• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি কৰুণ দৃশ্য! বানত বুৰ গ’ল হাস্পতাল, ৰাস্তাতে কেঞ্চাৰ ৰোগীৰ কেমোথেৰাপি!

অতি কৰুণ দৃশ্য! বানত বুৰ গ’ল হাস্পতাল, ৰাস্তাতে কেঞ্চাৰ ৰোগীৰ কেমোথেৰাপি!

4 years ago
জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

25 minutes ago
শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

1 hour ago
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

2 hours ago
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

3 hours ago
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

3 hours ago
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

4 hours ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

5 hours ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

6 hours ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

7 hours ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

8 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

20 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

অতি কৰুণ দৃশ্য! বানত বুৰ গ’ল হাস্পতাল, ৰাস্তাতে কেঞ্চাৰ ৰোগীৰ কেমোথেৰাপি!

editor by editor
June 28, 2022
in অসম, স্বাস্থ্য
0
অতি কৰুণ দৃশ্য! বানত বুৰ গ’ল হাস্পতাল, ৰাস্তাতে কেঞ্চাৰ ৰোগীৰ কেমোথেৰাপি!
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যৰ চৌপাশে বানপানীৰ ৰূদ্ৰ মূৰ্তি৷ কি বৰাক উপত্যকা কি ব্ৰহ্মপুত্ৰ উপত্যকা! কি মধ্য-নামনি অথবা কি উত্তৰ দক্ষিণ অসম! উজনিৰ দুখনমান জিলাৰ বাহিৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই বানে কালৰূপ ধাৰণ কৰিছে৷

বিগত সময়তকৈ চলিত বৰ্ষৰ বানে অসমত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰা দেখা গৈছে৷ এতিয়ালৈকে বানে ১২২ গৰাকী লোকৰ প্ৰাণ কাঢ়ি নিছে৷ এতিয়াও প্ৰায় ২২ লক্ষাধিক লোক বানৰ কৱল ত্ৰাহি মধুসূধন দেখি আছে৷ ঘৰ-দুৱাৰ, খেতিৰ মাটি বুৰাই পেলাইছে। বানে চৰকাৰী অফিচ-কাছাৰী, থানা-চিকিৎসালয়কো বুৰাই পেলাইছে৷

লগতে পঢ়ক বিশ্বৰ সৰ্বাধিক প্ৰজননক্ষম মহিলা! ৪৩ বছৰত ৪৪ টা সন্তানৰ মাতৃ! কোন তেওঁ? কেনেকৈ সম্ভৱ?

বানৰ এই ভয়ংকৰ পৰিস্থিতিৰ মাজতে অন্য এক কৰুণ ছবিও দেখা গৈছে। তাণ্ডৱ দেখুওৱাই বানে চিকিৎসালয়, গাড়ী-মটৰো উটুৱাই লৈ গৈছে৷ এনে এক অসহায় অৱস্থাতে ৰাস্তাৰ এক ওখ ঠাইত মুকলি আকাশৰ তলত এগৰাকী কেঞ্চাৰ ৰোগীৰ চিকিৎসা চলি আছে৷ কেন্সাৰ ৰোগীক মুকলি আকাশৰ তলতে ৰাস্তাৰ ওখ ঠাইত এখন চকীত বহুৱাই কেমোথেৰাপি দি থকা হৈছে!

ইতিমধ্যে এই কৰুণ ছবিখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ফ’টোখন শিলচৰৰ বুলি জানিব পৰা গৈছে৷ উল্লেখ্য চলিত বানে বৰাক উপত্যকাৰ শিলচৰ জিলাক সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰিছে৷

শিলচৰৰ সমীপৰ কৰ্কট চিকিৎসালয়খনৰ লগতে সমীপৰ সকলো ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে বানত ডুব গৈছে। সেয়ে উপায়ন্তৰ হৈ চিকিৎসাকৰ্মীয়ে কেঞ্চাৰ ৰোগীগৰাকীক মুকলি আকাশৰ তলতে চকীত বহুৱাই চিকিৎসা কৰিবলৈ বাধ্য হৈ পৰিছে।

লগতে পঢ়ক ঘৰুৱা উপায়েৰে ডায়েবেটিছ ৰোগীয়ে কেনেকৈ ব্লাড চুগাৰ কেনেকৈ নিয়ন্ত্ৰণ হ্ৰাস কৰিব?

সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিগত কিছুদিন ধৰি ১৫০খন বিছনাযুক্ত কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ বানপানীত ডুব গৈ আছে। পৰিস্থিতি এনেকুৱা হৈছে যে চিকিৎসালয় কৰ্তৃপক্ষই ৰোগী আৰু চিকিৎসালয়ৰ কৰ্মচাৰীয়েও লাইফ জেকেট পিন্ধাবলগীয়া হৈছে।

এজন চিকিৎসকে কয় যে তেওঁলোকে ৰাস্তাতে কেমোথেৰাপিকে ধৰি প্ৰয়োজনীয় চিকিৎসা পৰীক্ষা আৰু চিকিৎসা কৰি আছে। অৰ্থাৎ তেওঁলোকে পানী কম হোৱা ওখ ঠাইত ৰোগীৰ চিকিৎসা কৰিবলৈ বাধ্য হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam floodassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ
জীৱনশৈলী

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

June 15, 2026
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
Next Post
পানীপুৰী খাই কলেৰাত আক্ৰান্ত লোক! পানীপুৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি!

পানীপুৰী খাই কলেৰাত আক্ৰান্ত লোক! পানীপুৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি!

১ জুলাইৰ পৰা পৰিৱৰ্তন হ’ব নেকি চিলিণ্ডাৰৰ মূল্য? জানিবলৈ চাওক…

১ জুলাইৰ পৰা পৰিৱৰ্তন হ’ব নেকি চিলিণ্ডাৰৰ মূল্য? জানিবলৈ চাওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.