• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোহৰ জান, দেশৰ প্ৰথমগৰাকী কোঁঠত থকা মহিলা, যাৰ গাণ ৰেকৰ্ড হৈ ইতিহাস ৰচিছিল, সেই দিনতে লৈছিল ৩০০০ টকা

গোহৰ জান, দেশৰ প্ৰথমগৰাকী কোঁঠত থকা মহিলা, যাৰ গাণ ৰেকৰ্ড হৈ ইতিহাস ৰচিছিল, সেই দিনতে লৈছিল ৩০০০ টকা

2 years ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

5 minutes ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

28 minutes ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

50 minutes ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

2 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

3 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

3 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

4 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

5 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

5 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

6 hours ago
8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

7 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

গোহৰ জান, দেশৰ প্ৰথমগৰাকী কোঁঠত থকা মহিলা, যাৰ গাণ ৰেকৰ্ড হৈ ইতিহাস ৰচিছিল, সেই দিনতে লৈছিল ৩০০০ টকা

editor by editor
May 14, 2024
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, ভাৰত, সংগীত
0
গোহৰ জান, দেশৰ প্ৰথমগৰাকী কোঁঠত থকা মহিলা, যাৰ গাণ ৰেকৰ্ড হৈ ইতিহাস ৰচিছিল, সেই দিনতে লৈছিল ৩০০০ টকা
0
SHARES
247
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গোহৰ জান, দেশৰ প্ৰথমগৰাকী কোঁঠত থকা মহিলা, যাৰ গাণ ৰেকৰ্ড হৈ ইতিহাস ৰচিছিল, সেই দিনতে লৈছিল ৩০০০ টকা

আমাৰ দেশত এফালে নাৰীক দেৱী হিচাপে পূজা কৰা হয়, আনহাতে আমাৰ মাজৰ কিছুমানে এনেকুৱা জঘন্য অপৰাধ কৰে যে ঈশ্বৰেও তেওঁলোকক ক্ষমা কৰিব নোৱাৰে। শিশু কন্যাকো নেৰে কিছুমান পাষণ্ডই নিজৰ কামনাৰ বলি সজাবলৈ। তেনেই এগৰাকী কনমানি যিয়ে মাত্ৰ ১৩ বছৰ বসয়তে ধৰ্ষণৰ সন্মুখিন হৈছিল। এয়া ১৮ শতিকাৰ কথা।

কিন্তু এনে বৰ্বৰতা ভোগ কৰাৰ পাছতো সেই কনমানিয়ে জীৱন শেষ হোৱা বুলি ধৰি নলৈ নকৈ সজাই লৈছিল জীৱন। পাছলৈ নিজকে এগৰাকী কিংবদন্তি মহিলা শাস্ত্ৰীয় সংগীতজ্ঞ হিচাপে পৰিগণিত কৰিছিল। কোঁঠত জীৱন নিৰ্বাহ কৰিয়ো গাণ ৰেকৰ্ড কৰা দেশৰ প্ৰথম মহিলা হিচাপে নিজৰ নাম ইতিহাসৰ পাতত সন্নিবিষ্ট কৰিছিল।

সেই নাৰী গৰাকীৰ নামেই হৈছে গোহৰ জান। ১৮৭৩ চনত এক খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰা গোহৰৰ প্ৰকৃত নাম এঞ্জেলীনা য়েবাৰ্ড। অতি কম বয়সতে পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ দেখি বহু সমস্যাৰ সন্মুখিন হৈছিল। বিচ্ছেদৰ পাছত মাতৃৰ সৈতে মুছলমান ধৰ্ম গ্ৰহণ কৰি লৈছিল গোহৰ নাম। পাছলৈ কোঁঠত থাকি এগৰাকী গায়িকা হিচাপে প্ৰসিদ্ধ হৈ পৰে আৰপ গোহৰৰ পৰা গোহৰ জান হয়।

কিন্তু গোহৰ জানক যিটোৱে বেলেগ কৰি তুলে সেয়া আছিল আড়ম্বৰপূৰ্ণ জীৱনশৈলী। যেতিয়া তেওঁৰ মেকুৰীটোৱে এটা মেকুৰী পোৱালী জন্ম দিছিল, তেতিয়া তেওঁ সেই তেতিয়াৰ দিনতে ২০ হাজাৰ টকা খৰচ কৰি গ্ৰেণ্ড পাৰ্টি কৰিছিল। ব্ৰিটিছ চৰকাৰৰ নিয়ম উলংঘা কৰি, দৈনিক ১০০০ টকা জৰিমনা দি চাৰিটা ঘোঁৰাৰে টনা নিজৰ দামী বাগীত কলিকতাৰ মূল পথবোৰত ঘূৰি ফুৰিছিল।

তেওঁৰ ফটো ছবি, পোষ্ট কাৰ্ড আদিৰ লগতে অষ্ট্ৰিয়াত নিৰ্মিত মেচৰ বাকচতো দেখা গৈছিল। দেশৰ লগতে বিশ্বৰ ৬ টা কৈ ভাষাতো দখল আছিল গোহৰ জানৰ। যাৰ বাবে বহু নামি-দামী লোকৰ লগত অনায়াসে কথা বতৰা হৈছিল।

জীৱনত ধন-সম্পত্তি, খ্যাতি আৰু প্ৰতিপত্তি অৰ্জন কৰা গোহৰ জান মাত্ৰ এটা বস্তুৰ পৰা বঞ্চিত হৈছিল আৰু সেয়া আছিল প্ৰেম। সৰুৰে পৰা গোহৰ খানৰ জীৱনত প্ৰেমৰ অভাৱ আছিল। বয়স বাঢ়ি অহাৰ লগে লগে উদ্যোগটোত গোহৰ জানৰ প্ৰভাৱ কমিবলৈ ধৰে। জীৱনৰ শেষ কালছোৱাত নিসংগতা অৱস্থাত ১৯৩০ চনৰ ১৭ জানুৱাৰীত ৫৬ বছৰ বয়সত এই ধৰাৰ পৰা বিদায় লয় গোহৰ জানে। ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gohar JaanGramophone QueenGramophone Queen Of IndiaIndian SingerMallika A gajal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?
জীৱনশৈলী

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

March 17, 2026
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ
জীৱনশৈলী

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

March 17, 2026
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ
জীৱনশৈলী

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

March 17, 2026
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

March 17, 2026
Next Post
৫ টকীয়া দামৰ কুৰকুৰে আনি নিদিয়াৰ বাবেই স্বামীক বিবাহ বিচ্ছেদ পত্নীৰ

৫ টকীয়া দামৰ কুৰকুৰে আনি নিদিয়াৰ বাবেই স্বামীক বিবাহ বিচ্ছেদ পত্নীৰ

আজি গংগা সপ্তমী দোষ নিবাৰণৰ বাবে ৰাশি অনুযায়ী দান কৰক, লক্ষ্মী মা সুখী হ’ব

আজি গংগা সপ্তমী দোষ নিবাৰণৰ বাবে ৰাশি অনুযায়ী দান কৰক, লক্ষ্মী মা সুখী হ'ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.