• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হ’ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী?

কোন হ’ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী?

4 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

3 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

4 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

5 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

5 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

6 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

6 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

6 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

7 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

7 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

9 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

9 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কোন হ’ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী?

editor by editor
May 14, 2022
in উত্তৰ-পূব, ৰাজনীতি
0
কোন হ’ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী?
0
SHARES
174
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ত্ৰিপুৰাৰ বিদায়ী মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগৰ পিছতে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাকে লৈ ব্যাপক জল্পনা কল্পনা চলি থকাৰ সময়তে নতুন মুখ্যমন্ত্ৰী নাম ঘোষণা কৰিছে বিজেপিৰ দলীয় সূত্ৰই৷

ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ডঃ মাণিক সাহাক বিধায়নী দলে নিৰ্বাচিত কৰে৷

ইফালে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক, শিক্ষামন্ত্ৰী ৰতন নাথ, আৰু অধ্যক্ষ ৰতন চক্ৰৱৰ্তীৰ নামো চিন্তা চৰ্চালৈ আহিছিল যদিও বিপ্লৱ দেৱৰ বাসগৃহত অনুষ্ঠিত বিজেপিৰ বিধায়নী দল বৈঠকত ডঃ মাণিক সাহাক মুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ বিধায়কসকলে সমৰ্থন কৰে।

লগতে পঢ়ক হঠাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ, কিয় পদত্যাগ কৰিলে বিপ্লৱ কুমাৰ দেৱে?

বৈঠকত ত্ৰিপুৰাত থকা বিজেপিৰ জ্যেষ্ঠ নেতা ভূপেন্দৰ যাদৱ আৰু বিনোদ টাউডেক বিধায়িনী দলৰ নেতাগৰাকীৰ নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল।তেওঁলোকৰ উপৰি দলৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত বিনোদ সোণকাৰেও এই বৈঠকত অংশ লয়।

ইয়াৰ পূৰ্বে বিপ্লৱ কুমাৰ দেৱে ৰাজ্যপাল সত্যদেউ নাৰায়ণ আৰ্য্যৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছিল। পদত্যাগৰ পিছতে সংবাদ মাধ্যমৰ সৈতে সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে দলটোৰ কিছু পৰিকল্পনা আছে আৰু তেওঁৰ পদত্যাগে নিশ্চিতভাৱে ই দলটোৰ বাবে ফলদায়ক হ’ব৷

২০২৩ চনৰ ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এই সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে যাতে দলটোৱে পুনৰ জয়ী হৈ ৰাজ্যখনত ক্ষমতা দখল কৰিব পাৰে৷

লগতে পঢ়ক বাওঁপন্থী নেতা তথা শিক্ষকৰ কু-কৰ্ম! ৬০ ছাত্ৰীক যৌন নিৰ্যাতন কৰি হ’ল গ্ৰেপ্তাৰ

উল্লেখ্য যে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ২৫ বছৰীয়া শাসনৰ অন্ত পেলাই ২০১৮ চনত বিপ্লৱ কুমাৰ দেৱ ৰাজ্যখনৰ প্ৰথমজন বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়।

তদুপৰি জানিব পৰা গৈছে যে ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ নেতাসকলে দেৱৰ কৰ্মসূচী আৰু নীতিক লৈ সুখী নহয়৷ ইফালে বিগত আঠ মাহৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক অবিৰতভাৱে বিজপি নেতাসকলে বিপ্লৱ কুমাৰ দেৱক বৰ্খাস্ত কৰিবলৈ অনুৰোধ কৰি অহাৰ ফলতে বিপ্লৱ কুমাৰ দেৱে পদত্যাগ কৰিবলৈ বাধ্য হৈ পৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamtripura
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

August 22, 2026
Next Post
প্ৰেমিকক নিয়ন্ত্ৰণৰ বাবে ৮ টা কঠোৰ নিয়ম প্ৰেমিকাৰ! কি কি এই নিয়মসমূহ?

প্ৰেমিকক নিয়ন্ত্ৰণৰ বাবে ৮ টা কঠোৰ নিয়ম প্ৰেমিকাৰ! কি কি এই নিয়মসমূহ?

আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.