• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এতিয়াৰে পৰা কল ৰেকৰ্ডিং এপসমূহ বন্ধ কৰিব গুগলে!

এতিয়াৰে পৰা কল ৰেকৰ্ডিং এপসমূহ বন্ধ কৰিব গুগলে!

4 years ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

42 minutes ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

1 hour ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

2 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

3 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

4 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

4 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

5 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

6 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

7 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

7 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

8 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এতিয়াৰে পৰা কল ৰেকৰ্ডিং এপসমূহ বন্ধ কৰিব গুগলে!

editor by editor
April 22, 2022
in প্ৰযুক্তি, বাণিজ্য, বিবিধ
0
এতিয়াৰে পৰা কল ৰেকৰ্ডিং এপসমূহ বন্ধ কৰিব গুগলে!
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এণ্ড্ৰইড ফোনত ব্যৱহাৰকাৰীৰ বৰ্ধিত গোপনীয়তা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ গুগলে ব্যৱহাৰকাৰীসকলক অসুৰক্ষিত কল ৰেকৰ্ডিং এপ্লিকেচনবোৰ প্ৰতিহত কৰিবলৈ কিছুমান কঠোৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব। গুগলে শেহতীয়াকৈ ইয়াৰ প্লে ষ্ট’ৰ নীতিত কিছু পৰিৱৰ্তন কৰি অহা ১১ মে’ৰ পৰা ইয়াক কাৰ্যকৰী কৰিব বুলি প্ৰকাশ কৰিছে।

বিভিন্ন অসুৰক্ষিত উৎসৰ পৰা গুগল প্লে’ ষ্টৰত উপলব্ধ হোৱা এণ্ড্ৰইডত কল ৰেকৰ্ডিং এপসমূহক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ বাবে গুগলে এই পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে। গুগলে এতিয়াৰে পৰা প্লে ষ্ট’ৰত ক’ল ৰেকৰ্ডিঙৰ বাবে এই এপসমূহক এপিআই ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব বুলিও সদৰী কৰিছে।

লগতে পঢ়ক গ্ৰীষ্ম কালত কি কি আহাৰ খাব? চাওক গ্ৰীষ্মকালীন আহাৰৰ ৰুটিন…

অৱশ্যে, এনে পদক্ষেপ এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও গুগলে অসুৰক্ষিত উৎসৰ কল ৰেকৰ্ডিং এপসমূহ বন্ধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছিল৷

বিশ্বৰ সৰ্ববৃহৎ প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে কিছু মাহৰ পূৰ্বৰ পৰাই এনেধৰণৰ অসুৰক্ষিত এণ্ড্ৰইডত কল ৰেকৰ্ডিং বন্ধ কৰিবলৈ জোৰ দি আহিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে গুগলে এণ্ড্ৰইড ৬-ত ৰিয়েল-টাইম কল ৰেকৰ্ডিং অৱৰোধ কৰিছিল৷ গুগলে এণ্ড্ৰইড ১০ৰ ইয়াৰ ডিভাইচবোৰত কল ৰেকৰ্ডিং সুবিধাটো সম্পূৰ্ণৰূপে আঁতৰাই দিছিল।

লগতে পঢ়ক ‘কৰ্মচাৰীক চাহ নুখুৱাব, পাৰিলে আপুনিহে কৰ্মচাৰীৰ পৰা চাহ খাওক’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অৱশ্যে, এই ক্ষেত্ৰত এণ্ড্ৰইডৰ কিছুমান সুৰুঙা থাকি গৈছিল আৰু ইয়াৰ ফলত এণ্ড্ৰইড ১০ আৰু তাৰ ওপৰৰ ডিভাইচবোৰত এনে কল ৰেকৰ্ডিং এপসমূহ কাৰ্যক্ষম হৈ আছিল।

বিশ্বৰ বিভিন্ন দেশভেদে কল ৰেকৰ্ডিঙৰ নীতি ভিন্ন হোৱাৰ বাবে এনে হোৱা বুলি ধাৰণা কৰা হৈছে৷ কিন্তু, গুগলে অহা মাহত নতুন পৰিৱৰ্তনবোৰ কাৰ্যকৰী কৰাৰ পিছত এইটো আৰু সম্ভৱ নহ’ব বুলি সদৰী কৰা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: android mobileasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamgoogleGoogle play store
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব
জীৱনশৈলী

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

July 7, 2026
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?
বিনোদন

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

July 7, 2026
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ
জীৱনশৈলী

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
Next Post
উৰন্ত বিমানতে সহযাত্ৰীক প্ৰহাৰ কৰিলে কিংবদন্তী বক্সাৰ মাইক টাইচনে, চাওক ভিডিঅ’

উৰন্ত বিমানতে সহযাত্ৰীক প্ৰহাৰ কৰিলে কিংবদন্তী বক্সাৰ মাইক টাইচনে, চাওক ভিডিঅ’

গ্ৰেপ্তাৰ হ’ব ৰাখী সাৱন্ত! বহুবল্কীতাৰে মাতি আনিছে নিজৰ বিপদ!

গ্ৰেপ্তাৰ হ’ব ৰাখী সাৱন্ত! বহুবল্কীতাৰে মাতি আনিছে নিজৰ বিপদ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.