• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুকেশ আম্বানীৰ পৰা ছালিল পাৰিখলৈ, শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দৰমহা কিমান?

মুকেশ আম্বানীৰ পৰা ছালিল পাৰিখলৈ, শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দৰমহা কিমান?

4 years ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

51 minutes ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

1 hour ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

1 hour ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

2 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

3 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

3 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

3 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

5 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

5 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

7 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

8 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মুকেশ আম্বানীৰ পৰা ছালিল পাৰিখলৈ, শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দৰমহা কিমান?

editor by editor
May 26, 2022
in বাণিজ্য, বিবিধ
0
মুকেশ আম্বানীৰ পৰা ছালিল পাৰিখলৈ, শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ দৰমহা কিমান?
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় বহুজাতিক প্ৰতিষ্ঠানসমূহৰ মুখ্যকাৰ্যবাহী বিষয়াসকলে কিমান দৰমহা লাভ কৰে? আপোনাৰ মনলৈ এই প্ৰশ্নটো প্ৰায়ে নিশ্চয় আহে! আজি আমি এই বিষয়ে আপোনালোক জনাব খুজিছো৷

১০ গৰাকী এনে শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াই কিমান দৰমহা লাভ কৰিছে তাৰ তথ্য আমি তলত উল্লেখ কৰিছো৷

১. পৱন মুঞ্জল 

পৱন মুঞ্জল হিৰো মট’কৰ্পৰ অধ্যক্ষ, পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া। লাইভমিণ্টৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ বিত্তীয় বৰ্ষত মঞ্চলে দৰমহা হিচাপে ৮৪.৫৯ কোটি টকা লাভ কৰিছিল।

লগতে পঢ়ক স্বেচ্ছামূলক যৌন কৰ্ম বৈধ : যৌনকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ ল’ব নোৱাৰিব আৰক্ষীয়ে

২. ছালিল পাৰিখ

বেংগালুৰুস্থিত আই টি কোম্পানীটোৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি ইনফ’ছিছৰ চিইঅ’ ছালিল পাৰিখৰ বাৰ্ষিক দৰমহা ৪৩ শতাংশ বৃদ্ধি পাইছে, আৰু ২০২১-২২ বিত্তীয় বৰ্ষত তেওঁৰ দৰমহাই ৭১ কোটি স্পৰ্শ কৰিছে।

৩. এন চন্দ্ৰশেকৰণ

টাইমছ অফ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্ৰশেেকৰণে ২০২০ বিত্তীয় বৰ্ষত ৫৮ কোটিৰ দৰমহাৰ পেকেজ লাভ কৰিছিল। বিত্তীয় বৰ্ষ ১৯ত এন চন্দ্ৰশেকৰণৰ দৰমহা আছিল ৬৬ কোটি।

৪. ৰাজীৱ বাজাজ

লাইভমিণ্টে প্ৰকাশ কৰা অনুসৰি বাজাজ অটোৰ চিইঅ’ আৰু এমডিয়ে ২০২০ বিত্তীয় বৰ্ষত বাৰ্ষিক ৩৯.৮৬ কোটি দৰমহা লাভ কৰিছিল। ২০০৫ চনৰ পৰা তেওঁ কোম্পানীটোৰ এমডি হিচাপে কাম কৰি আহিছে।

লগতে পঢ়ক বিধায়কৰ বান বিলাসিতা! বান বিধ্বস্ত জিলাৰ উপায়ুক্তৰ অনুকৰণীয় কৰ্তব্য নিষ্ঠা

৫. সুনীল মিট্টাল

সুনীল মিট্টাল ভাৰতী এণ্টাৰপ্ৰাইজৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ। ২০২০ বিত্তীয় বৰ্ষত তেওঁ ৩০.১ কোটি দৰমহা লাভ কৰিছিল। ভাৰতী এণ্টাৰপ্ৰাইজৰ টেলিকম, বীমা আৰু ৰিয়েল এষ্টেটকে ধৰি বহু ব্যৱসায় আছে বুলি ইকনমিক টাইমছৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷

৬. এছ এন সুব্ৰহ্মণ্যন

কোভিড-১৯ মহামাৰীৰ মাজতে ৪৩.৯১ শতাংশ স্বেচ্ছামূলক দৰমহা কৰ্তন কৰাৰ পিছত লাৰ্চেন এণ্ড টৌব্ৰ’ৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক এছ এন সুব্ৰহ্মণ্যনে ২০১৯-২০ বৰ্ষত দৰমহা হিচাপে ২৭.১৭ কোটি টকা লাভ কৰিছিল।

৭. ৰাজেশ গোপীনাথন

এন চন্দ্ৰশেকৰণে টাটা চন্সৰ অধ্যক্ষৰ পদত যোগদান কৰাৰ পিছতে ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ৰাজেশ গোপীনাথনক টাটা কনচালটেন্সি চাৰ্ভিচেছৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। তেতিয়ালৈকে তেওঁ ২০১৩ চনৰ পৰা কোম্পানীটোৰ চিএফঅ’ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লাইভমিণ্টৰ মতে, ২০২১-২২ বিত্তীয় বৰ্ষত তেওঁ ২৫.৭ কোটি লাভ কৰিছিল।

লগতে পঢ়ক সময়ৰ কি যে পৰিহাস! কোটিপতি নৱজ্যোৎ সিদ্ধু হ’লগৈ জে’লৰ কেৰাণী

৮. মুকেশ আম্বানী

মুকেশ আম্বানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰী আৰু কোম্পানীটোৰ প্ৰায় ৪৪ শতাংশ অংশীদাৰিত্ব আছে। বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক প্ৰতিবেদন অনুসৰি ২০২০ চনত তেওঁৰ ফ্লেগশ্বিপ ফাৰ্মৰ পৰা বাৰ্ষিক দৰমহা ১৫ কোটি টকা।

৯. সিদ্ধাৰ্থ লাল

মানিকণ্ট্ৰ’লৰ বাতৰি অনুসৰি, আইচাৰ মটৰ্ছৰ বছ সিদ্ধাৰ্থ লালৰ দৰমহা ১৯.২১ কোটিলৈ বৃদ্ধি পাইছে৷

১০. সঞ্জীৱ পুৰী

২০১৯ চনৰ মে’ মাহৰ পৰা আইটিচি লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে সঞ্জীৱ পুৰীয়ে। বিজনেছ টুডেৰ বাতৰি অনুসৰি ২০২০-২১ চনত তেওঁৰ বাৰ্ষিক পাৰিতোষিক হৈছে ১০.১০ কোটি।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBharti Enterprisesmukesh ambaniN ChandrasekaranRajesh Gopinathanreliance industriesSunil MittalTata Consultancy ServicesTata Sons
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ
জীৱনশৈলী

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

August 18, 2026
Next Post
পিতৃয়ে বগৰাই বগৰাই পিটিলে ক্ৰিকেটাৰ শিখৰ ধৱনক, কিন্তু কিয়? চাওক ভিডিঅ’

পিতৃয়ে বগৰাই বগৰাই পিটিলে ক্ৰিকেটাৰ শিখৰ ধৱনক, কিন্তু কিয়? চাওক ভিডিঅ’

বিশ্বৰ কণিষ্ঠতম বিলিয়নাৰগৰাকী কোন? জানো আহক তেওঁ কোন?

বিশ্বৰ কণিষ্ঠতম বিলিয়নাৰগৰাকী কোন? জানো আহক তেওঁ কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.