• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোৰজবৰদস্তি ছাত্ৰীৰ ইউনিৰ্ফম খুলি ঘৰলৈ প্ৰেৰণ কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষয়িত্ৰী

জোৰজবৰদস্তি ছাত্ৰীৰ ইউনিৰ্ফম খুলি ঘৰলৈ প্ৰেৰণ কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষয়িত্ৰী

4 years ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

16 minutes ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

34 minutes ago
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

54 minutes ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

2 hours ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

4 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

4 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

5 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

13 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

13 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

14 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

14 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

জোৰজবৰদস্তি ছাত্ৰীৰ ইউনিৰ্ফম খুলি ঘৰলৈ প্ৰেৰণ কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষয়িত্ৰী

editor by editor
August 29, 2022
in অপৰাধ, উত্তৰ-পূব
0
জোৰজবৰদস্তি ছাত্ৰীৰ ইউনিৰ্ফম খুলি ঘৰলৈ প্ৰেৰণ কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষয়িত্ৰী
0
SHARES
20.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মিজোৰামৰ লুংলেই জিলাৰ এগৰাকী বিদ্যালয়ৰ ছাত্ৰীক ইউনিফৰ্ম খুলি ঘৰলৈ পঠিয়াই দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এখন বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। যোৱা শনিবাৰে আৰক্ষীয়ে এই তথ্য সদৰী কৰি কয় যে শিশু সুৰক্ষা গোটৰ এজাহাৰ পিছতে অভিযুক্ত লাল বিয়াকেঙীক নামৰ শিক্ষয়িত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ সমান্তৰালভাৱে উজনি মিজোৰামৰ লুংলেই জিলাৰ থাংপুই গাঁৱৰ এখন চৰকাৰী বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষয়িত্ৰীগৰাকীক শিক্ষা বিভাগে কাৰণ দৰ্শোৱাৰো জাননী জাৰি কৰিছে। ইফালে ৰাজ্যৰ শীৰ্ষ ছাত্ৰ সংগঠন মিজো জিৰলাই পাউলে অভিযুক্তক শিক্ষয়িত্ৰীগৰাকীক বৰ্খাস্ত কৰাৰো দাবী জনায়।

ঘটনাৰ বিৱৰণীৰ মতে যোৱা ২৫ আগষ্টত থাংপুই গাঁৱত অৱস্থিত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছিল। ছোৱালীজনীৰ মাতৃ নেন্সি লালনুনছাংগীয়ে জনোৱা মতে, প্ৰথম শ্ৰেণীত পঢ়ি থকা তেওঁৰ কন্যাক যোৱা ২২ আগষ্টত বিদ্যালয়খনত এজন ল’ৰাই প্ৰহাৰ কৰি নিৰ্যাতন চলাইছিল।

লগতে পঢ়ক বিলাসী গাড়ী ক্ৰয় কৰিবলৈ গৈ মহিলা কৰ্মচাৰীক এনিশাৰ নৈশ যাপনৰ প্ৰস্তাৱ জ্যেষ্ঠ চিকিৎসকৰ!

মাতৃ নেন্সীয়ে পিটিআইক জনোৱা অনুসৰি শ্ৰেণীৰে এজন ছাত্ৰই ছাত্ৰীগৰাকীক বেয়াকৈ প্ৰহাৰ কৰে৷ যাৰফলত ছাত্ৰীগৰাকীৰ তেজ বমি আৰু পেটত বিষ হৈছিল। ইয়াৰ পাছদিনাও স্কুললৈ ইউনিফৰ্ম পৰিধান কৰা ছাত্ৰীগৰাকীক একেজন ছাত্ৰই প্ৰহাৰ কৰে। বাৰে বাৰে নিজ কন্যাক প্ৰহাৰ কৰাৰ ঘটনাত ক্ষুব্ধ হৈ মাতৃ নেন্সীয়ে স্কুললৈ গৈ প্ৰহাৰ কৰা ছাত্ৰজনক গালি পাৰে৷

ইয়াৰ পাছতে স্কুলৰ শিক্ষয়িত্ৰীগৰাকীয়ে মাতৃ নেন্সীক ফোন কৰি বিদ্যালয়ৰ নিয়ম উলংঘা কৰা অভিযোগ কৰি গালি শপনি দিয়াৰ লগতে কন্যা শিশুটিকো গালি গালাজ কৰে। ইফালে শিক্ষয়িত্ৰীগৰাকীয়ে এটা হোৱাটছএপ গ্ৰুপত মাতৃগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

লগতে পঢ়ক লোমহৰ্ষক হত্যাকাণ্ড! মাতৃ, পত্নী আৰু কন্যাসহ ৫ গৰাকী লোকক শিৰচ্ছেদ কৰি হত্যা

নেন্সীয়ে কয়, ‘‘খঙত ইমানেই হতাশ হৈ পৰিছিলো যে মই ২৫ আগষ্টত পুনৰ স্কুললৈ গৈছিলো।’’ এই কথাতে ক্ষুব্ধ হৈ শিক্ষয়িত্ৰীগৰাকীয়ে নেন্সীৰ সন্তানক বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি দি ইউনিৰ্ফম জোৰ অন্য ছাত্ৰীৰ কাৰণে প্ৰয়োজন হ’ব বুলি কৈ জোৰজবৰদস্তি খুলি দিয়ে৷ ছাত্ৰীগৰাকীৰ মাতৃ নেন্সীয়ে প্ৰকাশ কৰা অনুসৰি শিক্ষয়িত্ৰীগৰাকীয়ে শ্ৰেণীৰ গোটেই শিক্ষাৰ্থীৰ সন্মুখতে ছাত্ৰীগৰাকীৰ ইউনিফৰ্ম খুলি আণ্ডাৰৱেৰ পিন্ধি থকা অৱস্থাতে ঘৰলৈ পঠিয়াই দিয়ে।

ইফালে, ঘটনা সন্দৰ্ভত মিজোৰামৰ শিক্ষা মন্ত্ৰী লালচন্দমাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই ঘটনাৰ এদিন পিছতে শিক্ষকগৰাকীক এটা কাৰণ দেখুৱাৰ জাননী জাৰি কৰা হৈছিল। মুখ্যমন্ত্ৰী জোৰাম থাংগাইও ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী ছাত্ৰীগৰাকীৰ মাতৃৰ ওচৰত ক্ষমা ভিক্ষা কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssammizoramMizoram StudentMizoram Teacher
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’
ভাৰত

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

October 17, 2026
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন
অপৰাধ

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

October 16, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
Next Post
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলে অসম সন্তানে

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলে অসম সন্তানে

সন্মতিসূচক শাৰীৰিক সম্পৰ্কৰ বেলিকা আধাৰ কাৰ্ড চাই সংগীৰ বয়স নিৰ্ণয় কৰাৰ প্ৰয়োজন নাই, উঃ ন্যায়ালয়

সন্মতিসূচক শাৰীৰিক সম্পৰ্কৰ বেলিকা আধাৰ কাৰ্ড চাই সংগীৰ বয়স নিৰ্ণয় কৰাৰ প্ৰয়োজন নাই, উঃ ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.