• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৭ বছৰ মনত ৰাখিব পাৰে দুঃৰ্ব্যৱহাৰ! কাউৰীৰ প্ৰতিশোধত ছাৰখাৰ হ’ব পাৰে জীৱন!

১৭ বছৰ মনত ৰাখিব পাৰে দুঃৰ্ব্যৱহাৰ! কাউৰীৰ প্ৰতিশোধত ছাৰখাৰ হ’ব পাৰে জীৱন!

2 years ago

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

3 minutes ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

2 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

2 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

3 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

12 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

12 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

13 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

13 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

14 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

15 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

15 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

১৭ বছৰ মনত ৰাখিব পাৰে দুঃৰ্ব্যৱহাৰ! কাউৰীৰ প্ৰতিশোধত ছাৰখাৰ হ’ব পাৰে জীৱন!

১৭ বছৰ মনত ৰাখিব পাৰে দুঃৰ্ব্যৱহাৰ! কাউৰীৰ প্ৰতিশোধত ছাৰখাৰ হ’ব পাৰে জীৱন!

editor by editor
November 4, 2024
in Uncategorized, জীৱনশৈলী
0
১৭ বছৰ মনত ৰাখিব পাৰে দুঃৰ্ব্যৱহাৰ! কাউৰীৰ প্ৰতিশোধত ছাৰখাৰ হ’ব পাৰে জীৱন!
0
SHARES
906
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহৰ প্ৰতিশোধ কিমান ভয়ংকৰ হ’ব পাৰে, তাৰ ধাৰণা কমবেছি সকলোৰেই আছে৷ কিন্তু জানেনে, পশুপখীয়েও প্ৰতিশোধ লয়৷ বিশেষকৈ কাউৰী৷ দৈনিক চহৰসমূহত অসংখ্য কাউৰী দেখা যায়৷ এই কাউৰীয়েই দীৰ্ঘদিন পৰ্যন্ত মানুহে কৰা ব্যৱহাৰ মনত ৰাখে৷ দুৰ্ব্যৱহাৰ কৰিলে, সেয়া সময়মতে উভতাইয়ো দিয়ে৷

সম্প্ৰতি ইউনিভাৰ্ছিটি অফ ৱাছিংটনৰ বিজ্ঞানী, প্ৰফেচন জন মাৰ্জলুফে ২০০৬ চনৰ পৰা এই সংক্ৰান্তিয় পৰীক্ষানিৰীক্ষা আৰম্ভ কৰে৷ ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত পৰ্যবেক্ষণ শেষ কৰি তেওঁ জনায় যে কাউৰীয়ে ১৭ বছৰ পৰ্যন্ত প্ৰতিশোধ ল’ব পাৰে৷ ১৭ বছৰ ধৰি মানুহৰ ব্যৱহাৰ মনত ৰাখে৷ ২০০৬ চনৰ মুখত মাস্ক পিন্ধি ৭টা কাউৰী ধৰি বন্দী কৰিছিল৷ ইয়াৰপাছতেই কিছু বছৰ পাছত কোনো আঘাত নকৰাকৈ এৰি দিয়ে৷ কিন্তু কাউৰীকেইটাই বিজ্ঞানীৰ পিছ নেৰিলে৷ তেওঁ কাউৰীকেইটা এৰি দিয়াৰ পাছতো তেওঁক বহুবাৰ কাউৰী কেইটাই আঘাত কৰিবলৈ খেদি আহিছে৷ আনকি মুখত মাস্ক পিন্ধিলেও কাউৰীকেইটাই খেদি আহে৷ ৭ বছৰ ধৰি তেওঁক অতিষ্ঠ কৰে কাউৰীৰ দলে৷ ২০১৩ চনৰ পৰা ক্ৰমে আক্ৰমণৰ মাত্ৰা কমি যায়৷ ২০২৩ চনত তেওঁ মাস্ক পিন্ধি আৰু খুলি ৰাজপথত ওলাই আক্ৰমণ কৰে নেকি পৰীক্ষা কৰিছিল৷ তেতিয়া কিন্তু কাউৰীকেইটাই তেওঁক আক্ৰমণ কৰা নাছিল৷

কাউৰীৰ আচৰণ আৰু কাউৰীৰ মনস্তকক লৈ কিতাপ লিখাৰ পৰিকল্পনা কৰিছে বিজ্ঞানীয়ে৷ কাউৰীয়ে দৈনিক দেখি থকা মানুহৰ মুখমণ্ডল মনত ৰাখে৷ দুৰ্ব্যৱহাৰ কৰিলে সময়মতে প্ৰতিশোধ লয়৷ এদল কাউৰীয়ে সেই ঘটনা এৰি দিলেও অন্য দলে আক্ৰমণ কৰে৷ কেতিয়াবা দলবদ্ধ হৈ কেতিয়াবা অকলেই প্ৰতিশোধ লয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

September 25, 2026
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক
জীৱনশৈলী

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

September 25, 2026
Next Post
মন্নতৰ বাহিৰত ৯৫ দিনৰ অপেক্ষা, অৱশেষত শ্বাহৰুখৰ সৈতে দেখা হ’ল অনুৰাগীৰ

মন্নতৰ বাহিৰত ৯৫ দিনৰ অপেক্ষা, অৱশেষত শ্বাহৰুখৰ সৈতে দেখা হ'ল অনুৰাগীৰ

দৈনিক ৰাশিফল- আজি সূৰ্য ষষ্ঠী, এই ৰাশিৰ ভাগ্যৰ দুৱাৰ খোল খাব, ঘৰ ধন-সম্পত্তি আৰু সমৃদ্ধিৰে ভৰি পৰিব

দৈনিক ৰাশিফল- আজি সূৰ্য ষষ্ঠী, এই ৰাশিৰ ভাগ্যৰ দুৱাৰ খোল খাব, ঘৰ ধন-সম্পত্তি আৰু সমৃদ্ধিৰে ভৰি পৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.