• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?

বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?

4 years ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

5 minutes ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

43 minutes ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

1 hour ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

2 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

2 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

3 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

4 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

4 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

5 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

7 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?

editor by editor
May 18, 2022
in চিনেমা, ফেশ্বন
0
বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?
0
SHARES
634
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৰু পৰ্দাৰ অভিনেত্ৰীসকলৰ ভিতৰত হিনা খানৰ সাজ-পোছাকৰ অনুশীলন অব্যাহত আছে। ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা যিকোনো বলীউডৰ নায়িকাতকৈ কম নহয়।

হিনাই কি পিন্ধিছে, কেনেকৈ চুলি কাটিছে, কি কাপোৰ পিন্ধিছে, কি গহনা পিন্ধিছে, কি জোতা পিন্ধিছে — এই সকলোবোৰ সবিশেষ তাই মাজে মাজে ইনষ্টাগ্ৰামৰ জৰিয়তে নিজৰ অনুৰাগীসকলক অৱগত কৰে। হিনা এতিয়া অনুৰাগীসকলৰ বাবে ‘ষ্টাইল আইকন’।

শেহতীয়াকৈ হিনাৰ এই সাজ-পোছাকে পুনৰ অনুৰাগীৰ চকু কপালত তুলিলে। ব্ৰিটেইনৰ এছিয়ান ফিল্ম ফেষ্টিভেল ২০২২ৰ সামৰণি অনুষ্ঠানত হিনাই পিন্ধিছিল হাতীদাঁতৰ অফ-শ্বোল্ডাৰ কৰ্চেট আৰু স্কাৰ্ট।

লগতে পঢ়ক ভাৰতৰ কাষত থিয় দিলে চিৰবৈৰী চীনে! কিন্তু কিয় ভাৰতক সমৰ্থন চীনৰ?

ভাৰতীয় পোছাক ডিজাইনাৰ তৰুণ তাহিলিয়ানীয়ে ডিজাইন কৰা ড্ৰেছত হিনাৰ চিকচিকিয়া ৰূপটো অনুৰাগীসকলে লক্ষ্য কৰিছে। সেই সাজ-পোছাক পিন্ধি লণ্ডনৰ ৰাজপথত একাধিক ফটোশ্বুট কৰিছে হিনাই। তেওঁ নিজৰ ইনষ্টাগ্ৰাম পেজত নিজৰ সাজ-পোছাকৰ এখন ফটো শ্বেয়াৰ কৰে, যিখন ফটো বৰ্তমান ইন্টাৰনেটত ভাইৰেল হৈ পৰিছে।

বুকুৰ ওপৰৰ অংশ মুকলি অফ-শ্বোল্ডাৰ কৰ্চেট, মেচিং ফুল স্লীভ জেকেট, গ্ৰীণ ষ্টোন পেণ্ডেণ্ট আৰু মেছি পনিটেইল পিন্ধি আছে হিনাই। এই সাজ-পোছাকত তেওঁক দেখি তেওঁৰ অনুৰাগীসকলো মুগ্ধ হৈ পৰে আৰু প্ৰশংসাৰে ভৰাই দিলে প্ৰিয় অভিনেত্ৰীগৰাকীক।

ব্ৰিটেইনৰ এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ২০২২ত লাইনছ ছবিৰ বাবে তেওঁক চলিত বছৰৰ ট্ৰেইলব্লেজাৰ বঁটাৰে সন্মানিত কৰা হয়। এই সন্মান লাভ কৰি তেওঁ আনন্দত আত্মহাৰা হৈ পৰিছিল। সেই সুখৰ খবৰটোও তেওঁ ইনষ্টাগ্ৰামত অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHina Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!
বিনোদন

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

April 7, 2026
মাতৃ হ’বলৈ সাজু নেকি ৰশ্মিকা? বিয়াৰ ডেৰমাহ পিছতে দিব ওলাইছে ভাল খবৰ
বিনোদন

মাতৃ হ’বলৈ সাজু নেকি ৰশ্মিকা? বিয়াৰ ডেৰমাহ পিছতে দিব ওলাইছে ভাল খবৰ

April 4, 2026
দেশ এৰিলে ছানী লিয়নে! বলীউড এৰি ক’ত ব্যস্ত অভিনেত্ৰীগৰাকী?
বিনোদন

দেশ এৰিলে ছানী লিয়নে! বলীউড এৰি ক’ত ব্যস্ত অভিনেত্ৰীগৰাকী?

April 4, 2026
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…
বিনোদন

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

April 3, 2026
Next Post
অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা

বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.