• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

4 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

1 hour ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

2 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

3 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

4 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

4 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

5 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

5 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

7 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

7 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

8 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

9 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

editor by editor
July 5, 2022
in জীৱনশৈলী, বিবিধ, ভাৰত
0
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন
0
SHARES
8.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত অৱশেষত বিবাহ পাশত আৱদ্ধ হ’ল দুই সমকামী পুৰুষ অভিষেক ৰায় আৰু চৈতন্য শর্মা৷

যোৱা দেওবাৰে কলকতাৰ এখন হোটেলত দুয়োৱে আড়ম্বৰপূৰ্ণভাৱে হিন্দু ধৰ্মীয় নীতি অনুসাৰে বিবাহপাশত আৱদ্ধ হয়৷ তেওঁলোকৰ বিবাহ অনুষ্ঠানত তেওঁলোকৰ ঘণিষ্ঠ লোকসকলৰ লগতে বহু বিখ্যাত লোকো উপস্থিত থকা দেখা গ’ল৷

কলকতাৰ অভিষেক ৰায় হৈছে এগৰাকী পোছাক ডিজাইনাৰ আৰু তেওঁৰ সংগী গুৰুগাঁৱৰ বাসিন্দা চৈতন্য শৰ্মা ডিজিটেল মাৰ্কেটিঙৰ সৈতে জড়িত৷ তেওঁলোক দুয়োৱে কিছুদিনৰ পৰা অভিষেকৰ ঘৰতে একেলগে আছে আৰু ঘৰৰ পৰাই নিজৰ পেচাগত কাম সম্পন্ন কৰি আহিছে৷

লগতে পঢ়ক এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

ইফালে এই সমকামী বিবাহখনে কলকতাত বিশেষ চৰ্চা লাভ কৰিছে৷ কলকতাত সমকামী বিবাহ দেখা নাযায় বুলিও আমন্ত্ৰিত একাংশই মন্তব্য কৰিছে৷

বিবাহ অনুষ্ঠানত উপস্থিত থকা অনিৰুদ্ধ চকলাদাৰে সংবাদ মাধ্যমৰ আগত কয় যে অভিষেক আৰু চৈতন্যৰ বিবাহ অনুষ্ঠানৰ ইমানেই যত্ন লোৱা হৈছে যে ই তেওঁৰ মনটো ভৰাই তুলিছে। “দুয়োজন ডেবিউটেণ্টে সকলোৰে ঘৰলৈ গৈ কাৰ্ড লৈ মাতিছিল। বিবাহখনৰ আয়োজন কৰাত তেওঁলোকে অতি সাৱধানতা অৱলম্বন কৰিছিল। দেখাত সিহঁত সুখী হ’ব।’’

লগতে পঢ়ক প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

উল্লেখ্য যে ভাৰতত এতিয়াও সমকামী বিবাহ বৈধ নহয়। আইনৰ দৃষ্টিত কোনো দম্পতীয়ে ধৰ্ম সলনি কৰিলেও পৰিয়ালে এই বিবাহক স্বীকৃতি নিদিয়ে। ভাৰততো সমকামিতাক এসময়ত অপৰাধ হিচাপে গণ্য কৰা হৈছিল। ২০১৮ চনত ৩৭৭ নং ধাৰাৰ বাতিল কৰাৰ পিছৰে পৰা সমকামিতাক অপৰাধ হিচাপে গণ্য কৰা নহয়৷

আইনে সমকামিতাক অপৰাধ গণ্য নকৰিলে এতিয়াও সমকামী বিবাহে আইনী অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। দেশৰ তৃতীয় লিংগ, সমকামী আৰু ট্ৰেন্সজেণ্ডাৰসকলে এই সমকামী বিবাহক আইনী বৈধতা প্ৰদানৰ বাবে যুঁজ অব্যাহত ৰাখিছে৷

স্মৰ্তব্য যে সমকামী বিবাহ দেশত আইনী বৈধতা লাভ নকৰিলেও ২০১৭ চনত প্ৰথমখন সমকামী বিবাহ সম্পন্ন হৈছিল৷ তেতিয়া আমেৰিকাৰ কেললিফৰ্ণিয়াত বাস কৰা আই আই চি স্নাতক হৰ্ষ ২০১৬ চনত অনলাইন ডেটিং চাইটৰ যোগে সম্পৰ্কলৈ অহা ভিয়েটনামৰ ভিনহকৰ সৈতে ২০১৭ চনৰ এপ্ৰিলত ভাৰতত বিবাহ পাশত আৱদ্ধ হৈছিল৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assamsame-sex marriage
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
Next Post
আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.