• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী আৰু নাই, শোকস্তব্ধ ‘অসম লাইভ ২৪’

ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী আৰু নাই, শোকস্তব্ধ ‘অসম লাইভ ২৪’

5 years ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

3 minutes ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

26 minutes ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

1 hour ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

3 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

3 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

11 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

12 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

12 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

12 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

13 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

13 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী আৰু নাই, শোকস্তব্ধ ‘অসম লাইভ ২৪’

editor by editor
December 27, 2021
in অসম, গুৱাহাটী
0
ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী আৰু নাই, শোকস্তব্ধ ‘অসম লাইভ ২৪’
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অসম লাইভ ২৪ৰ দৰ্শকে আৰু কেতিয়াও শুনিবলৈ নাপাব ‘ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰৰ সৈতে… ’। শুনিবলৈ আৰু নাপাব ‘ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলীয়ে দেখুৱাব ঘটনাস্থলীৰ দৃশ্য’ । কেতিয়াও আৰু আইজুৰৰ কুশলী হাতৰ কেমেৰাত আবদ্ধ নহয় কোনো ঘটনাৰ দৃশ্য। অসম লাইভ ২৪ৰ ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী আৰু নাই। প্ৰতি মুহূৰ্তত চকুৱে মুখে এটা হাঁহি বিয়পি থকা আইজুৰে নিউজ ৰুমত আৰু নকয়হি ভিজুৱেলৰ চিন্তা নকৰিব, আছোঁ নহয় বুলি। আইজুৰ এইখিনি ভিজুৱেল লাগিব বুলি ক’লে কোনো দিনেই নহ’ব বুলি নোকোৱা মানুহটোৱেই হঠাৎ নোহোৱা হৈ গ’ল। দেওবাৰে দুপৰনিশা পৰ্যন্ত কাৰ্যালয়ৰ কৰ্তব্যত ব্যস্ত আছিল ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী। কৰ্তব্য সমাপন কৰি সতীৰ্থৰ সৈতে এই ফটোখন তুলিছিল ভিডিঅ’ জাৰ্ণেলিষ্টগৰাকীয়ে। তাৰপাছত শেষ নিশা গুৱাহাটীৰ গাড়ীগাঁৱৰ ঘৰলৈ নিজা বাহনেৰে ৰাওনা হৈছিল আইজুৰ। মালিগাঁৱৰ কালীবাৰীত দুৰ্ঘটনাত পতিত হয় সাংবাদিকগৰাকী। নিশাই আৰক্ষীয়ে আইজুৰক আনি ভৰ্তি কৰায় GMCHত, কিন্তু তেতিয়ালৈ সকলো শেষ। হাস্পতালৰ বিছনাত নহয়, GMCHৰ মৰ্গত ৰাখিব লগা হ’ল আইজুৰক। পুৱাই খবৰটো বিয়পি পৰিল। হাহকাৰ লাগিল সতীৰ্থ, সহকৰ্মীৰ মাজত। হঠাৎ নিজেই বাতৰি হৈ পৰিল বাতৰি বিচাৰি ফুৰা আইজুৰ। পত্নী, এটি কণমানি সন্তান, মাতৃ আৰু আত্মীয়-কুটুম্ব শোকত ভাগি পৰিছে আইজুৰৰ আকস্মিক মৃত্যুত। শোকস্তব্ধ ‘অসম লাইভ ২৪’। সহকৰ্মীসকলে শ্ৰদ্ধা জ্ঞাপন কৰে আইজুৰৰ প্ৰতি। গাড়ীগাঁৱৰ ৰাজহুৱা কবৰস্থানত জানাজা সম্পন্ন হয় ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰৰ। অসম লাইভ ২৪ত দক্ষতাৰ চিন ৰাখি অচিন দেশলৈ গুচি গ’ল চকুৱে মুখে হাঁহি বিয়পি থকা ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত
অসম

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

October 16, 2026
Next Post
ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ তালাচী অভিযান! জব্দ ২৫৭ কোটি টকা, ২৭৫ কেজি সোণ-ৰূপ বহু মূল্যৱান সা-সামগ্ৰী 

ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ তালাচী অভিযান! জব্দ ২৫৭ কোটি টকা, ২৭৫ কেজি সোণ-ৰূপ বহু মূল্যৱান সা-সামগ্ৰী 

শত্ৰু নহয়, সাপটোৰ সৈতে বন্ধুত্ব গঢ়িছে ছলমান খানে, পানৱেল ফাৰ্ম হাউচলৈ বিশেষ আদৰণি

শত্ৰু নহয়, সাপটোৰ সৈতে বন্ধুত্ব গঢ়িছে ছলমান খানে, পানৱেল ফাৰ্ম হাউচলৈ বিশেষ আদৰণি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.