• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৌতম গম্ভীৰ

ৰাজনীতিত ‘হিট উইকেট’ গৌতম গম্ভীৰ!

2 years ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

24 minutes ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

2 hours ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

3 hours ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

3 hours ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

4 hours ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

4 hours ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

4 hours ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

5 hours ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

5 hours ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

5 hours ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

6 hours ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাজনীতিত ‘হিট উইকেট’ গৌতম গম্ভীৰ!

editor by editor
March 2, 2024
in ৰাজনীতি
0
গৌতম গম্ভীৰ
0
SHARES
66
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰীজতেই হওক বা ডাগআউটতেই হওক, সদায় উগ্ৰ হৈ থাকে গৰম মেজাজী গৌতম গম্ভীৰ। বিগত আইপিএলত বিৰাট কোহলীৰ সৈতে গৌতম গম্ভীৰৰ অৰিয়াঅৰি চৰ্চিত হৈছিল বহুদিনলৈ। প্ৰতিপক্ষৰ বলাৰৰ শ্লেজিঙৰ প্ৰত্যুত্তৰ দিবলৈ সদায়েই ফেপেৰি পাতি আহিছিল গম্ভীৰ। আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ পাছত ৰাজনীতিৰ খেলপথাৰত ইনিংছ অপেন কৰিছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰে। হয়তো ৰাজনীতিৰ ইনিংছ দীঘলীয়া নহ’ব বাওহতীয়া ক্ৰিকেটাৰগৰাকীৰ।

২০১৯ চনত ভাৰতীয় জনতা পাৰ্টীত যোগ দিছিল গৌতম গম্ভীৰে। পূৱ দিল্লী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি সাংসদ হৈছিল গম্ভীৰ। আম আদমী পাৰ্টীৰ আতিশী মাৰ্লেনা আৰু কংগ্ৰেছৰ অৰবিন্দৰ সিং লাভলীক পৰাজিত কৰিছিল গম্ভীৰে। শনিবাৰে হঠাৎ সক্ৰিয় ৰাজনীতিৰ পৰা অব্যাহতি লোৱাৰ ইংগিত দিয়ে বিজেপি সাংসদগৰাকীয়ে। সামাজিক মাধ্যম এক্স (পূৰ্বৰ টুইটাৰ) যোগে এই কথা সদৰি কৰে গৌতম গম্ভীৰে।

লোকসভা নিৰ্বাচনক লৈ গৰম হৈ আছে দেশৰ ৰাজনীতি। উৎসুক হৈ আছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ প্ৰৱল সম্ভাৱনা আছে। ২০২৪ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে কেইবাখনো নতুন মুখ প্ৰক্ষেপ কৰাৰ আশংকাই দেখা দিছে। তেনেস্থলত টিকট নাপাব পাৰে বৰ্তমানৰ বহু সাংসদে। প্ৰাৰ্থী তালিকা প্ৰকাশৰ পূৰ্বে গম্ভীৰৰ এনে সিদ্ধান্তই স্বাভাৱিকতে প্ৰশ্নৰ উদ্ৰেক ঘটাইছে অনুৰাগীৰ মাজত।

গম্ভীৰে এক্স (পূৰ্বৰ টুইটাৰ)ত এক পোষ্টযোগে ক্ৰিকেটত মনোনীৱেশ কৰিবলৈ সক্ৰিয় ৰাজনীতিৰ পৰা অব্যাহতি বিচাৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাক অনুৰোধ জনায়। ৰাইজৰ সেৱা কৰাৰ সুযোগ দিয়া বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে গৌতম গম্ভীৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjp mpgautam gambhirlok sabha election 2024politics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?
জীৱনশৈলী

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

April 18, 2026
দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল
জীৱনশৈলী

দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

April 18, 2026
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
Next Post
ৰিহানা

ভিভিআইপিৰে ভৰা অনন্তৰ প্ৰি ৱেডিঙত ৰিহানাই কিমান টকা ল'লে?

বিজেপি

ঘোষণা হ'ল বিজেপিৰ চূড়ান্ত তালিকা; আখৰে আখৰে মিলিল NB NEWSৰ সম্ভাব্য প্ৰাৰ্থী তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.