• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোনত এইকেইবিধ সামগ্ৰী দেখিছে? নিশাৰ ভিতৰতেই ধনী হ’বলৈ গৈছে আপুনি

সপোনত এইকেইবিধ সামগ্ৰী দেখিছে? নিশাৰ ভিতৰতেই ধনী হ’বলৈ গৈছে আপুনি

2 years ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

12 minutes ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

39 minutes ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

1 hour ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

2 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

3 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

3 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

4 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

5 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

14 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

14 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

15 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সপোনত এইকেইবিধ সামগ্ৰী দেখিছে? নিশাৰ ভিতৰতেই ধনী হ’বলৈ গৈছে আপুনি

সপোনত এইকেইবিধ সামগ্ৰী দেখিছে? নিশাৰ ভিতৰতেই ধনী হ’বলৈ গৈছে আপুনি

editor by editor
May 18, 2024
in জীৱনশৈলী, বিবিধ
0
সপোনত এইকেইবিধ সামগ্ৰী দেখিছে? নিশাৰ ভিতৰতেই ধনী হ’বলৈ গৈছে আপুনি
0
SHARES
843
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বপ্নশাস্ত্ৰ জ্যোতিষশাস্ত্ৰৰ অন্য এক গুৰুত্বপূৰ্ণ শাখা। সপোনত আমি যি দেখো, সেই সমূহেই আমাৰ ভৱিষ্যৎ নিৰ্ধাৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। টোপনিত আমি সকলোৱেই সপোন দেখো। সেই সপোনে কিবা নহয় কিবা ইংগিত বহন কৰে। সকলো সপোনেই শুভ হয় তেনে নহয়। অশুভ সংকেতো কঢ়িয়াই আনে সপোনে। এনে বহু সপোন আছে যিসমূহ সাধাৰণভাৱে লোৱাটো অনুচিত। কি কি সপোনে শুভ বাৰ্তা কঢ়িয়াই?

১) স্বপ্নশাস্ত্ৰ অনুসৰি যদি আপুনি সপোনত হাতী দেখে, তেন্তে ই শুভ বাৰ্তা কঢ়িয়াই। সপোনত হাতী দেখাৰ অৰ্থ আপোনাৰ জ্ঞান আৰু বুদ্ধি বৃদ্ধি পাইছে। সপোনত হাতী দেখিলে বুজিব যে আপুনি লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিছে।

২) সপোনত যদি বৰষুণ হোৱা দেখে তেন্তে সেইয়া অত্যন্ত শুভ। সপোনত বৰষুণ দেখিলে বুজিব ভাল কোনো ঘটনা আপোনাৰ জীৱনত ঘটিব। ইয়াৰ অৰ্থ প্ৰচুৰ অৰ্থ আপোনাৰ হাতলৈ আহি আছে। এই সপোন দেখাৰ কেইদিনমান পাছতেই আপুনি সম্পদ লাভ কৰিব। ইয়াৰোপৰি সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব।

৩) জ্যোতিষশাস্ত্ৰমতে সপোনত নদী দেখাটো অত্যন্ত শুভ। নদীৰ বিশুদ্ধ পানী যদি সপোনত দেখিছে তেন্তে আপোনাৰ জীৱনত প্ৰচুৰ উন্নতি হোৱাটো খাটাং। ইয়াৰোপৰি লক্ষ্মীৰ কৃপাত আপোনাৰ হাতলৈ প্ৰচুৰ খ্যাতি আৰু অৰ্থ আহিব।

৪) সপোনত দেৱ দেৱী দেখা পোৱাটোও অত্যন্ত শুভ। আপুনি যদি সপোনৰ নিজৰ আৰাধ্য দেৱতাক দেখিছে তেন্তে বুজিব যে ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে। সপোনত নিজৰ গুৰুক দেখা পোৱাটোও শুভ। ইয়াৰ ফলত আপোনাৰ জীৱনৰ পৰা যাৱতীয় নিগেটিভিটি দূৰ হ’ব। যিয়ে এই সপোন দেখে তেওঁৰ সমাজত মান সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব।

৫) সপোনত শিৱলিংগৰ দৰ্শন পোৱাটো অত্যন্ত শুভ বুলি কোৱা হয়। যিসকলৰ ব্যক্তিয়ে সপোনত শিৱলিংগৰ দৰ্শন পায় তেওঁৰ জীৱনত সকলো সংকট দূৰ হয়। সপোনত শিৱলিংগ বা মহাদেৱৰ দৰ্শণ পালে বুজিব যে আপোনাৰ জীৱনলৈ সাফল্য আহি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম
বিবিধ

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

October 7, 2026
Next Post
‘৪০ বছৰ ভিক্ষা কৰি খাইছো’, অভাৱতেই জন্ম মোদী ফেশ্ব্যনৰ

‘৪০ বছৰ ভিক্ষা কৰি খাইছো’, অভাৱতেই জন্ম মোদী ফেশ্ব্যনৰ

জ্যোতিষীয়ে প্ৰিয়ংকাক কৈছে প্ৰধানমন্ত্ৰী হ’বই! সঁচাকৈয়ে এইবাৰ পৰিবৰ্তন আহিব নেকি লোকসভাত?

জ্যোতিষীয়ে প্ৰিয়ংকাক কৈছে প্ৰধানমন্ত্ৰী হ’বই! সঁচাকৈয়ে এইবাৰ পৰিবৰ্তন আহিব নেকি লোকসভাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.