• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰাগাৰত বন্দী কয়দীলৈ যৌন উত্তেজক ছবি, অন্তৰ্বাস পঠিয়াইছিল কাৰাৰক্ষীয়ে! বিনিময়ত কিমান ধন লাভ কৰিছিল কাৰাৰক্ষীয়ে? সবিশেষ…

কাৰাগাৰত বন্দী কয়দীলৈ যৌন উত্তেজক ছবি, অন্তৰ্বাস পঠিয়াইছিল কাৰাৰক্ষীয়ে! বিনিময়ত কিমান ধন লাভ কৰিছিল কাৰাৰক্ষীয়ে? সবিশেষ…

3 years ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

8 minutes ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

37 minutes ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

1 hour ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

2 hours ago
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

2 hours ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

17 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

17 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

17 hours ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

18 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

19 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

20 hours ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কাৰাগাৰত বন্দী কয়দীলৈ যৌন উত্তেজক ছবি, অন্তৰ্বাস পঠিয়াইছিল কাৰাৰক্ষীয়ে! বিনিময়ত কিমান ধন লাভ কৰিছিল কাৰাৰক্ষীয়ে? সবিশেষ…

editor by editor
March 20, 2023
in অপৰাধ, বিশ্ব
0
কাৰাগাৰত বন্দী কয়দীলৈ যৌন উত্তেজক ছবি, অন্তৰ্বাস পঠিয়াইছিল কাৰাৰক্ষীয়ে! বিনিময়ত কিমান ধন লাভ কৰিছিল কাৰাৰক্ষীয়ে? সবিশেষ…
0
SHARES
23.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাৰাগাৰৰ ভিতৰত বন্দীৰ সৈতে গোপন প্ৰেম। কাৰাগাৰৰক্ষীয়ে এখন কাৰাগাৰৰ ভিতৰত থকা কয়দীক সহায় কৰি আহিছে। বন্দীগৰাকীৰ প্ৰেমত পৰিয়েই এই কাৰ্য কৰি আহিছে কাৰাৰক্ষীগৰাকীয়ে।

২০২০ চনৰ জানুৱাৰী মাহত ইংলেণ্ডৰ এখন কাৰাগাৰত মহিলা কাৰাৰক্ষী হিচাপে যোগদান কৰিছে ২৫ বছৰীয়া মহিলা জোৱান ৰাচেল মাৰ্টিনে। সেই কাৰাগাৰতে বন্দী হৈ আছে ৪০ বছৰীয়া অপৰাধী ৰেমণ্ড আব্ৰাহাম। মাৰ্টিনে কাৰাৰক্ষী হিচাপে যোগদান কৰাৰ ১০ বছৰ পূৰ্বৰে পৰাই কাৰাবাসৰ শাস্তি ভোগ কৰি আহিছে আব্ৰাহামে। এটা এটিএম লুটপাত কৰাৰ অপৰাধত এই শাস্তি দিয়া হৈছে আব্ৰাহামক। কাৰাৰক্ষী হিচাপে যোগদান কৰাৰ পাছত ৰাচেলে আব্ৰাহামৰ সৈতে চিনাকি হয়। ২৫ বছৰীয়া তৰুণী কাৰাৰক্ষী প্ৰেমত পৰে আব্ৰাহামৰ।

বন্দীৰ প্ৰেমত আচ্ছন্ন হৈ পৰে মাৰ্টিন। প্ৰেম, ভালপোৱাৰ বাবেই আব্ৰাহামৰ সৈতে ধনৰো লেনদেন কৰে ৰাচেলে।
এবছৰীয়া প্ৰেমৰ অন্তত ২০২১ চনৰ ৩ ফেব্ৰুৱাৰী তাৰিখে এক তালাছিৰ সন্মুখীন হয় কাৰাৰক্ষী মাৰ্টিন ৰাছেল। ৰাছেলৰ হাতৰ পৰা উদ্ধাৰ হয় এটা ৰিমোট কণ্ট্ৰল ভাইব্ৰেটৰ। তাৰপিছতেই সন্দেহৰ আৱৰ্তত সোমাই পৰে মাৰ্টিন ৰাছেল। সন্দেহৰ ভিত্তিতেই বন্দী আব্ৰাহামৰ কুঠৰীতো অভিযান চলাই আৰক্ষীয়ে। তালাছিত আব্ৰাহামৰ কুঠৰীৰ পৰা উদ্ধাৰ হয় মহিলাৰ অন্তৰ্বাস, মোবাইল ফোন আৰু এখন এছ ডি কাৰ্ড। ইয়াৰোপৰি আব্ৰাহামৰ কুঠৰীৰ পৰা উদ্ধাৰ হয় কাৰাৰক্ষী মাৰ্টিন ৰাছেলৰ এখন অন্তৰ্বাস পৰিহিতা ফটোও।

ঘটনাটো পোহৰলৈ অহাৰ পিছতেই মাৰ্টিনক জেৰা চলাই আৰক্ষীয়ে। এই ঘটনাত উপৰ্যোপৰি চলা জেৰাৰ বাবেই চাকৰি ইস্তাফা দিয়ে মাৰ্টিনে। ২০২১ চনৰেই ৮ ফেব্ৰুৱাৰীত ইস্তাফা দিয়া মাৰ্টিনৰ ওপৰত কিন্তু আৰক্ষীয়ে জেৰা অব্যাহত ৰাখে। সেই বৰ্ষৰে ১ এপ্ৰিলত আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰে মাৰ্টিনক। মাৰ্টিনৰ গ্ৰেপ্তাৰৰ পাছতেই আৰক্ষীয়ে গম পায় যে তেতিয়ালৈকেও দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক অব্যাহত আছিল। মাৰ্টিনৰ ওপৰত চলা জেৰাত মাৰ্টিনে জনায় যে আব্ৰাহামৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ বাবেই এইসমূহ সামগ্ৰী আব্ৰাহামক যোগান ধৰিছিল মাৰ্টিনে।

তদন্তকাৰী আৰক্ষীৰ দলটোৱে জনোৱামতে মাৰ্টিনৰ পৰা আৰক্ষীয়ে ১২ লাখ ৬ হাজাৰ ১৬৮ টকাও লাভ কৰিছে। আনহাতে আব্ৰাহামৰ হাতত আছিল ২ টাকৈ মোবাইল ফোন, ৩ লাখতকৈও অধিক ধনৰ লগতে বহুকেইবিধ মূল্যবান সামগ্ৰী। এই ঘটনাৰ বিচাৰৰ আদালতত চলাৰ পাছতেই কিছুদিন পূৰ্বে কাৰাৰক্ষী মাৰ্টিনক ১৬ মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে আদালতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা
অপৰাধ

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

May 19, 2026
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ
জীৱনশৈলী

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

May 19, 2026
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?
জীৱনশৈলী

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

May 18, 2026
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা
জীৱনশৈলী

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

May 18, 2026
Next Post
সভ্যসকলে নাক কোঁচাইছে! একাংশই হেঁপাহ পলুৱাই উপভোগ কৰিছে, ৰে’লৱে ষ্টেচনত ৩ মিনিট ধৰি ‘নীলা ছবি’ চলিল কেনেদৰে?

সভ্যসকলে নাক কোঁচাইছে! একাংশই হেঁপাহ পলুৱাই উপভোগ কৰিছে, ৰে’লৱে ষ্টেচনত ৩ মিনিট ধৰি ‘নীলা ছবি’ চলিল কেনেদৰে?

ভাৰতীয়সকল সঁচায়ে অসুখী! বাংলাদেশ, দুৰ্ভিক্ষপীড়িত শ্ৰীলংকাৰ নাগৰিকতকৈয়ো ভাৰতীয়সকল দুখী, বিশ্বৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত কোনখন দেশ?

ভাৰতীয়সকল সঁচায়ে অসুখী! বাংলাদেশ, দুৰ্ভিক্ষপীড়িত শ্ৰীলংকাৰ নাগৰিকতকৈয়ো ভাৰতীয়সকল দুখী, বিশ্বৰ সুখী দেশৰ তালিকাৰ শীৰ্ষত কোনখন দেশ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.