• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন

বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন

4 years ago
জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

1 hour ago
NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

2 hours ago
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

3 hours ago
বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

4 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

5 hours ago
কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

5 hours ago
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

6 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

6 hours ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

7 hours ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

8 hours ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

9 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন

editor by editor
March 15, 2022
in অসম, ৰাজনীতি
0
বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন
0
SHARES
290
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম বিধানসভাৰ বাজেট অধিবেশনৰ দ্বিতীয় দিনা জুই বৰষি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখন তুলাধুনা দিয়ে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷

বাজেট অধিবেশনত নিজৰ বক্তব্য ৰাখিবলৈ গৈ বিধায়ক অখিল গগৈয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিফলতাসমূহৰ এফালৰ পৰা উদঙাই যায়৷

কোভিড বিৰোধী যুদ্ধত চৰকাৰে বহুত ক্ৰেডিট ল’ব খুজিছে বুলি উল্লেখ কৰি বিধায়ক গগৈয়ে কয় যে চৰকাৰে কোভিড সৃষ্ট অৰ্থনৈতিক সংকটৰ পৰা ৰাজ্যখনক উদ্ধাৰৰ বাবে ব্যৱস্থা নল’লে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

 

লগতে পঢ়ক যুদ্ধৰ নতুন মোৰ! ৰাছিয়ান সেনাক আত্মসমৰ্পণৰ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনলস্কিৰ

সুভাষ চন্দ্ৰ দাস প্ৰতিবেদনে দিয়া পৰামৰ্শসনমূহ কিয় গ্ৰহণ কৰা নহ’ল বুলি প্ৰশ্ন কৰি বিধায়ক গগৈয়ে দৈনিক মজুৰী প্ৰাপ্ত, ঠেলাৱালা, ৰিক্সাৱালা, উলা-উবেৰ চালক, পৰিবহণ, হোটেল, পৰ্যটন আদি চলোৱা লোকসকলক ক’ত আৰু কিমান ক্ষতিপূৰণ দিয়া হ’ল বুলিও প্ৰশ্ন কৰে৷

বিধায়ক গগৈয়ে লগতে উল্লেখ কৰে যে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা চূৰমাৰ হৈ গ’ল কিন্তু চৰকাৰে কোনো ব্যৱস্থাত গ্ৰহণ নকৰিলে৷ আনহাতে, চৰকাৰে কোভিড বিপৰ্যয় ভালদৰে মোকাবিলা কৰাৰ ফটাঢোল বজোৱা বুলিও অভিযোগ কৰে অখিল গগৈয়ে৷

অখিল গগৈয়ে আৰু অতি গুৰুতৰ অভিযোগ তুলি কয় যে কোভিড বিপৰ্যয়ৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ দেউলীয়া চৰকাৰে সাধাৰণ মানুহখিনিৰ ওপৰত বিভিন্ন ধৰণৰ কৰ কাটল আৰু জৰিমনাৰ ব্যৱস্থা কৰি ৰাজহ সংগ্ৰহ কৰি অত্যাচাৰ কৰি আহিছে৷

 

লগতে পঢ়ক ‘অতি ভাল ছবি…’, ‘দ্য কাশ্মীৰ ফাইলছ’ চাবলৈ সকলোকে আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

হেলমেটৰ নামত জৰিমনা আৰু বেটেৰী ৰিক্সাৰ পৰা ১২ হাজাৰ পৰা ৩৫ টকা পৰ্যন্ত জৰিমনা সংগ্ৰহ কৰা হৈছে৷ কোভিড পৰিস্থিতিৰ পিছত এনে চৰকাৰী অত্যাচাৰ সহ্য কৰা নহ’ব বুলিও চৰকাৰক সকীয়াই দিয়ে বিধায়ক অখিল গগৈয়ে৷

ইফালে ছয়জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে প্ৰতিবেদনৰ কল্প কাহিনী প্ৰচাৰ কৰি ৰাজনীতি কৰা বুলিও বিধায়ক গগৈয়ে অভিযোগ কৰি কৰিছে৷ লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে বিল উত্থাপন কৰা হৈছে আৰু দুয়োখন সদনে জনজাতিসকলৰ কোনো ক্ষতি নকৰাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলিও বিধায়ক গগৈয়ে দাবী জনায়৷

আনহাতে ড্ৰাগছৰ অভিযানক অভিনন্দন জনাইও ড্ৰাগছ সেৱনৰ সংখ্যা ৰাজ্যপালৰ বাজেট ভাষণত কিয় ইমান কম হ’ল বুলিও প্ৰশ্ন কৰে তেওঁ৷ তেওঁ লগতে ড্ৰাগছ কনিভকশ্যনৰ সংখ্যা কম হোৱা আৰু বিশেষকৈ পূৰ্বৰ বিজেপিৰ চৰকাৰৰ তুলনাত ড্ৰাগছ কনিভকশ্যন কম হোৱা আৰু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি সেই প্ৰশ্নও উত্থাপন কৰে৷

 

লগতে পঢ়ক ২৬ মাৰ্চৰ পৰা IPL : প্ৰৱৰ্তন কৰা হৈছে কে’বাটাও নতুন নিয়ম, সেই নিয়মসমূহ কি কি?

মিছন বসুন্ধৰাক ভাল আঁচনি বুলি অভিহিত কৰি বিধায়ক অখিল গগৈয়ে ইয়াৰ অধীনত গুৱাহাটীৰ পাহাৰ, জলাশয়ৰ পাৰত বাস কৰা খিলঞ্জীয়া লোক, বান-গৰাখহনীয়াত ভূমিহীন হোৱা লোক আৰু মথাউৰিত বাস কৰা লোকসকলক মাটি আৰু জনজাতিসকলক মাটি অধিকাৰ কিয় দিয়া নাই আৰু কেতিয়া দিয়া হ’ব বুলিও প্ৰশ্ন কৰে৷ জনজাতি ভূমি আইন কেতিয়াকৈ কাৰ্যকৰী হ’ব বুলিও চৰকাৰক প্ৰশ্ন কৰে বিধায়ক গগৈয়ে৷

ইফালে ফৰেষ্ট ৰাইট এক্ট কেতিয়াকৈ কাৰ্যকৰী হ’ব সেই প্ৰশ্নৰ উত্তৰো লাগিব বুলি কৈ অখিল গগৈয়ে ১ লাখ নিৱনুৱাৰ নিযুক্তি প্ৰদানৰ কথা কৈ থাকিলেই নহ’ব, অহা ১০ মে’ৰ ভিতৰত চৰকাৰে ১ লাখ চাকৰিত নিযুক্তি প্ৰদান কৰিবই লাগিব বুলি দাবী কৰে৷

চাহ শ্ৰমিকসকলৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজি পৰ্যন্ত চাহ শ্ৰমিকসকলৰ মজুৰী বৃদ্ধি কৰা হোৱা নাই বুলি উল্লেখ কৰি অতি শীঘ্ৰেই ব্ৰহ্মপুত্ৰ  আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকসকলৰ মজুৰী ৩৫০ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনাই বিধায়ক অখিল গগৈয়ে৷

এইদৰে চৰকাৰৰ বিফলতা আৰু ভুৱা প্ৰচাৰসমূহ উদঙাই দি চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰিলে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু থাকক বুলি সকীয়াই দিয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assam budgetassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMLA Akhil Gogoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা
বিশ্ব

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

December 17, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?
অপৰাধ

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

December 16, 2025
‘কিমান শক্তিশালী জুবিন গাৰ্গৰ চাৰ্জশ্বীট !’ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য
অসম

‘কিমান শক্তিশালী জুবিন গাৰ্গৰ চাৰ্জশ্বীট !’ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

December 16, 2025
Next Post
জেনেৰেল চোলেমানীৰ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ : সংগমৰ সময়তে পুৰুষক ছুৰিকাঘাত যুৱতীৰ

জেনেৰেল চোলেমানীৰ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ : সংগমৰ সময়তে পুৰুষক ছুৰিকাঘাত যুৱতীৰ

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.