• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো ২ বিঘা মাটিৰ বাবে প্ৰাণ হেৰুৱালে ৫ জনকৈ নিৰীহ লোকে, ঘৰৰ সৰু পুত্ৰই কৰিলে এই কাণ্ড

মাথো ২ বিঘা মাটিৰ বাবে প্ৰাণ হেৰুৱালে ৫ জনকৈ নিৰীহ লোকে, ঘৰৰ সৰু পুত্ৰই কৰিলে এই কাণ্ড

2 years ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

29 seconds ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

49 minutes ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

2 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

3 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

3 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

4 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

6 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

7 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

7 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

8 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

9 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাথো ২ বিঘা মাটিৰ বাবে প্ৰাণ হেৰুৱালে ৫ জনকৈ নিৰীহ লোকে, ঘৰৰ সৰু পুত্ৰই কৰিলে এই কাণ্ড

editor by editor
July 22, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
মাথো ২ বিঘা মাটিৰ বাবে প্ৰাণ হেৰুৱালে ৫ জনকৈ নিৰীহ লোকে, ঘৰৰ সৰু পুত্ৰই কৰিলে এই কাণ্ড
0
SHARES
6.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো ২ বিঘা মাটিৰ বাবে প্ৰাণ হেৰুৱালে ৫ জনকৈ নিৰীহ লোকে, ঘৰৰ সৰু পুত্ৰই কৰিলে এই কাণ্ড

দেওবাৰে নিশা হাৰিয়ানাৰ পৰা আহিছে এক ভূমি বিবাদৰ ঘটনা। ঘটনাক কেন্দ্ৰ কৰি প্ৰাণ হেৰুৱালে ৫ জনকৈ নিৰীহ লোকে। ঘৰখনৰ কনিষ্ঠ পুত্ৰই সংঘটিত কৰিলে এই ঘটনা। নিসা শুই থকা অৱস্থাতে প্ৰাণ কাঢ়িলে ৫ জনৰ।

হাৰিয়ানাৰ আম্বালাৰ নাৰায়নগড়ত ভূমি বিবাদক লৈ এখন ঘৰৰ সৰু পুত্ৰ তথা দেশ ৰক্ষাৰ বাবে কাম কৰা জোৱান এগৰাকীয়ে নিজৰেই ঘৰৰ ৫ জন লোকক প্ৰাণে মাৰি পেলাই । নিজৰ জন্মদাত্ৰী মাতৃকো নেৰিলে কুলাংগাৰ পুত্ৰই।

নাৰায়ণগড়ৰ পীৰ মাজৰি ৰাটৰ গাঁৱত ভূমি বিবাদৰ বাবে জোৱান ভূষনে নিজৰ মাতৃ, জ্যেষ্ঠ ভাতৃ, বৌয়েক, ছমহীয়া ভতিজা, ৫ বছৰীয়া ভতিজীক ডিঙি ৰেপি হত্যা কৰে।

হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত অভিযুক্তই মৃতদেহ কেইটা জ্বলাই দিয়াৰ চেষ্টাও কৰে। অভিযুক্তৰ পিতৃ ওম প্ৰকাশে বিৰোধিতা কৰাত পিতৃকো প্ৰহাৰ কৰি আঘাত কৰে। হত্যাকাণ্ডৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্তই।

মৃত যুৱক জনৰ নাম ৩৫ বছৰীয়া হৰিশ, পত্নী ৩২ বছৰীয়া ছোনিয়া, মাতৃ ৬৫ বছৰীয়া সৰুপী, কন্যা ৫ বছৰীয়া যশিকা আৰু ৬ মহীয়া পুত্ৰ মায়ংক। আহত পিতৃ ওম প্ৰকাশ নাৰায়ণগড় অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে মৃতকৰ আন এগৰাকী গুৰুতৰভাৱে আহত কন্যাক চণ্ডীগড় পিজিআইলৈ প্ৰেৰণ কৰা হৈছে। নাৰায়ণগড় আৰক্ষীয়ে সকলো মৃতদেহ কেণ্টনমেণ্ট অসামৰিক চিকিৎসালয়ৰ মৰ্চাৰীত ৰাখিছে।

হত্যাকাণ্ডৰ তথ্য লাভ কৰাৰ পিছত নিশা ৩ মান বজাত আম্বালাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গোচৰৰ তদন্ত আৰম্ভ কৰে। লগতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দল গঠন কৰে। যিয়ে সকলোতে হত্যাকাৰীৰ অভিযান চলাই আছে। জানিব পৰা মতে, দুয়োজন ভাতৃৰ দুই বিঘা মাটি আছিল। এই মাটিখিনিক লৈয়ে বিবাদ চলি আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Brother Killed BrotherLand ConflictLand Dispute
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক
জীৱনশৈলী

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

July 8, 2026
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য
জীৱনশৈলী

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
Next Post
পৃথিৱীৰ একমাত্ৰ প্ৰাণী যিয়ে ক’লা গাখীৰ দিয়ে, ৯৯ শতাংশ লোকেই নাজানে এই বিষয়ে

পৃথিৱীৰ একমাত্ৰ প্ৰাণী যিয়ে ক'লা গাখীৰ দিয়ে, ৯৯ শতাংশ লোকেই নাজানে এই বিষয়ে

ৰিহাব চেণ্টাৰ সন্দৰ্ভত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ SOP, ১ আগষ্টৰ পৰা কাৰ্যকৰী

ৰিহাব চেণ্টাৰ সন্দৰ্ভত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ SOP, ১ আগষ্টৰ পৰা কাৰ্যকৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.