• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান পাইছিল পৰীক্ষাত, পাছে ফলাফলৰ ৪ দিনৰ পাছতে ব্ৰেইন হেমাৰেজে কাঢ়িলে প্ৰাণ

2 years ago
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

26 minutes ago
শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

2 hours ago
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

3 hours ago
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

4 hours ago
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

5 hours ago
মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?

6 hours ago
শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?

প্ৰষ্টেট কৰ্কটৰ লক্ষণ কি কি? প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱাৰ লক্ষণেই প্ৰষ্টেট কেন্সাৰৰ প্ৰাথমিক লক্ষণ? কেনেকৈ সময়মতে এই ৰোগ সম্পৰ্কে জানিব পাৰিব?

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

7 hours ago
শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান পাইছিল পৰীক্ষাত, পাছে ফলাফলৰ ৪ দিনৰ পাছতে ব্ৰেইন হেমাৰেজে কাঢ়িলে প্ৰাণ

editor by editor
May 16, 2024
in বিবিধ, ভাৰত, শিক্ষা
0
ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান পাইছিল পৰীক্ষাত, পাছে ফলাফলৰ ৪ দিনৰ পাছতে ব্ৰেইন হেমাৰেজে কাঢ়িলে প্ৰাণ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান পাইছিল পৰীক্ষাত, পাছে ফলাফলৰ ৪ দিনৰ পাছতে ব্ৰেইন হেমাৰেজে কাঢ়িলে প্ৰাণ

ৰাজ্যৰ ভিতৰতী শীৰ্ষস্থান পোৱা এগৰাকী ছাত্ৰী। সপোন বহু আছিল ভৱিষ্যতৰ জীৱনক লৈ। কিন্তু নিয়তিয়ে সকলো কাঢ়ি নিয়ে। পৰীক্ষাৰ ফলাফলৰ মাত্ৰ ৪ দিনৰ পাছতে এই ধৰাক চিৰ বিদায় দিয়ে অতি মেধাবী ছাত্ৰীগৰাকীয়ে।

গুজৰাট বৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হয় ১১ মে’ত। ফলাফলত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষস্থান দখল কৰে। সকলোৰে সপোন এতিয়া ভৱিষ্যতক লৈ। কিছুমানে ডাক্তৰ হ’ব বিচাৰে, কোনোবাই অভিযন্তা আৰু কোনোবাই আই এ এছ বা আই পি এছ বিষয়া হোৱাৰ সপোন দেখে। চকুত সপোন লৈ তেওঁলোকে পৰৱৰ্তী ক্লাছত এডমিচন লৈ আগবাঢ়িছে। কিন্তু তাৰেই মাজৰ এগৰাকী টপাৰ আছে যিয়ে ফলাফলৰ ৪ দিন পিছতে চিৰ বিদায় লয় এই ধৰাৰ পৰা।

ফলাফলৰ ফুৰ্তিয়ো ভালদৰে কৰিব নোৱাৰে পৰিয়ালটোৱে। ফলাফলৰ মাত্ৰ চাৰিদিন পিছতে ১৫ মে’ তাৰিখে ডাক্তৰ হ’ব বিচৰা হীৰ ঘেটিয়া নামৰ ১৫ বছৰীয়া ছাত্ৰী গৰাকীৰ মৃত্যু। এই মৰ্মান্তিক ঘটনাই পৰিয়ালটোৰ ওপৰত শোকৰ পাহাৰ খহি পৰিছে। দশম বৰ্ড পৰীক্ষাত ৯৯.৭০% নম্বৰ লাভ কৰি হীৰে শীৰ্ষস্থান লাভ কৰিছিল।

এমাহ পূৰ্বে হীৰৰ মগজুৰ ৰক্তক্ষৰণ হৈছিল আৰু ৰাজকোটৰ এখন ব্যক্তিগত চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰিছিল। কিন্তু, পুনৰ উশাহ-নিশাহ আৰু হৃদযন্ত্ৰৰ সমস্যাৰ বাবে হীৰক ৰাজকোটৰ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত বিটি ছাভানি হাস্পতালত আই চি ইউত ভৰ্তি কৰা হয়। য’ত মগজুৰ এম আৰ আইৰ প্ৰতিবেদনত প্ৰকাশ পাই যে হীৰৰ মগজুৰ ৮০ৰ পৰা ৯০ শতাংশই কাম কৰা বন্ধ হৈ গৈছে।

১৯ দিন মান ধৰি পুনৰ হাস্পতালত ভৰ্তি হয় হীৰ । ফলাফলো হাস্পতালৰ বিচনাতে লয়। কিন্তু অৱস্থা আৰু ভাল নহয়, ১৫ মে’ত হীৰৰ হৃদপিণ্ডেও কাম কৰা বন্ধ কৰি দিলে শেষত মৃত্যু হয়। তাৰ পিছতে হীৰৰ পৰিয়ালে হীৰৰ শৰীৰ আৰু সকলো অংগ দান কৰাৰ সিদ্ধান্ত লয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 10th TopperBoard ExamGujrat Board ExamTopper
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা
ভাৰত

April 25, 2026
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি
জীৱনশৈলী

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

April 25, 2026
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?
জীৱনশৈলী

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

April 25, 2026
মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?
জীৱনশৈলী

মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?

April 25, 2026
Next Post
দেৱ গুৰু বৃহস্পতিৰ বৃষ ৰাশিত প্ৰৱেশ, ফলত এই কেইটা ৰাশিৰ বৃদ্ধি পাব সমস্যা

দৈনিক ৰাশিফল- কেনে যাব আজি ১৭মে’ৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

দৈনিক ৰাশিফল- কেনে যাব আজি ১৭মে'ৰ দিনটো, সাৱধান হ'ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন