• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকাপ জয় কৰাৰ পাছতেই মেছিৰ সহধৰ্মিনী এণ্টনেলাৰ আৱেগিক পষ্ট, ‘মই বুজি পাওঁ এই অব্যক্ত বেদনা! এয়া তোমাৰ প্ৰাপ্য, ধন্যবাদ তোমাক’

বিশ্বকাপ জয় কৰাৰ পাছতেই মেছিৰ সহধৰ্মিনী এণ্টনেলাৰ আৱেগিক পষ্ট, ‘মই বুজি পাওঁ এই অব্যক্ত বেদনা! এয়া তোমাৰ প্ৰাপ্য, ধন্যবাদ তোমাক’

4 years ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

3 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

4 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

4 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

5 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

5 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

6 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

6 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

7 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

9 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

10 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বকাপ জয় কৰাৰ পাছতেই মেছিৰ সহধৰ্মিনী এণ্টনেলাৰ আৱেগিক পষ্ট, ‘মই বুজি পাওঁ এই অব্যক্ত বেদনা! এয়া তোমাৰ প্ৰাপ্য, ধন্যবাদ তোমাক’

editor by editor
December 19, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
বিশ্বকাপ জয় কৰাৰ পাছতেই মেছিৰ সহধৰ্মিনী এণ্টনেলাৰ আৱেগিক পষ্ট, ‘মই বুজি পাওঁ এই অব্যক্ত বেদনা! এয়া তোমাৰ প্ৰাপ্য, ধন্যবাদ তোমাক’
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শৈশৱৰ খেলৰ লগৰী৷ তাৰ পাছত কৈশোৰৰ অবুধ প্ৰেমৰ সংগী৷ কৈশোৰতেই আৰম্ভ হৈছিল মেছিৰ ফুটবল যাত্ৰা৷ জীৱনৰ হাজাৰ উত্থান-পতন৷ কিন্তু সেই সময়তো মেছিৰ সংগ কোনো সময়তে এৰা নাই তেওঁ৷ মেছিয়ে কেৰিয়াৰ ৫ খনকৈ বিশ্বকাপ খেলিলে কিন্তু ৪ কন বিশ্বকাপতেই নিৰাশ হৈ দেশলৈ উভতিছিল৷ অৱশেষত যেন শাপমুক্ত হ’ল মেছি৷ জয় কৰিলে ফিফা বিশ্বকাপ ২০২২৷ মেছিৰ এই সাফল্যৰ পাছতেই তেওঁৰ শৈশৱৰ সংগী তথা বৰ্তমানৰ পত্নী এন্টনেলাই শ্বেয়াৰ কৰিছে বিশেষ পষ্ট৷ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মেছিৰ পত্নীৰ আৱেগভৰা পষ্ট৷

বিশ্বকাপ জয় কৰাৰ পাছতেই মেছিৰ সৈতে পত্নীৰ এখন ফটোৱে সৰ্বত্ৰে চৰ্চা লভিছে৷ দেওবাৰে লুছেইল ষ্টেডিয়ামত তোলা বিশেষ ফটোখনেৰেই মেছিৰ পত্নী এণ্টনেলাই শুভেচ্ছা দিছে আৰ্জেণ্টিনাৰ দলটোক৷ ফটোখনৰ কেপশ্ব্যনত এণ্টনেলাই লিখিছে, ‘আমি চেম্পিয়ন৷ মই ক’ৰ পৰা আৰম্ভ কৰো ভাৱিয়েই পোৱা নাই৷ তোমাক লৈ আমি গৰ্বিত৷ মেছি তোমাক ময়ো ধন্যবাদ দিব খোজো৷ প্ৰত্যাহ্বান নেওচি আগুৱাব পৰা এই দৃঢ় মনটোক ছ্যেলুট৷ তুমি অনুপ্ৰেৰণা, তোমাক দেখি বহুতেই প্ৰেৰণা পায়৷ মই তোমাৰ যন্ত্ৰণা দেখিছো৷ তোমাৰ বুকুত উকমুকাই থকা বিশ্বজয়ৰ সপোনৰ সৈতেও মই পৰিচিত৷ যি সফলতা এই বিশ্বকাপত তোমালোকে অৰ্জন কৰিলা সেয়া তোমাৰ প্ৰাপ্য৷ তোমাক ধন্যবাদ৷ আগুৱাই যাওক আৰ্জেণ্টিনা দল৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব
জীৱনশৈলী

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

August 27, 2026
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…
জীৱনশৈলী

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

August 27, 2026
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?
জীৱনশৈলী

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

August 27, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

August 27, 2026
Next Post
অসমৰ সাংবাদিক গীতিকাৰ বাবেই আপুনিও দেখিলে ফিফাৰ বহু ৰোমাঞ্চকৰ ছবি! গীতিকা তালুকদাৰ ফিফা কভাৰেজ কৰা প্ৰথম অসমীয়া সাংবাদিক…

অসমৰ সাংবাদিক গীতিকাৰ বাবেই আপুনিও দেখিলে ফিফাৰ বহু ৰোমাঞ্চকৰ ছবি! গীতিকা তালুকদাৰ ফিফা কভাৰেজ কৰা প্ৰথম অসমীয়া সাংবাদিক...

প্ৰতিৰক্ষা দপ্তৰৰ পেঞ্চনাৰসকলৰ বাবে স্পৰ্শ পৰিসেৱা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত চৰকাৰৰ সৈতে সম্পৰ্ক স্থাপন বন্ধন বেংকৰ…

প্ৰতিৰক্ষা দপ্তৰৰ পেঞ্চনাৰসকলৰ বাবে স্পৰ্শ পৰিসেৱা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত চৰকাৰৰ সৈতে সম্পৰ্ক স্থাপন বন্ধন বেংকৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.