• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাণত ধৰি লৈ আহিল…দৃশ্য দেখি শিয়ৰী উঠিল বহু লোক

কাণত ধৰি লৈ আহিল…দৃশ্য দেখি শিয়ৰী উঠিল বহু লোক

2 years ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

51 minutes ago
সাজঘৰ

সাজঘৰ

1 hour ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

12 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

12 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

13 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

13 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

14 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

14 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

14 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

14 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

15 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাণত ধৰি লৈ আহিল…দৃশ্য দেখি শিয়ৰী উঠিল বহু লোক

editor by editor
March 29, 2024
in অসম, উত্তৰ-পূব
0
কাণত ধৰি লৈ আহিল…দৃশ্য দেখি শিয়ৰী উঠিল বহু লোক
0
SHARES
33.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ২৯ মাৰ্চ তাৰিখ শুকুৰবাৰে দুপৰীয়াৰ সময়ত সংঘটিত হয় এক অতিকে শিহৰণকাৰী ঘটনা। মোমায়েকে কাটি দুচেও কৰিলে ভাগিনক। শৰীৰৰ পৰা মুণ্ড বিচ্ছিন্ন কৰি কটা শিৰ লৈ ৰাজপথত মোমায়েক।

হাতত তেজ লাগি থকা দা। দা দেখি ভয় খাই ওচৰ চাপি যাব পৰা নাই সাধাৰণ জনতা। কাষতে পৰি আছে কটা মুণ্ড। কটা মুণ্ডৰ কাণত ধৰি উঠাই আনিছে ঘৰৰ পৰা।

এই গাৰ নোম এডাল এডাল কৰি দিয়া ঘটনা সংঘটিত হৈছে এইখন অসমৰে মৰিগাঁও জিলাত। জিলা খনৰ ময়নগুড়িৰ পৰা আহিছে এই খবৰ। খবৰ অনুসৰি এগৰাকী মোমায়েকে কাটি মাৰি পেলালে ভাগিনক।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, মাটি-বাৰী সংক্ৰান্তীয় বিবাদৰ বাবে সংঘটিত এই কাণ্ড। প্ৰথমে কাজিয়া, তাৰ পাছত ক্ৰোধে মূৰ পাই আৰু একো নাই হৈ খঙৰ কোবতে মোমায়েক ৰূপম লস্কৰে দাৰে ঘপিঁয়াই শিৰচ্ছেদ কৰে ভূমিক কোঁৱৰ নামৰ লোকজনক।

ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰূপম লস্কৰক আটক কৰাৰ লগতে ঘটনাত ব্যৱহৃত দা খনো উদ্ধাৰ কৰে লগতে মৃতদেহো উদ্ধাৰ কৰি মনণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam policemorigaonMorigaon Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাজঘৰ
অসম

সাজঘৰ

June 7, 2026
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

June 6, 2026
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
Next Post
১৩ টা গোচৰ, ৫০ হাজাৰৰ পুৰষ্কাৰ, বহু বছৰ ধৰি সন্ধান নাই ডন মুখতাৰ আনচাৰীৰ পত্নীৰ

১৩ টা গোচৰ, ৫০ হাজাৰৰ পুৰষ্কাৰ, বহু বছৰ ধৰি সন্ধান নাই ডন মুখতাৰ আনচাৰীৰ পত্নীৰ

এজন ককাক ব্ৰিগেডিয়ৰ, আনজনৰ নামত ৰাস্তা-ঘাট, খুৰাক আকৌ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি, কেৱল নিজে হে কুখ্যাত

এজন ককাক ব্ৰিগেডিয়ৰ, আনজনৰ নামত ৰাস্তা-ঘাট, খুৰাক আকৌ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি, কেৱল নিজে হে কুখ্যাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.