• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সহকৰ্মীৰ আলিংগনত ভাঙিল ৩ ডাল কামিহাড়! ক্ষতিপূৰণ বিচাৰি আদালতত কোন মহিলা?

সহকৰ্মীৰ আলিংগনত ভাঙিল ৩ ডাল কামিহাড়! ক্ষতিপূৰণ বিচাৰি আদালতত কোন মহিলা?

4 years ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

30 minutes ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

1 hour ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

2 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

2 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

3 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

3 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

4 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

5 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

5 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

6 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

7 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সহকৰ্মীৰ আলিংগনত ভাঙিল ৩ ডাল কামিহাড়! ক্ষতিপূৰণ বিচাৰি আদালতত কোন মহিলা?

editor by editor
August 16, 2022
in বিবিধ, বিশ্ব
0
সহকৰ্মীৰ আলিংগনত ভাঙিল ৩ ডাল কামিহাড়! ক্ষতিপূৰণ বিচাৰি আদালতত কোন মহিলা?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লোকজনে মহিলা সহকৰ্মীগৰাকীক সাৱটি ধৰিছিল? পুৰুষজনৰ আলিংগনৰ হেঁচা ইমানেই বেছি আছিল যে সহকৰ্মী মহিলাগৰাকীৰ কামিহাড়েই ভাঙি গ’ল৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে পুৰুষ সহকৰ্মীগৰাকীক আদালতত মজিয়া পোৱালেগৈ৷

এই অদ্ভুত ঘটনাটো চীনৰ হুনান প্ৰদেশত সংঘটিত হৈছে৷ আৰক্ষীৰ সূত্ৰ অনুসৰি কৰ্মস্থলীত এগৰাকী মহিলা সহকৰ্মীৰ সৈতে কথা পাতি থকাৰ সময়তে এগৰাকী পুৰুষ সহকৰ্মীয়ে তেওঁক সাৱটি ধৰিছিল। সেই সময়ত মহিলাগৰাকীয়ে বিষত চিঞৰি উঠিল।

শৰীৰত বিষ অনুভৱ কৰিলেও কৰ্মস্থলীত থকা সময়ত মহিলাগৰাকীয়ে বৰ বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল৷ কিন্তু মহিলা কৰ্মচাৰীগৰাকীয়ে কাৰ্যালয়ৰ পৰা ঘৰ গৈ পোৱাৰ পিছতে শৰীৰত তীব্ৰ বিষ অনুভৱ কৰিবলৈ ধৰিলে৷

লগতে পঢ়ক আকৌ মোদী-শ্বাহৰ গুজৰাটৰ পৰা ১০০০ কোটি মূল্যৰ ড্ৰাগছ জব্দ

বিষ বাঢ়ি অহাত মহিলাগৰাকীয়ে বুকুত গৰম তেল মালিচ কৰিবলৈ ধৰিলে৷ সেইদৰে পাঁচ দিন তেলৰ মালিচ কৰাৰ পিছতো যেতিয়া বিষ কমি নাহিল, তেতিয়া তেওঁ হস্পিতালৰ চিকিৎসকৰ কাষ চাপে। বুকুৰ এক্স-ৰে কৰাৰ পিছত চিকিৎসকে মহিলাগৰাকীৰ সোঁফালৰ দুডাল কামিহাড় আৰু বাওঁফালৰ এডাল কামিহাড় ভাঙি যোৱা বুলি জানিবলৈ দিয়ে। মহিলাগৰাকীৰ মুঠ তিনিডাল কামিহাড় ভাঙে।

এইদৰে বিষৰ বাবে মহিলাগৰাকীয়ে কৰ্মস্থলীৰ পৰা কিছুদিন ছুটী লয়। ছুটী লোৱাৰ বাবে প্ৰতিষ্ঠানটোৱে মহিলাগৰাকীৰ দৰমহা কৰ্তন কৰে৷ মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁৰ হাতত থকা সকলো ধন চিকিৎসাৰ বাবে ব্যয় কৰা হৈছে।

লগতে পঢ়ক গ্ৰাহকৰ মূৰত আকৌ ৰামটাঙোন! কাইলৈ পৰা বৃদ্ধি পাব আমুল গাখীৰৰ মূল্য

সুস্থ হোৱাৰ পিছত মহিলাগৰাকীয়ে সহকৰ্মীগৰাকীৰ সৈতে বিষয়টো আলোচনা কৰিবলৈ বিচাৰিছিল। অভিযোগ অনুসৰি কিন্তু সহকৰ্মীজনে এই বিষয়টো নস্যাৎ কৰি কয়ে যে তেওঁ কৰা আলিংগনৰ বাবে মহিলাগৰাকীৰ কামিহাড় ভাঙি যোৱাৰ কি প্ৰমাণ আছে বুলি ওলোটাই প্ৰশ্নহে কৰে!

ইয়াৰ পিছতে মহিলাগৰাকীয়ে সহকৰ্মীগৰাকীৰ বিৰুদ্ধে আদালতত গোচৰ তৰি ক্ষতিপূৰণ বিচাৰে। গোচৰৰ শুনানিত আদালতে সহকৰ্মীজনক ক্ষতিপূৰণ হিচাপে ১০ হাজাৰ ইউয়ান (১ লাখ ১৬ হাজাৰ টকা) দিবলৈ নিৰ্দেশ দিয়ে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBizarrechina
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?
ভাৰত

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ
অসম

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

September 18, 2026
Next Post
শিশুৱে মোবাইল টিভিত মজি থাকে নেকি? এই নিচাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি?

শিশুৱে মোবাইল টিভিত মজি থাকে নেকি? এই নিচাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি?

ভাৰতীয় ডাক বিভাগত ১ লাখ চাকৰি! ১০ম আৰু ১২শ শ্ৰেণী উত্তীৰ্ণই কৰিব পাৰিব আবেদন

ভাৰতীয় ডাক বিভাগত ১ লাখ চাকৰি! ১০ম আৰু ১২শ শ্ৰেণী উত্তীৰ্ণই কৰিব পাৰিব আবেদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.