• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল গুৱাহাটী তথা ৰাজ্য, প্ৰাবল্য ৫.১

মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল গুৱাহাটী তথা ৰাজ্য, প্ৰাবল্য ৫.১

2 years ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

32 minutes ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

55 minutes ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

2 hours ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

2 hours ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

3 hours ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

3 hours ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

7 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

9 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

10 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

10 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

11 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল গুৱাহাটী তথা ৰাজ্য, প্ৰাবল্য ৫.১

editor by editor
February 27, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল গুৱাহাটী তথা ৰাজ্য, প্ৰাবল্য ৫.১
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজনিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল গুৱাহাটী তথা ৰাজ্য, প্ৰাবল্য ৫.১

পুনৰ ৰাজ্যত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। ৫.১ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল সমগ্ৰ ৰাজ্য।

পুৱতি নিশা ২বাজি ২৫মিনিট ৪০ ছেকেণ্ডত অনুভূত হয় এই ভূমিকম্প।  ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও জিলা।

শদিয়াৰ পৰা ধুবুৰীলৈকে কঁপাই গ’ল ভয়ংকৰ ভূমিকম্পই। সমতলৰ পৰা ১৬ কিলোমিটাৰ গভীৰতা আছিল ইয়াৰ উৎপত্তি কেন্দ্ৰ।

ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। বিশেষকৈ প্ৰভাৱিত হয় মৰিগাঁৱৰ কাষৰীয়া জিলা , নগাঁও কামৰূপ মহানগৰ তথা গুৱাহাটী ।

ইপিনে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়ো কঁপাই যায় এই প্ৰচণ্ড ভূমিকম্পটোৱে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ,ভূটান,চীনতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

দীঘলীয়া আছিল এই ভূমিকম্প, প্ৰায় ১মিনিট সময় অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।

নিশা শুই থকা অৱস্থাত অহা এই ভূমিকম্পটোৱে  শোৱাপাটী এৰি ৰাস্তালৈ ওলাই আহিবলৈ বাধ্য কৰায় ৰাইজক । ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে আতংকিত জনতা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Earthquake Assamguwahatimorigaon
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?
অসম

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

October 28, 2026
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?
অসম

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

October 28, 2026
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ
অপৰাধ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

October 28, 2026
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?
অসম

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

October 28, 2026
Next Post
উত্তৰ-পূৱত কিয় সঘনাই আহে ভূমিকম্প ?

উত্তৰ-পূৱত কিয় সঘনাই আহে ভূমিকম্প ?

ভয়ংকৰ সামৰিক বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৪৯ লৈ বৃদ্ধি, চাওঁক শিহৰণকাৰী ভিডিঅ’

ভয়ংকৰ সামৰিক বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৪৯ লৈ বৃদ্ধি, চাওঁক শিহৰণকাৰী ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.