• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২ বছৰীয়া কন্যা শিশুৰে বিবাহৰ বাবে  সাজু হৈছিল ৭০ বছৰীয়া বৃদ্ধ! ইয়াৰ পিছত কি হ’ল?

১২ বছৰীয়া কন্যা শিশুৰে বিবাহৰ বাবে সাজু হৈছিল ৭০ বছৰীয়া বৃদ্ধ! ইয়াৰ পিছত কি হ’ল?

4 years ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

2 minutes ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

22 minutes ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

54 minutes ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

2 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

2 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

3 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

4 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

4 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

6 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

6 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

১২ বছৰীয়া কন্যা শিশুৰে বিবাহৰ বাবে সাজু হৈছিল ৭০ বছৰীয়া বৃদ্ধ! ইয়াৰ পিছত কি হ’ল?

editor by editor
August 12, 2022
in অপৰাধ, বিশ্ব
0
১২ বছৰীয়া কন্যা শিশুৰে বিবাহৰ বাবে  সাজু হৈছিল ৭০ বছৰীয়া বৃদ্ধ! ইয়াৰ পিছত কি হ’ল?
0
SHARES
17.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ প্ৰায়বোৰ দেশতে বাল্য বিবাহৰ ৰোধ কৰিবলৈ বিভিন্ন আইন প্ৰণয়ন কৰা হৈছে৷ প্ৰায়বোৰ দেশতে বাল্য বিবাহক দণ্ডনীয় অপৰাধ বুলি গণ্য কৰা হয়৷ কিন্তু তাৰ মাজতো আইনৰ সুৰঙাৰে বহু বাল্য বিবাহ সম্পন্ন হৈ আহিছে৷

তেনে এক বাল্য বিবাহৰ বাবে ঘটনা পোহৰলৈ আহিছে, যিখন বিবাহ সম্পন্ন হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷ সংবাদ মাধ্যম প্ৰকাশিত বাতৰিৰ মতে বিবাহখন সম্পন্ন হোৱাৰ পূৰ্বে সমগ্ৰ ঘটনাটো ফাদিল হৈ পৰে যাৰবাবে নাবালিকাগৰাকীৰ জীৱন ৰক্ষা পৰে৷

দ্য মিৰ’ৰৰ প্ৰকাশিত প্ৰতিবেদন অনুসৰি এই ঘটনাটো আফ্ৰিকা মহাদেশৰ এখন দেশ কেনিয়াৰ৷ কেনিয়াৰ এজন ৭০ বছৰীয়া বৃদ্ধই এগৰাকী ১২ বছৰীয়া শিশু কন্যাক বিয়া কৰাবলৈ অতি চতুৰতাৰে ষড়যন্ত্ৰ কৰিছিল৷

লগতে পঢ়ক তিনি নাবালিকা ছাত্ৰীক অপহৰণ, তাৰ পিছত ধৰ্ষণ; দুই মহিলাসহ ৪ গৰাকীক গ্ৰেপ্তাৰ

দুমাহৰ পূৰ্বে ১২ বছৰীয়া আমিৰাক ৭০ বছৰীয়া বৃদ্ধই বিয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছিল যদিও সেই সম্পৰ্কে আমিৰাই গমেই পোৱা নাছিল৷ আমিৰাক কোৱা হৈছিল যে তেওঁৰ জ্যেষ্ঠ ভাতৃৰ বাবেহে বিবাহৰ আয়োজন কৰা হৈছে৷

ভাতৃৰ বিবাহৰ উপলক্ষ্যে তেওঁলোকৰ পৰিয়ালটোৱে ছোমালিয়াৰ সীমান্তৰ কেনিয়াৰ এখন কাউন্টি গাৰিছা চহৰলৈ যাব লাগিব বুলি আমিৰাক কোৱা হয়৷ সেই উপলক্ষ্যে আমিৰাই পৰিয়ালৰ সৈতে উক্ত চহৰখনত উপস্থিত হয় আৰু ন-কাপোৰেৰে তাইক ভাতৃৰ বিয়াৰ বাবে বুলি কৈ সজাই তোলা হয়৷

বিবাহ অনুষ্ঠানৰ ভোজন পৰ্ব সমাপ্ত হোৱাৰ পিছতে আমিৰাই সেই ষড়যন্ত্ৰৰ বিষয়ে অলপ উমান পায়৷ কিন্তু কন্দাৰ বাহিৰে আমিৰাই একোৱেই কৰিব পৰা নাছিল৷ ইয়াৰ পিছতে দৰাৰ ঘৰলৈ বুলি আমিৰাক এখন বাছেৰে লৈ যোৱা হয়৷

লগতে পঢ়ক অসমতো জাত-পাতৰ নিলৰ্জ ছবি! গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰ প্ৰশাসনৰ

দৰাৰ ঘৰলৈ গৈ থকা অৱস্থাতে বাটতে হঠাতে তেওঁলোকৰ বাছখন চালকে ৰাখে৷ বাছৰ পৰা নামি দেখা যায় কেনিয়াৰ আৰক্ষীয়ে তেওঁলোকৰ বাছখন ৰখাই তালাচী চলাইছে৷ আচলতে আমিৰাৰ ভাতৃয়ে ভগ্নীক বিবাহ দিয়াৰ কথা জানিব পাৰি স্থানীয় আৰক্ষী থানালৈ গৈ অৱগত কৰে আৰু আৰক্ষীয়ে অভিযান চলাই আমিৰাক ৭০ বছৰীয়া এজন বৃদ্ধৰ সৈতে বিবাহ হোৱাৰ পৰা ৰক্ষা কৰে৷

উল্লেখ্য যে ১৯৯০ চনতে কেনিয়াত বাল্য বিবাহ নিষিদ্ধ কৰা হৈছিল৷ দেশখনত বাল্য বিবাহ নিষিদ্ধ হোৱাৰ বাবেই আমিৰাৰ ককাকে ৭০ বছৰীয়া বৃদ্ধজনৰ সৈতে ষড়যন্ত্ৰ কৰি বিবাহৰ পৰিকল্পনা কৰিছিল৷

লগতে পঢ়ক Jioৰ বাম্পাৰ অফাৰ! ১৫ দিনলৈ বিনামূলীয়াকৈ দিব ইন্টাৰনেট!

ইফালে আমিৰাই সংবাদ পত্ৰখনক জনোৱা মতে আমিৰাৰ মাতৃ তাই সৰু হৈ থাকোতে কৰ্কটৰোগত আক্ৰান্ত হৈ মৃত্যু হয়৷ তিনি সন্তানৰ ভিতৰত আমিৰা আছিল কণিষ্ঠ৷ আমিৰাৰ দেউতাকে চহৰত থাকি পৰিয়াল পোহপাল দিছিল আৰু ককাকে তেওঁলোকক চোৱাচিতা কৰিছিল৷ সেয়ে ককাকে পিতৃৰ অগোচৰে তাইক এজন ৭০ বছৰীয়া বৃদ্ধৰ সৈতে বিয়া দিয়াৰ ষড়যন্ত্ৰ কৰিছিল৷

কিন্তু ভাতৃ আৰু আৰক্ষীৰ তৎপৰতাত আমিৰাই বাল্যকালতে এজন ৭০ বছৰীয়া বৃদ্ধৰ সৈতে বিবাহ হোৱাৰ পৰা ৰক্ষা পৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamchild marriageKenya
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

July 21, 2026
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
বিশ্ব

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

July 21, 2026
Next Post
‘উপসৰ্গ’ৰ পৰিচালক কংকন ডেকাৰ সৈতে চিনেমাৰ কথা-বতৰা

‘উপসৰ্গ’ৰ পৰিচালক কংকন ডেকাৰ সৈতে চিনেমাৰ কথা-বতৰা

অকুতোভয়! বন্যজন্তু প্ৰেমৰ অপূৰ্ব নিদৰ্শন; নাহৰফুকুটীৰ ভৰিত ৰাখী পিন্ধাই চৰ্চিত কোন মহিলা?

অকুতোভয়! বন্যজন্তু প্ৰেমৰ অপূৰ্ব নিদৰ্শন; নাহৰফুকুটীৰ ভৰিত ৰাখী পিন্ধাই চৰ্চিত কোন মহিলা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.