দুই ধৰণে ব্যৱহাৰ কৰা হয়৷

৪ বা ৫ পাতযুক্ত পাতত ৰক্ত চন্দন থাকে৷ যদি ৰক্ত চন্দন নাথাকে তেতিয়া নিজেই ৰক্ত চন্দন সানি ল’ব লাগে৷ ইয়াৰ পিছতে প্ৰতিটো পাতত ঔমঃ নমঃ শিৱায়ঃ উচ্চাৰণ কৰি লিখিব লাগে৷ ইয়াৰ পিছতে এই বেল পাত শিৱ লিংগত পৱিত্ৰতাৰে অৰ্পণ কৰিব লাগে৷ এইদৰে শিৱলিংগত অৰ্পণ কৰি আৰাধ্য ভগৱনাৰ পৰা বিচৰা সকলোবোৰ উচ্চাৰণ কৰি বিচাৰিব লাগে৷ এইদৰে বিচাৰিলে বিচৰা সকলোবোৰ লাভ কৰিব পাৰি৷

দ্বিতীয়তে, শিৱলিংগৰ পৰা বেলপাতবোৰ লৈ আহি ঘৰতে এটা ফ্ৰেমত বন্ধোৱাই ঘৰতে থোৱা দেখা যায়৷ এইটো কৰিব নালাগে৷ শিৱলিংগত অৰ্পণ কৰা বেলপাত ঘৰলৈ আনিব নালাগে৷ এই পাত লাভ কৰাৰ পিছতে প্ৰতিটো পাততে ঔমঃ নমঃ শিৱায়ঃ অংকিত কৰিব৷ ইয়াৰ পিছতে কোনো মন্দিৰ, দেৱালয় আদিত থকা শিৱক স্পৰ্শ কৰাই ঘৰলৈ আনি ফ্ৰেমত আৱদ্ধ কৰিব লাগে৷

এইদৰে ৪ আৰু ৫ পাতযুক্ত বেলপাত ব্যৱহাৰ কৰিলে সৌভাগ্যশালী হয় বুলি হিন্দু ধৰ্মীয় দৰ্শনত বিশ্বাস আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aegle marmelosasom live 24assam live 24axom live 24axom live 24 digitalBel PatraBilva PatraBilva Patra Tree SignificanceBilwa LeafhinduHindu PujasHindu Pujas and RitualsLord Shiv
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া
ভাৰত

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

October 28, 2026
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা
বিশ্ব

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

October 28, 2026
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী
ভাৰত

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

October 28, 2026
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?
অসম

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

October 28, 2026
Next Post
পুটিনৰ নিৰ্দেশ অমান্য কৰি যুদ্ধক্ষেত্ৰ ত্যাগ কৰা ৰাছিয়ান সেনালৈ যৌন সংগমৰ সুযোগ!

পুটিনৰ নিৰ্দেশ অমান্য কৰি যুদ্ধক্ষেত্ৰ ত্যাগ কৰা ৰাছিয়ান সেনালৈ যৌন সংগমৰ সুযোগ!

‘Z’ৰ পিছত ‘V’ : ৰুছ বাহিনীৰ এই চিহ্নবোৰে ক্ৰমশঃ বৃদ্ধি কৰিছে ৰহস্য! আচলতে এয়া কি?

‘Z’ৰ পিছত ‘V’ : ৰুছ বাহিনীৰ এই চিহ্নবোৰে ক্ৰমশঃ বৃদ্ধি কৰিছে ৰহস্য! আচলতে এয়া কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.