• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংকটত ৰাছিয়া! ৰেকৰ্ডিং ভাইৰেল, কেন্দ্ৰীয় আৰ্দেশ নামানে পদাতিক ৰুছ সেনাই!

সংকটত ৰাছিয়া! ৰেকৰ্ডিং ভাইৰেল, কেন্দ্ৰীয় আৰ্দেশ নামানে পদাতিক ৰুছ সেনাই!

4 years ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

2 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

3 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

3 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

3 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

4 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

4 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

5 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

6 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

6 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

7 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

8 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

সংকটত ৰাছিয়া! ৰেকৰ্ডিং ভাইৰেল, কেন্দ্ৰীয় আৰ্দেশ নামানে পদাতিক ৰুছ সেনাই!

editor by editor
March 3, 2022
in বিশ্ব, ৰাজনীতি
0
সংকটত ৰাছিয়া! ৰেকৰ্ডিং ভাইৰেল, কেন্দ্ৰীয় আৰ্দেশ নামানে পদাতিক ৰুছ সেনাই!
0
SHARES
849
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ পদাতিক সৈন্যৰ মনোবল ভাঙি পৰিছে৷ নিউয়ৰ্ক টাইমছৰ পিছতে এইবাৰ ব্ৰিটিছ সংবাদ পত্ৰ ডেইলী মেইল-এ অন্য এক প্ৰতিবেদন প্ৰকাশ কৰিছে৷ সংবাদ পত্ৰখনে এক অ’ডিঅ’ ৰেকৰ্ডিং ফাদিল কৰি দাবী কৰিছে যে ইউক্ৰেইন আক্ৰমণকাৰী ৰাছিয়ান পদাতিক সেনা সম্পূৰ্ণৰূপে বিশৃংখল হৈপৰিছে৷

প্ৰতিবেদনখনে দাবী কৰা মতে ৰাছিয়ান সেনাই ইউক্ৰেইনৰ প্ৰধান চহৰসমূহ আক্ৰমণ কৰিবলৈ দিয়া কেন্দ্ৰীয় আৰ্দেশ মানিবলৈ অস্বীকাৰ কৰিছে৷ অ’ডিঅ’ত পদাতিক সেনাৰ প্ৰয়োজনীয় সামগ্ৰীৰ তীব্ৰ নাটনি হোৱাৰ অভিযোগো কৰা হৈছে৷

লগতে পঢ়ক ইউক্ৰেইনলৈ আমেৰিকাসহ কোন কোন ৰাষ্ট্ৰই কিমান, কি কি সামৰিক সাহায্য আগবঢ়াইছে?

এই অ’ডিঅ’বোৰ শ্বেড’ব্ৰেক নামৰ এটা ব্ৰিটিছ চোৰাংচোৱা সংস্থাই ৰেকৰ্ডিং কৰিছে৷ সংস্থাটটোৱে লগতে বুলি দাবী কৰিছে যে যোৱা বৃহস্পতিবাৰে আক্ৰমণ আৰম্ভ কৰাৰ সময়ৰ পৰাই ৰাছিয়ান সামৰিক বাহিনীয়ে ল’জিষ্টিক (যুদ্ধৰ বাবে প্ৰয়োজনীয় সকলো সহায়) সমৰ্থনৰ অভাৱত পৰিছে৷

সংস্থাটোৱে দাবী কৰা মতে ৰুছ পদাতিক সেনাই আক্ৰমণৰ বাবে বুৰান-৩০, কামান আদি যুদ্ধাস্ত্ৰ কঢ়িয়াই নিয়াৰ সময়ত সেনাৰ গোটসমূহৰ মাজত সমন্বয়হীনতা স্পষ্টৰূপত ধৰা পৰিছে৷

লগতে পঢ়ক যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?

‘‘আমি খাৰখিভৰ ওচৰত তেওঁলোকৰ মাজৰ কন্দল শুনা পাইছিলো৷ সিমানেই নহয়, তেওঁলোকৰ কান্দোন শুনিছিলো৷ ৰেকৰ্ডিঙত এই সকলোবোৰ শুনা পোৱা গৈছে। তেওঁলোক ইন্ধনৰ সমস্যাত পৰিছিল, মানচিত্ৰৰ অভাৱৰ বাবে সামৰিক গোটবোৰে পৰস্পৰে পৰস্পৰ মাজত সমন্বয় আৰু যোগাযোগ আদি কৰাত সমস্যা হৈছিল৷’’ সংস্থাটোৱে দাবী কৰি এইদৰে কয়৷

তেওঁলোকৰ মতে ৰাছিয়ান পতাদিক সেনাৰ মাজত পৰস্পৰে পৰস্পৰ প্ৰতি গুলীগুলীয়া কৰাৰ শব্দও শুনা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitaldaily mailrussia soldersRussia Ukraine clashRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’
বিশ্ব

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

August 23, 2026
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী
বিশ্ব

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

August 23, 2026
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

August 22, 2026
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস
বিশ্ব

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

August 22, 2026
Next Post
যুদ্ধৰ বিৰল দৃশ্য; আক্ৰমণকাৰী ৰাছিয়ান সৈন্যক এইদৰে কি কৰিছে কিশোৰী ইক্ৰেইনীয়ানে?

যুদ্ধৰ বিৰল দৃশ্য; আক্ৰমণকাৰী ৰাছিয়ান সৈন্যক এইদৰে কি কৰিছে কিশোৰী ইক্ৰেইনীয়ানে?

দুৰ্ভাগ্য! ‘যুদ্ধবাজ এখন দেশ এৰি আকৌ এখন যুদ্ধৰ সন্মুখীন হ’লো’

দুৰ্ভাগ্য! ‘যুদ্ধবাজ এখন দেশ এৰি আকৌ এখন যুদ্ধৰ সন্মুখীন হ’লো’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.