• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সলনি হ’ব নেকি দল! টি-২০ বিশ্বকাপৰ দল ঘোষণাৰ পাছতে ৰোহিত শৰ্মাৰ বিস্ফোৰক মন্তব্য- ‘ৱেষ্ট ইণ্ডিজতহে সদৰি কৰিম সকলো’

সলনি হ’ব নেকি দল! টি-২০ বিশ্বকাপৰ দল ঘোষণাৰ পাছতে ৰোহিত শৰ্মাৰ বিস্ফোৰক মন্তব্য- ‘ৱেষ্ট ইণ্ডিজতহে সদৰি কৰিম সকলো’

2 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

1 hour ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

2 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

3 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

4 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

4 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

5 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

6 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

6 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

7 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

7 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

7 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সলনি হ’ব নেকি দল! টি-২০ বিশ্বকাপৰ দল ঘোষণাৰ পাছতে ৰোহিত শৰ্মাৰ বিস্ফোৰক মন্তব্য- ‘ৱেষ্ট ইণ্ডিজতহে সদৰি কৰিম সকলো’

editor by editor
May 2, 2024
in ক্ৰীড়া
0
সলনি হ’ব নেকি দল! টি-২০ বিশ্বকাপৰ দল ঘোষণাৰ পাছতে ৰোহিত শৰ্মাৰ বিস্ফোৰক মন্তব্য- ‘ৱেষ্ট ইণ্ডিজতহে সদৰি কৰিম সকলো’
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সলনি হ’ব নেকি দল! টি-২০ বিশ্বকাপৰ দল ঘোষণাৰ পাছতে ৰোহিত শৰ্মাৰ বিস্ফোৰক মন্তব্য- ‘ৱেষ্ট ইণ্ডিজতহে সদৰি কৰিম সকলো’

টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ ঘোষণাৰ লগে লগে বহু প্ৰশ্নৰ উন্মেষ ঘটিছিল। কিয় সুদক্ষ খেলুৱৈ ৰিংকু সিঙক নিৰ্বাচিত নহ’ল… চাৰিজন স্পিনাৰ কিয় নিৰ্বাচিত হ’ল… হাৰ্দিক পাণ্ডিয়াক কিয় সহ অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ল…

টিম ইণ্ডিয়াৰ ঘোষণাৰ বাবে ৪৮ ঘণ্টা অপেক্ষা কৰাৰ পিছত এই প্ৰশ্নবোৰৰ উত্তৰ পোৱা গৈছে। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰে সংবাদমেলৰ আয়োজন কৰি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিয়ে। লগতে ৰোহিত শৰ্মাই কয়- ‘ৱেষ্ট ইণ্ডিজতহে সদৰি কৰিম বাকি সকলো’।

বিচিচিআইয়ে মঙলবাৰে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ নাম ঘোষণা কৰিছিল। ইয়াৰ প্ৰায় ৪৮ ঘণ্টাৰ পাছত বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰে দলটোৰ সৈতে জড়িত প্ৰশ্নৰ উত্তৰ দিয়ে।

উল্লেখ্য যে, ১ জুনৰ পৰা ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। ৫ জুনত অনুষ্ঠিত হ’ব ভাৰতৰ প্ৰথমখন খেল।

আজিৰ সংবাদমেলখনত সদৰি কৰা অনুসৰি- কে এল ৰাহুলক দলত নিৰ্বাচিত নোহোৱাৰ প্ৰশ্নত মুখ্য নিৰ্বাচক অজিত আগৰকাৰে কয় যে কে এল এজন উৎকৃষ্ট খেলুৱৈ। দলৰ হৈ তেওঁৰ প্ৰদৰ্শন অতি উত্তম। কিন্তু আই পি এলত তেওঁ বেছি বেটিং কৰে, আনহাতে টিম ইণ্ডিয়াক মিডল অৰ্ডাৰত খেলা এজন ৰক্ষক বেটছমেনৰ প্ৰয়োজন আছিল। ঋষভ পণ্টে ৪-৫ নম্বৰত খেলে। সঞ্জু চেমছনো তেনে এজন বেটছমেন, যিয়ে প্ৰয়োজন অনুসৰি আৰম্ভণি নাইবা মাজত খেলিব পাৰে। সেইবাবেই কে এল ৰাহুলৰ সলনি ঋষভ পন্ত আৰু সঞ্জু চেমছনক অগ্ৰাধিকাৰ দিয়া হৈছিল।

আনহাতে টিম ইণ্ডিয়াত ৪ স্পিনাৰ সন্দৰ্ভত ৰোহিত শৰ্মাই কয়, ‘মই এতিয়াই সকলো ক’ব নোৱাৰো। মই বেছি নকওঁ কাৰণ বিপক্ষৰ অধিনায়কেও শুনি আছে। কিন্তু এইটো নিশ্চিত যে আমি দলত ৪ জন স্পিনাৰ বিচাৰিছিলো। ৱেষ্ট ইণ্ডিজ বা আমেৰিকাত অনুষ্ঠিত হ’ব লগা খেল দিনৰ ভাগত হ’ব। ইয়াৰ ফলত স্পিনাৰৰ ভূমিকা বৃদ্ধি পাব। ইয়াৰ পিছত ৰোহিতে কয়, ‘যেতিয়া মই ৱেষ্ট ইণ্ডিজত প্ৰথম সংবাদমেল অনুষ্ঠিত কৰিম, তেতিয়া মই প্ৰকাশ কৰিম যে কিয় ৪ জন স্পিনাৰ নিৰ্বাচিত কৰা হৈছে।’ লগতে তেওঁ কয় যে টিম ইণ্ডিয়াত পাণ্ডিয়াকে ধৰি ৪ জন বেষ্ট বলাৰ আছে। সেয়েহে দলটো ভাৰসাম্যপূৰ্ণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cricket teamIndian Cricket Teamindian teamT 20T 20 World Cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!
বিনোদন

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

March 27, 2026
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!
বিনোদন

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

March 25, 2026
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট
ক্ৰীড়া

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

March 23, 2026
Next Post
ৰাষ্ট্ৰসংঘত ইজৰাইলক আঘাত ভাৰতৰ, পেলেষ্টাইনক মুকলিকৈ সমৰ্থন কৰিলে ভাৰতে

ৰাষ্ট্ৰসংঘত ইজৰাইলক আঘাত ভাৰতৰ, পেলেষ্টাইনক মুকলিকৈ সমৰ্থন কৰিলে ভাৰতে

হায়ৰে ! মাজৰাস্তাতে এম্বুলেঞ্চত তেল শেষ, হাস্পতালতো নাই কাৰেণ্ট, মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰোতে গ’ল প্ৰাণ

হায়ৰে ! মাজৰাস্তাতে এম্বুলেঞ্চত তেল শেষ, হাস্পতালতো নাই কাৰেণ্ট, মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰোতে গ'ল প্ৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.