• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদায় আছু, অৱশেষত আছুৰ পৰা অব্যাহতি ল’লে শংকৰজ্যোতি বৰুৱাই

বিদায় আছু, অৱশেষত আছুৰ পৰা অব্যাহতি ল’লে শংকৰজ্যোতি বৰুৱাই

2 years ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

9 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

33 minutes ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

9 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

9 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

10 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

10 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

11 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

12 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

13 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

14 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

14 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিদায় আছু, অৱশেষত আছুৰ পৰা অব্যাহতি ল’লে শংকৰজ্যোতি বৰুৱাই

editor by editor
September 12, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বিদায় আছু, অৱশেষত আছুৰ পৰা অব্যাহতি ল’লে শংকৰজ্যোতি বৰুৱাই
0
SHARES
495
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিদায় আছু, অৱশেষত আছুৰ পৰা অব্যাহতি ল’লে শংকৰজ্যোতি বৰুৱাই

অৱশেষত ছাত্ৰ নেতা শংকৰ জ্যোতি বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজি ১২ ছেপ্টেম্বৰ তাৰিখ বৃহস্পতিবাৰে সামাজিক মাধ্যম ফেচবুক যোগে পদত্যাগৰ কথা সদৰি কৰে।

বৰুৱাই এই সিদ্ধান্ত সম্পূৰ্ণ নিজৰ বুলি কয় আৰু কোনো বাহ্যিক হেঁচা নোহোৱাকৈ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰে বুলি উল্লেখ কৰে।

আজি ছ’চিয়েল মিডিয়াত এক বিবৃতিত আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰি তেওঁৰ চৌপাশৰ বিষয়টোৰ সত্যতা আদালতত প্ৰকাশ পাব বুলি উল্লেখ কৰে।

শ্বেয়াৰ কৰা পোষ্টটোত শংকৰ জ্যোতিয়ে লিখে- ‘নমস্কাৰ। আপোনালোকক জনাব বিচাৰিছোঁ যে শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াত আমাৰ সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হৈছে । এই বিতৰ্কৰ সত্য সত্যতা যদিও ন্যায়ালয়ত প্ৰমাণ হ’ব তথাপিও ব্যক্তিগতভাৱে জনাব বিচাৰো যে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে স্ব-ইচ্ছাই অব্যাহতি গ্ৰহণ কৰিছোঁ। ক্ষন্তেক পিছতে কেন্দ্ৰীয় সমিতিলৈ মোৰ অব্যাহতি পত্ৰ প্ৰেৰণ কৰিম ৷ আজিৰ এই মূহূৰ্তলৈকে আপোনালোকে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞ হৈ ৰ’ম ৷ ধন্যবাদ।’

উল্লেখ্য যে, শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীয়ে আৱেগিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা, বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে প্ৰতাৰণা কৰা আৰু হত্যাৰ ভাবুকি দিয়া বুলি দাবী কৰাৰ পিছতে এই কেলেংকাৰীৰ সৃষ্টি হয়।

এই অভিযোগৰ পাছতে ব্যাপক বিতৰ্কৰ অন্তত আছুৱে শংকৰ জ্যোতি বৰুৱাক স্বেচ্ছামূলক অব্যাহতি ল’বলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ পাছতে আজি বৰুৱাই নিজৰ পদৰ পৰা অব্যাহতি লয়।

আনহাতে, শংকৰ জ্যোতি বৰুৱাই ছাত্ৰীগৰাকীৰ সৈতে অতীতৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছে যদিও ছমাহ পূৰ্বে সেই সম্পর্ক সমাপ্ত হোৱা বুলি দাবী কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AASU general secretaryall assam student unionassamassuShankar Jyoti BaruahStep Down
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 
অসম

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

July 13, 2026
Next Post
সোণাপুৰত উগ্ৰমূৰ্তি অবৈধ বেদখলকাৰীৰ, হাতে হাতে লাঠী লৈ খেদি আহিল আৰক্ষী-প্ৰশাসনক

সোণাপুৰত উগ্ৰমূৰ্তি অবৈধ বেদখলকাৰীৰ, হাতে হাতে লাঠী লৈ খেদি আহিল আৰক্ষী-প্ৰশাসনক

অতিকে কৰুণ, ৪০০ বছৰীয়া পুৰণি দেৱাল খহি ৭ লোকে হেৰুৱালে প্ৰাণ, ৫গৰাকী একেটা পৰিয়ালৰ

অতিকে কৰুণ, ৪০০ বছৰীয়া পুৰণি দেৱাল খহি ৭ লোকে হেৰুৱালে প্ৰাণ, ৫গৰাকী একেটা পৰিয়ালৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.