• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘পুটিন এগৰাকী নাৰী হোৱা হ’লে এই যুদ্ধ নহ’লহেঁতেন!’ কোন ৰাষ্ট্ৰনেতাই পুটিনক কৰিলে ঠাট্টা?

‘পুটিন এগৰাকী নাৰী হোৱা হ’লে এই যুদ্ধ নহ’লহেঁতেন!’ কোন ৰাষ্ট্ৰনেতাই পুটিনক কৰিলে ঠাট্টা?

4 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

2 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

3 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

3 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

5 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

5 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

6 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

6 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

7 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

7 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘পুটিন এগৰাকী নাৰী হোৱা হ’লে এই যুদ্ধ নহ’লহেঁতেন!’ কোন ৰাষ্ট্ৰনেতাই পুটিনক কৰিলে ঠাট্টা?

editor by editor
June 30, 2022
in বিশ্ব, ৰাজনীতি
0
‘পুটিন এগৰাকী নাৰী হোৱা হ’লে এই যুদ্ধ নহ’লহেঁতেন!’ কোন ৰাষ্ট্ৰনেতাই পুটিনক কৰিলে ঠাট্টা?
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ এতিয়াও সমাপ্ত হোৱা নাই। ১০০ দিনতকৈ অধিক সময় ধৰি চলি থকা এই যুদ্ধত ইউক্ৰেইনৰ যথেষ্ট ক্ষতি হৈছে। একে সময়তে ৰাছিয়াই দিনক দিনে আক্ৰমণ বৃদ্ধিহে কৰি আছে।

ইয়াৰ মাজতে বুধবাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ঠাট্টা কৰি কয় যে যদি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন এগৰাকী মহিলা হ’লহেঁতেন তেন্তে এই যুদ্ধ আৰম্ভ নহ’লহেঁতেন।

জাৰ্মান সম্প্ৰচাৰক জে ডি এফক জনাই জনছনে কয় যে পুটিন যদি এগৰাকী মহিলা হ’লহেঁতেন তেন্তে তেওঁ এনে পুৰুষসুলভ যুদ্ধ আৰম্ভ কৰিলেহেঁতেন বুলি মই নাভাবো।

লগতে পঢ়ক ৮৭ বছৰীয়া ব্যক্তিয়ে ২৯ বছৰ ৰোমাঞ্চকৰ জীৱন কটালে এটা দ্বীপৰ গভীৰ অৰণ্যত! কোন তেওঁ?

সাক্ষাৎকাৰৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়েও জোৰ দি কয় যে সকলোৱে ৰুছ-ইউক্ৰেইন যুদ্ধৰ অন্ত হোৱাটো বিচাৰে যিহেতু ইয়াৰ কোনো সম্ভাৱ্য চুক্তি নাই। পুটিনে শান্তি চুক্তিৰ কোনো প্ৰস্তাৱ নিদিয়ে আৰু জেলেনস্কিয়েও দিব নোৱাৰে।

ইয়াৰ পূৰ্বে দেওবাৰে জি ৭ৰ নেতাসকলে পুটিনৰ চাৰ্টবিহীন, উদং বুকুৰ ঘোঁৰাত উঠি থকা ফটোখনক লৈ ঠাট্টা কৰিছিল। বৰিছ জনছন আৰু তেওঁৰ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে পুটিনৰ ফ’টো শ্বুটক লৈ ধেমালি কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে।

কৌতুকটো আৰম্ভ কৰি বৰিছ জনছনে কয় — ‘জেকেট পিন্ধিছেনে? জেকেটটো খুলি দিব?’

ইয়াৰ প্ৰত্যুত্তৰত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কোৱা শুনা যায়— ‘ফ’টো উঠিবলৈ অপেক্ষা কৰক।’ লগে লগে বৰিছ জনছনে আকৌ কয়— ‘আমি দেখুৱাব লাগিব যে আমি পুটিনতকৈও শক্তিশালী।’

লগতে পঢ়ক সংবাদ মাধ্যমৰ বিৰামহীন হেঁচাত অসুস্থ ধৃতিৰাজ! ধৃতিৰাজক বিশ্ৰাম দিয়াৰ আহ্বান পৰিয়ালৰ

ইফালে নাটোৱে ৰাছিয়াক নিজৰ সদস্য দেশসমূহৰ শান্তি আৰু নিৰাপত্তাৰ প্ৰতি আটাইতকৈ ডাঙৰ আৰু প্ৰত্যক্ষ ভাবুকি বুলি অভিহিত কৰিছে। ত্ৰিশখন দেশৰ মিত্ৰজোঁটে বুধবাৰে মাদ্ৰিদত অনুষ্ঠিত শীৰ্ষ সন্মিলনত এক বিবৃতিযোগে এই কথা কয়।

নাটোৰ এই ঘোষণাই ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে শীতল যুদ্ধৰ পিছৰ ইউৰোপৰ নিৰাপত্তা ব্যৱস্থাত কেনেদৰে নাটকীয়ভাৱে প্ৰভাৱ পেলাইছে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে বুধবাৰে নিজৰ দেশক সম্পূৰ্ণৰূপে সহায় নকৰাৰ বাবে নাটোৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ আৰু অধিক অস্ত্ৰ-শস্ত্ৰৰ বাবে অনুৰোধ জনায়।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBritish PM Boris JohnsonRussia Ukraine invasionVladimir Putin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ
অসম

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

April 9, 2026
Next Post
বিধায়কসকলৰ মুখত বিৰিঙিব হাঁহি! ৬৬% দৰমহা বৃদ্ধি পাব বিধায়কৰ

বিধায়কসকলৰ মুখত বিৰিঙিব হাঁহি! ৬৬% দৰমহা বৃদ্ধি পাব বিধায়কৰ

উর্ফি জাভেদৰ আটাইতকৈ ব’ল্ড অৱতাৰ! চাওক সাহসী উৰ্ফিৰ শেহতীয়া পোছাক

উর্ফি জাভেদৰ আটাইতকৈ ব’ল্ড অৱতাৰ! চাওক সাহসী উৰ্ফিৰ শেহতীয়া পোছাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.