• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

3 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

13 minutes ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

12 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

13 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

13 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

13 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

15 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

15 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

16 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

17 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

18 hours ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

18 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

editor by editor
June 2, 2023
in বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…
0
SHARES
206
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্ব অৰ্থনীতিৰ শীৰ্ষত আমেৰিকা। ডলাৰৰ ওপৰত ভিত্তি কৰিয়েই সমগ্ৰ বিশ্বৰ শীৰ্ষত আছে আমেৰিকা। কিন্তু এতিয়া আমেৰিকাই দেউলীয়া হৈছে। আমেৰিকাৰ ডলাৰৰ ভাণ্ডাৰ কমি আহিছে। আমেৰিকাৰ অৰ্থনীতি এতিয়া সংকটত। নেপথ্যৰ অন্যতম কাৰণ হৈছে আমেৰিকাৰ আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য অটুত থকা নাই। যাৰফলত ঋণৰ চাপত পৰিছে বাইডেন চৰকাৰ। মূলত কভিড পৰিস্থিতিৰ পৰবৰ্তী সময়ত দেশ চলাবৰ বাবে আমেৰিকাৰ যি নীতি সেই অনুসৰিয়েই বহু পৰিমাণে ঋণ লোৱা আৰম্ভ কৰিছে চৰকাৰখনে। কিন্তু এই ঋণৰ বোজাতেই এতিয়া বাইডেন চৰকাৰ বিশ্বৰ অন্য দেশৰ পৰা সহায় বিচাৰিবলৈ বাধ্য হৈ পৰিছে।

পূৰ্বৰে পৰাই আমেৰিকাই আয়তকৈ ব্যয় বেছি কৰি আহিছে। এই অত্যাধিক ব্যয়ৰ বাবেই বাৰে বাৰে ঋণো লৈ আহিছে আমেৰিকা চৰকাৰে। বহুকেইখন দেশৰ লগতে বেচৰকাৰী বহু প্ৰতিষ্ঠানৰ ওচৰত আমেৰিকাৰ ঋণ আছে। বিগত কেইটামান বছৰ ধৰি সেই ঋণৰ বোজা আৰু বৃদ্ধি পাইছে। চৰকাৰী নীতি অনুসৰি আমেৰিকাৰ প্ৰতিখন চৰকাৰকেই ঋণ লবৰ বাবে এক সীমা বান্ধি দিয়া হয়। তাতকৈ বেছি পৰিমাণে কোনো চৰকাৰেই আমেৰিকাত ঋণ ল’ব নোৱাৰে। অৰ্থাৎ অভাৱ হ’লেও ইচ্ছানুসৰি ঋণ বঢ়াই ল’ব নোৱাৰে। কিন্তু এইবাৰ বছৰৰ আৰম্ভণিতেই বাইডেন চৰকাৰে আমেৰিকাৰ নীতি মতে ল’ব পৰা সকলো ঋণ লৈয়েই পেলাইছে। বৰ্তমানলৈ আমেৰিকাই বিভিন্ন দেশৰ লগতে বেচৰকাৰী সংস্থাৰ পৰা লোৱা ঋণৰ পৰিমান হৈছে ৩১.৪ লাখ কোটি ডলাৰ। বৰ্তমান আমেৰিকাৰ ৰাজকোষ সম্পূৰ্ণ খালী। প্ৰশাসন চলাই ৰাখিবলৈ আমেৰিকা চৰকাৰৰ হাতত এতিয়া ধনৰ অভাৱ। আগন্তুক বৰ্ষত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনো অনুষ্ঠিত হ’ব। ৰাজনৈতিক কাৰণতো এতিয়া দেশত কৰবৃদ্ধিও সম্ভৱ নহয় বাইডেন চৰকাৰৰ। ইপিনে ব্যয় ৰোধ কৰাৰো কোনো উপায় নাই, যাৰফলত বিপাঙত পৰিছে বাইডেন চৰকাৰ।

এই পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বাইডেন চৰকাৰে ঋণৰ উৰ্দ্ধসীমা বৃদ্ধিৰ বাবে আৱেদনো জনাইছিল। ডেমোক্ৰেট নেতা বাইডেনে বিৰোধী ৰিপাব্লিকানৰ সহায় বিচাৰিছে। দেশৰ স্বাৰ্থত ডেমোক্ৰেট আৰু ৰিপাব্লিকানে একগোটো হৈছে। ৩১৪-১১৭ ভোটৰ ব্যৱধানত গৃহীত হৈছে বাইডেনৰ প্ৰস্তাৱ। আমেৰিকাৰ চৰকাৰ আৰু বিৰোধীয়ে পৰস্পৰে হাতত ধৰিবলৈ বাধ্য হৈ পৰিছে। আমেৰিকাও শ্ৰী লংকা হৈ পৰিব নেকি সেই শংকা এতিয়া প্ৰায়সংখ্যক আমেৰিকাৰ বাসিন্দাৰ মনতেই ধৰা দিছে। পৰিসংখ্যাই কোৱা অনুসৰি আমেৰিকা চৰকাৰ প্ৰতি দিনৰ খৰচেই প্ৰায় ১.৭ হাজাৰ কোটি ডলাৰ। কিন্তু আমেৰিকাৰ প্ৰতিদিনৰ কৰৰ পৰিমান ইয়াতকৈ যথেষ্ট কম। ১৯৬০ চনৰ পৰা বৰ্তমান পৰ্যন্ত ৭৮ বাৰ আমেৰিকাই নিৰ্ধাৰিত ঋণৰ ঊৰ্ধসীমা পাৰ কৰিছে। প্ৰতিবাৰেই অৰ্থনৈতিক অচলাৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ শাসক আৰু বিৰোধীয়ে একগোট হৈ ঋণসীমা বৃদ্ধিত প্ৰত্যেকবাৰেই সন্মতি দিছে। বাইডেনেই নহয় পূৰ্বৰ ৰাষ্ট্ৰপতিসকলেও বহুবাৰ এইদৰে ঋণ লৈছে। ৰাষ্ট্ৰপতি ওবামাৰ দিনতেই সৰ্বাধিক ঋণ লৈছিল আমেৰিকা চৰকাৰে। সেই সময়ত ঋণৰ পৰিমান হৈছিলগৈ ৭.৬ লাখ কোটি ডলাৰ। তাৰপাছতেই ডনাল্ড ট্ৰাম্পৰ অধীনত লোৱা ঋণৰ পৰিমান হৈছে ৬.৭ লাখ কোটি ডলাৰ।

আমেৰিকা যিহেতু বিশ্বৰ শক্তিশালী অৰ্থনৈতিক কাঠামোৰ অধিকাৰী। চৰকাৰী নিয়ম অনুসৰি ঋণ গ্ৰহণৰ সীমা বান্ধি দিয়া হ’লেও হোৱাইট হাউছত সেই বাধ্য বাধকতা প্ৰত্যেকবাৰেই উলংঘন হয়। তেওঁলোকে যিমান মন যায় সিমান ঋণ ল’ব পাৰে। কাৰণ বিশ্ব অৰ্থনীতিৰ পৰিচালক মুদ্ৰা চপা কৰে আমেৰিকাই। বিশ্ব বাণিজ্যত ৮০ শতাংশই আমেৰিকান ডলাৰ ব্যৱহৃত হয়। যিসমূহ দেশে নিজস্ব পণ্য বিক্ৰি কৰি যিমান ডলাৰ আয় কৰে তেওঁলোকে সেই ডলাৰ আকৌ আমেৰিকাতেই বিনিয়োগ কৰে। ফলত আমেৰিকাই খৰচ কৰা ডলাৰ আকৌ আমেৰিকালৈ ওভতি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

May 25, 2026
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক
জীৱনশৈলী

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

May 24, 2026
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

May 24, 2026
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!
ক্ৰীড়া

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

May 24, 2026
Next Post
এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় 'শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

'মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.