• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত বিশ্বৰ প্ৰথমখন হোটেল! কেতিয়াকৈ আৰম্ভ এই বিলাসী হোটেল?

মহাকাশত বিশ্বৰ প্ৰথমখন হোটেল! কেতিয়াকৈ আৰম্ভ এই বিলাসী হোটেল?

4 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

3 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

3 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

4 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

4 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

5 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

5 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

5 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

6 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

6 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

6 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

7 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মহাকাশত বিশ্বৰ প্ৰথমখন হোটেল! কেতিয়াকৈ আৰম্ভ এই বিলাসী হোটেল?

editor by editor
April 1, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
মহাকাশত বিশ্বৰ প্ৰথমখন হোটেল! কেতিয়াকৈ আৰম্ভ এই বিলাসী হোটেল?
0
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছু বছৰ পূৰ্বে এহাল দম্পতীয়ে মহাকাশত হনিমুন কৰিবলৈ যোৱাৰ বাতৰি বিশ্বৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল৷ এইবাৰ মহাকাশত বিশ্বৰ প্ৰথমখন বিলাসী হোটেল আৰম্ভ কৰাৰ বাতৰিও চৰ্চালৈ আহিছে৷

উল্লেখ্য যে বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে (Elon Musk) পৃথিৱীৰ বাহিৰে অন্য গ্ৰহত মানুহক বসতি স্থাপন কৰিবলৈ ধন খৰচ কৰিব বুলিও বাতৰি মাজে মধ্যে প্ৰচাৰ হৈ আহিছে৷ এইবোৰ কৌতুহলৰ মাজতে এতিয়া আকৌ বাতৰি আহিছে মহাকাশত আৰম্ভ কৰা হ’ব বিলাসী হোটেল৷

লগতে পঢ়ক কেনেকৈ প্ৰৱঞ্চকৰ জালত পৰি ৪ কোটি টকা হেৰুৱালে বলিউদৰ অভিনেত্ৰীয়ে?

আজিৰ পৰা তিনিবছৰৰ মানৰ পূৰ্বে মহাকাশত হোটেল আৰম্ভ কৰাৰ পৰিকল্পনাৰ বিষয়ে বাতৰি উলাইছিল৷ আৰু ২০২৭ চনত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলিও প্ৰকাশ পাইছে৷

গেটৱে ফাউণ্ডেশ্যনৰ বাতৰি অনুসৰি ২০১৯ চনতে ইয়াৰ পৰিকল্পনা কৰা হৈছিল৷ এই প্ৰকল্পটোৰ নাম ৰখা হৈছিল ভন ব্ৰাউন ষ্টেচন৷ প্ৰকল্পটোৰ অনুসিৰ ক্ৰুজ হাজাৰৰ আৰ্হিত এই হোটেল নিৰ্মাণ কৰা হ’ব৷ আৰু ই পৃথৱীৰ উপৰিভাগত ওপঙি থাকিব৷ অৰ্থাৎ মহাকাশত উৰি থাকিব!

লগতে পঢ়ক গাদী ৰক্ষা কৰিবলৈ ইমৰাণ খানৰ অন্তিমটো প্ৰচেষ্টা! বিৰোধীক কি প্ৰস্তাৱ দিছে ইমৰাণে?

হোটেলখনত মুঠ ২৪ টা মডিউল থাকিব আৰু প্ৰতিটোৱেই লিফ্টৰ সৈতে সংযোজিত হৈ থাকিব৷ অৰ্বিটাল এচম্বলীৰ কৰ্প’ৰেচনৰ দ্বাৰা নিৰ্মাণ কৰা এই মডিউলৰ ৰাউণ্ডবোৰ একোটা ডাঙৰ দোলনাৰ দৰে দেখা যাব৷

উল্লেখ্য এই প্ৰতিষ্ঠানে মাধ্যাকৰ্ষণ মুক্ত গাঁথনি নিৰ্মাণৰ বাবে বিশেষ নাম আছে৷ মাধ্যাকষৰ্ণ শক্তি নথকাৰ বাবে উক্ত হোটেলৰ ভিতৰত পৃথিৱীত কৰিব নোৱাৰা বহু কাম কৰিবলৈ সক্ষম হ’ব৷ ধন থকা মানুহে মহাকাশৰ এই বিলাসী হোটেলত পৃথিৱীত অসম্ভৱ হোৱা বহু কাৰ্য সম্পাদন কৰি জীৱন উদযাপন কৰিব পাৰিব!

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSpace hotel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
আকৌ ৰামটাঙোন চৰকাৰৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰত পুনৰ ২৫০ টকা মূল্যবৃদ্ধি

আকৌ ৰামটাঙোন চৰকাৰৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰত পুনৰ ২৫০ টকা মূল্যবৃদ্ধি

বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি : ৯৮ ফুট দৈৰ্ঘ্যৰ সৰ্পৰ কংকাল আৱিস্কাৰ!

বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি : ৯৮ ফুট দৈৰ্ঘ্যৰ সৰ্পৰ কংকাল আৱিস্কাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.