• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ পত্নীৰ বাবে ৭৫০০ বৰ্গফুটৰ ৰাজপ্ৰাসাদ নিৰ্মাণ! ৮ পত্নীক কেনেকৈ সময় দিয়ে স্বামীয়ে?

৮ পত্নীৰ বাবে ৭৫০০ বৰ্গফুটৰ ৰাজপ্ৰাসাদ নিৰ্মাণ! ৮ পত্নীক কেনেকৈ সময় দিয়ে স্বামীয়ে?

4 years ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

26 minutes ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

40 minutes ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

54 minutes ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

1 hour ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

4 hours ago
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

4 hours ago
বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

বানত থমকি যাব খোজা সপোনক ডেউকা দিলে অলখ পাণ্ডেই, অসমৰ জানমণিয়ে পালে স্বৰ্ণ পদক

5 hours ago
বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

8 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

আজি শিৱৰ কৃপা থাকিব ৫ ৰাশিৰ ওপৰত, খুলিব ভাগ্যৰ দুৱাৰ!

8 hours ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৮ পত্নীৰ বাবে ৭৫০০ বৰ্গফুটৰ ৰাজপ্ৰাসাদ নিৰ্মাণ! ৮ পত্নীক কেনেকৈ সময় দিয়ে স্বামীয়ে?

editor by editor
August 23, 2022
in জীৱনশৈলী, বিশ্ব
0
৮ পত্নীৰ বাবে ৭৫০০ বৰ্গফুটৰ ৰাজপ্ৰাসাদ নিৰ্মাণ! ৮ পত্নীক কেনেকৈ সময় দিয়ে স্বামীয়ে?
0
SHARES
30.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্ৰাজিলৰ বিখ্যাত মডেল আৰু প্ৰভাৱশালী আৰ্থাৰ উৰ্চোৰ এগৰাকী বা দুগৰাকী নহয়, আঠগৰাকী পত্নী আছে আৰু সকলো পত্নীয়ে তেওঁৰ লগত থাকে। আৰ্থাৰ অ’ উৰ্চোৱে সকলো পত্নীৰে সুখেৰে একেলগে থাকিবলৈ ৭৫০০ বৰ্গফুটৰ এটা বিলাসী প্ৰাসাদ নিৰ্মাণ কৰি আছে, যাৰ নাম ৰাখিছে ‘মেনচন অৱ ফ্ৰী লাভ’।

উল্লেখ্য যে মডেল তথা প্ৰভাৱশালী আৰ্থাৰ উৰ্চোৱে ২০২১ চনত একেলগে ৯ গৰাকী যুৱতীক বিয়া কৰাই চাঞ্চল্যৰ সৃষ্টি কৰি সংবাদ শিৰোনাম দখল কৰিছিল। কিন্তু পিছলৈ আৰ্থাৰৰ এগৰাকী পত্নীয়ে বিবাহ বিচ্ছেদ কৰে, কাৰণ তেওঁ নিজৰ স্বামীক আন কোনো মহিলাৰ সৈতে সহবাস কৰাতো নিবিচাৰিলে।

কিন্তু আৰ্থাৰৰ এই বিবাহ আনুষ্ঠানিকভাৱে বৈধ নহয়, কাৰণ ব্ৰাজিলত এগৰাকীতকৈ অধিক মহিলাক বিয়া কৰোৱাটো আইনীভাৱে বৈধ নহয়। কিন্তু, আৰ্থাৰ নিজৰ জীৱনটোক লৈ অতিশয় উৎসাহিত আৰু তেওঁৰ পত্নীসকলো তেওঁৰ সৈতে অতি সুখী।

লগতে পঢ়ক Zomato ডেলিভাৰী বয়ক জোতাৰে প্ৰহাৰ মহিলাৰ, ভাইৰেল ভিডিঅ’, প্ৰহাৰ কৰিলে কিয়?

আনফালে আৰ্থাৰ অ’ উৰ্চোৰ এই জীৱনশৈলীক লৈ ব্ৰাজিলৰ বহু লোক সুখী নহয়৷ আৰ্থাৰৰ ঘৰৰ এখন দেৱালত কোনোবাই ডেমন (দানৱ) বুলি লিখিছিল। তেওঁৰ ঘৰৰ বেৰত লিখা আছিল, ‘দানৱ পৰিয়াল, আঁতৰি যাওক, আমি আপোনালোকক আদৰি নলওঁ।’

এই বিষয়ে আৰ্থাৰে কয় যে সেই দিনটো অতি হতাশাজনক আছিল, যেতিয়া দেৱালত এই কথা লিখা হৈছিল। আমাক শান্তি লাগে। তেওঁ কয় যে ৰাতিপুৱা নিৰ্মাণকাৰী দল অহাৰ পাছত গেট খুলিয়েই গম পালো যে কোনোবাই এনে এটা মেছেজ দেৱালত লিখিছে।

আৰ্থাৰ অ’ উৰ্চোৰ বাবে সকলো পত্নীক সময় দিয়াটো সহজ নাছিল আৰু ইয়াৰ বাবে তেওঁ চেক্স ৰ’টা প্ৰস্তুত কৰিছে। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে তেওঁ কোন পত্নীৰ লগত কেতিয়া আৰু কিমান সময় কটাব সেই সূচী নিৰ্ধাৰণ কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arthur O Ursoasom live 24assam ka tazza khabaraxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBrazil Model Arthur O UrsoMan Married 9 WomenMansion of Free LoveModel Arthur O Urso
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!
জীৱনশৈলী

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

August 10, 2026
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!
জীৱনশৈলী

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

August 10, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

August 10, 2026
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ
জীৱনশৈলী

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

August 10, 2026
Next Post
আকৌ খাকী পোছাকত ক’লা দাগ! নিশা পৰকীয়া প্ৰেম কৰিবলৈ গৈ ধৰা পৰিল SI

আকৌ খাকী পোছাকত ক’লা দাগ! নিশা পৰকীয়া প্ৰেম কৰিবলৈ গৈ ধৰা পৰিল SI

আজৱ নিৰ্দেশ কৰ্তৃপক্ষৰ! ঋতুস্ৰাৱৰ সময়ত মহিলা কৰ্মচাৰীয়ে লগাব লাগিব ৰঙা ৰঙৰ ষ্টীকাৰ

আজৱ নিৰ্দেশ কৰ্তৃপক্ষৰ! ঋতুস্ৰাৱৰ সময়ত মহিলা কৰ্মচাৰীয়ে লগাব লাগিব ৰঙা ৰঙৰ ষ্টীকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.