• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমাৰ জোনৰ মৃত্যু তদন্ত সঠিক ৰূপত হওক! জোনমণিৰ মৃত্যু তদন্ত চিবিআইয়ে লোৱাক লৈ কি কৈছে জোনমণিৰ মাতৃয়ে?

আমাৰ জোনৰ মৃত্যু তদন্ত সঠিক ৰূপত হওক! জোনমণিৰ মৃত্যু তদন্ত চিবিআইয়ে লোৱাক লৈ কি কৈছে জোনমণিৰ মাতৃয়ে?

3 years ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

15 minutes ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

47 minutes ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

1 hour ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

2 hours ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

12 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

13 hours ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

14 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

15 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

15 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

16 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

17 hours ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

আমাৰ জোনৰ মৃত্যু তদন্ত সঠিক ৰূপত হওক! জোনমণিৰ মৃত্যু তদন্ত চিবিআইয়ে লোৱাক লৈ কি কৈছে জোনমণিৰ মাতৃয়ে?

editor by editor
June 14, 2023
in অপৰাধ, অসম, বিবিধ
0
আমাৰ জোনৰ মৃত্যু তদন্ত সঠিক ৰূপত হওক! জোনমণিৰ মৃত্যু তদন্ত চিবিআইয়ে লোৱাক লৈ কি কৈছে জোনমণিৰ মাতৃয়ে?
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জোনমণিৰ মৃত্যু তদন্ত আৰম্ভ কৰিছে চিবিআইয়ে। বুধবাৰে চিবিআইৰ দল অসমলৈ ৰাওনা হৈছে জোনমণিৰ তদন্তৰ বাবে। চিবিআইয়ে এই কেছটো গ্ৰহণ কৰাকলৈ সুখী হৈ পৰিছে জোনমণিৰ মাতৃ। মাতৃয়ে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘জোনমনিৰ কেছটো চিবিআইয়ে লোৱা বুলি শুনিছো। শুনি ভাল লাগিছে। আমি গম পোৱা নাই, আপোনালোকৰ মুখেৰেহে শুনিছো। ভালদৰে তদন্ত কৰক। দোষী বিচাৰি উলিয়াওক। দোষীক বিচাৰি ওলিয়াই শাস্তি দিলে ভালপাম। আৰু ১০ জনী থিয় কৰাই দিলেও জোনমনিৰ দৰে নাপাম। সেই অঞ্চলত জোন হৈ জোনমনি জ্বলি আছে। মই নকও ৰাইজে ক’ব। সাহসী ছোৱালী এজনী হেৰাই গ’ল। চিবিআইয়ে দোষীক বিচাৰি উলিয়াওক মই বহুত বহুত ধন্যবাদ দিম তেওঁলোকক।’

ইপিনে খুৰাকেও কয়, ‘আমাৰ জোনমনি হেৰাই যোৱা এমাহ হ’ল। আমি বিচাৰিছিলো ১৪ তাৰিখৰ ভিতৰতেই তদন্ত আৰম্ভ হওক। আৰম্ভ হৈছে তদন্ত ভালপাইছো। জোনমনিৰ কেছটোক লৈ তেওঁলোকে মাহীআইৰ দৃষ্টিৰে চাওক। অসমৰ ৰাইজে দেখিছেই। ৰাইজেই ক’ব গাড়ী আৰু মৃতদেহ দুটা মিল আছিলনে কিবা! জোনমণিৰ কেছটোৰ প্ৰত্যেকটো পদক্ষেপেই মাহীআইৰ দৃষ্টিৰেই লৈ আহিছে। চিবিআইৰ তদন্ত আৰম্ভ হৈছে ভালপাইছো, আমি পৰিয়ালে বিচাৰিছো এই তদন্ত সঠিক হওক। মৰাৰ পৰাই প্ৰতিটো পদক্ষেপ লেহেমীয়া হৈছে। গোটেইবোৰেই ৰহস্য হৈ গৈ আছে। অসমৰ ৰাইজ জাগ্ৰত নহ’লে এই কেছটো তল পেলাই থৈ দিলেহেতেন। একাংশই এই চেষ্টাই কৰি আছে। জোনমণিৰ তদন্ত হোৱাটো জৰুৰী। চিবিআই ভাৰতৰ এনে এটা সংস্থা তেওঁলোকে নোৱাৰা কাম একো নাই। চিবিআইয়ে বিচাৰি ওলিয়াব বুলি আমি আশাবাদী।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!
জীৱনশৈলী

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

March 17, 2026
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!
বাণিজ্য

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

March 17, 2026
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ
বিবিধ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

March 17, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

March 17, 2026
Next Post
৬২ বছৰত সন্তান লাভৰ আশা কৰিছিল বৃদ্ধই! প্ৰত্যাশা বাস্তৱ হ’ল, একেলগে সংসাৰলৈ আহিল ৩টা সন্তান

৬২ বছৰত সন্তান লাভৰ আশা কৰিছিল বৃদ্ধই! প্ৰত্যাশা বাস্তৱ হ’ল, একেলগে সংসাৰলৈ আহিল ৩টা সন্তান

মাতৃয়ে সৰু গেলামাল দোকান চলায়েই আলিক যোগান ধৰিছিল শিক্ষাৰ খৰচ! সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল মৈৰাবাৰীৰ আলি হুছেইন

মাতৃয়ে সৰু গেলামাল দোকান চলায়েই আলিক যোগান ধৰিছিল শিক্ষাৰ খৰচ! সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল মৈৰাবাৰীৰ আলি হুছেইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.