• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেটৰিনা কাইফ আৰু বিকি কৌশলক হত্যাৰ ভাবুকি, কোন দিলে এই ভাবুকি?

কেটৰিনা কাইফ আৰু বিকি কৌশলক হত্যাৰ ভাবুকি, কোন দিলে এই ভাবুকি?

4 years ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

11 minutes ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

42 minutes ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

55 minutes ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

1 hour ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

2 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

3 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

5 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

8 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেটৰিনা কাইফ আৰু বিকি কৌশলক হত্যাৰ ভাবুকি, কোন দিলে এই ভাবুকি?

editor by editor
July 25, 2022
in চিনেমা, ভাৰত
0
কেটৰিনা কাইফ আৰু বিকি কৌশলক হত্যাৰ ভাবুকি, কোন দিলে এই ভাবুকি?
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুম্বাইৰ ছান্টাক্ৰুজ আৰক্ষীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বলীউডৰ অভিনেতা দম্পতী বিকি কৌশল আৰু কেটৰিনা কাইফক হত্যা কৰাৰ ভাবুকি দিয়া এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

মুম্বাই আৰক্ষীয়ে জনোৱা মতে, বিকি কৌশলৰ অভিযোগৰ ভিত্তিত আই টি আইনৰ উপৰিও ভাৰতী?য় দণ্ডবিধি আইনৰ বিভিন্ন ধাৰাত ছান্টাক্ৰুজ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে। অভিযোগত কোৱা হৈছে যে এজন পুৰুষে ইনষ্টাগ্ৰামত অহৰহ ভাবুকিমূলক মেছেজ দি আছে আৰু লোকজনে বিকিৰ পত্নী তথা অভিনেত্ৰী কেটৰিণা কাইফক ফ’ল’ কৰি ভাবুকি দিছে।

লগতে পঢ়ক যৌন শক্তি বৃদ্ধিৰ বাবে দৈনন্দিন খাদ্যৰ তালিকাত কি কি খাদ্য ৰাখিব?

উল্লেখ্য যে বিকি কৌশল আৰু কেটৰিনা কাইফক বলিউদৰ অন্যতম জনপ্ৰিয় তথা প্ৰভাৱশালী দম্পতী বুলি গণ্য কৰা হয়। কে’বাবছৰ সম্পৰ্কত থকাৰ পিছত দুয়োৱে বিবাহপাশত আৱদ্ধ হৈছিল। অলপতে মালদ্বীপত আছিল ভিকি আৰু কেটৰিনা।

মালদ্বীপ হৈছে কেটৰিনা কাইফৰ অন্যতম প্ৰিয় স্থান আৰু দুয়োজনে তাতে এই কেটৰিনাৰ জন্মদিন উদযাপন কৰে। দুয়োগৰাকী তাৰকা ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় আৰু অনুৰাগীসকলৰ বাবে নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ ফ’টো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood actorbollywood actressDeath Threatkatrina kaifViki Kaushal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা
বিনোদন

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
Next Post
ভগৱান শিৱৰ সৈতে বিষয়াক চেল্ফি উঠাৰ নিৰ্দেশ সুন্দৰী মন্ত্ৰীৰ, কিয় দিলে এই অদ্ভুদ নিৰ্দেশ?

ভগৱান শিৱৰ সৈতে বিষয়াক চেল্ফি উঠাৰ নিৰ্দেশ সুন্দৰী মন্ত্ৰীৰ, কিয় দিলে এই অদ্ভুদ নিৰ্দেশ?

প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ গৈ কাৰাগাৰ পালেগৈ প্ৰেমিক, এনে কি কাণ্ড কৰিলে প্ৰেমিকে?

প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ গৈ কাৰাগাৰ পালেগৈ প্ৰেমিক, এনে কি কাণ্ড কৰিলে প্ৰেমিকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.