• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

4 years ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

44 minutes ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

1 hour ago
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

2 hours ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

3 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

4 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

4 hours ago
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

5 hours ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

17 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

18 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

19 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

19 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

editor by editor
March 30, 2022
in অসম, ভাৰত
0
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ
0
SHARES
704
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপ্তম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক এই মহঙা দিনত এক বৃহৎ সকাহ দিছে৷

সপ্তম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মহাৰ্ঘ ভাট্টা ৩ শতাংশ বৃদ্ধি কৰিছে৷

কেন্দ্ৰীয় কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ পিছতে সপ্তম দৰমহা আয়োগে এই ঘোষণা কৰিছে৷

লগতে পঢ়ক ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিৰুদ্ধে টিপ্পনী : কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিত্ত মন্ত্ৰণালয় সম্পৰ্কীয় কেবিনেটত কৃষ্টি হিচাপে অতিৰিক্তভাৱে মহাৰ্ঘ ভাট্টা মুকলাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল৷

সপ্তম আয়োগে ঘোষণা কৰা মতে কেবিনেটৰ এই সিদ্ধান্ত ১ জানুৱাৰি ২০২২ৰ পৰা কাৰ্যকৰী হ’ব৷ অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ২০২২ৰ ১ জানুৱাৰিৰ পৰা এই ভাট্টা লাভ কৰিব৷

লগতে পঢ়ক   অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

উল্লেখ্য যে ইয়াৰ পূৰ্বে চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহাক ভিত্তি কৰি মহাৰ্ঘ ভাট্টা ৩৪ শতাংশ বৃদ্ধি কৰিছিল৷

সপ্তম দৰমহা আয়োগৰ এই ঘোষণাৰ যোগেদি কেন্দ্ৰীয় চৰকাৰৰ ৪৭.৬৮ লাখ কৰ্মচাৰী আৰু ৬৮.৬২ লাখ পেঞ্চনাৰ উপকৃত হ’ব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7th Pay Commissionasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCentral Government employeesCentral Government pensionersIn Dearness Allowance
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

June 26, 2026
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি
জীৱনশৈলী

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

June 26, 2026
আপোনাৰ দিনটো আজি কেনে যাব?
বিবিধ

আপোনাৰ দিনটো আজি কেনে যাব?

June 26, 2026
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি
ভাৰত

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

June 25, 2026
Next Post
আজিয়ে আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰক : অন্যথা ভৰিব লাগিব জৰমিনা!

আজিয়ে আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰক : অন্যথা ভৰিব লাগিব জৰমিনা!

পৰাজয় নিশ্চিত! হতাশ ৰাছিয়ান সেনা, নিৰ্দেশ অমান্য কৰি নষ্ট কৰিছে নিজৰে অস্ত্ৰ-শস্ত্ৰ

পৰাজয় নিশ্চিত! হতাশ ৰাছিয়ান সেনা, নিৰ্দেশ অমান্য কৰি নষ্ট কৰিছে নিজৰে অস্ত্ৰ-শস্ত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.