• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিহৰণকাৰী, কাছাৰত সুৰাসক্ত খুৰাকৰ হাতত প্ৰাণ হেৰুৱালে ২ বছৰীয়া ভতিজাকে

শিহৰণকাৰী, কাছাৰত সুৰাসক্ত খুৰাকৰ হাতত প্ৰাণ হেৰুৱালে ২ বছৰীয়া ভতিজাকে

9 months ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

4 hours ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

5 hours ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

6 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

7 hours ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

7 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

8 hours ago
8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8 hours ago
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

9 hours ago
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

10 hours ago
8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

11 hours ago
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিহৰণকাৰী, কাছাৰত সুৰাসক্ত খুৰাকৰ হাতত প্ৰাণ হেৰুৱালে ২ বছৰীয়া ভতিজাকে

editor by editor
July 31, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
শিহৰণকাৰী, কাছাৰত সুৰাসক্ত খুৰাকৰ হাতত প্ৰাণ হেৰুৱালে ২ বছৰীয়া ভতিজাকে
0
SHARES
891
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিহৰণকাৰী, কাছাৰত সুৰাসক্ত খুৰাকৰ হাতত প্ৰাণ হেৰুৱালে ২ বছৰীয়া ভতিজাকে

কালি ৩০ জুলাই তাৰিখে কাল সন্ধিয়া কাছাৰত সংঘটিত হৈছে এক অতিকে শিহৰণকাৰী ঘটনা। সুৰাসক্ত খুৰাকৰ হাতত অকালতে প্ৰাণ হেৰুৱালে এটি ২ বছৰীয়া কণমানি শিশুৱে। ঘটনাৰ পাছতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় হত্যাকৰী খুৰাকক।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, কাছাৰৰ দয়াপুৰ চাহ বাগিচাৰ আতইছৰা বস্তিত সংঘটিত হৈছে এই চাঞ্চল্যৰ হত্যাকাণ্ড। সুৰাৰ ৰাগিত কব নোৱাৰা হোৱা খুৰাকে কালি সন্ধিয়াৰ ভাগত দাৰে ডিঙি কাটি হত্যা কৰে নিজৰেই ককায়েকৰ ২ বছৰীয়া কণমানি ভতিজাকক।

খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী খুৰাক ছুঠন ৰিকিয়াশনক গ্ৰেপ্তাৰ কৰে। সন্ধিয়া ঘৰৰ চোতালতে আন শিশুৰ সৈতে খেলি আছিল কণমানি শিশুটি। সেই সময়তে সুৰামত্ত অৱস্থাত ঘৰত উপস্থিত হৈ ছুটন ৰিকিয়াশনে ২ বছৰীয়া শিশুটিক ঘৰত লৈ যায় আৰু দাৰে ডিঙি কাটি হত্যা কৰে ।

ঘটনাৰ সময়ত শিশুটিৰ পিতৃ মাতৃ বাগিচাত কাম কৰি আছিলে। কিন্তু ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে প্ৰতিবেশী ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী খুৰাকক নিজৰ জিম্মাত ৰাখি আৰক্ষীক খবৰ দিয়ে৷

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী খুৰাকক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় । লগতে কণমানি শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে দয়াপুৰ বাগিচাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আনহাতে কি কাৰণত খুৰাকে নিজৰেই কণমানি ভতিজাক এনেদৰে হত্যা কৰে সেই বিষয়ে বৰ্তমানেও স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। তদন্ত সকলো বিষয় স্পষ্ট হব বুলি জনায় অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰে ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam policeCacharmurder casesilchar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!
অসম

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

April 28, 2026
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?
শিক্ষা

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

April 28, 2026
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?
শিক্ষা

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

April 27, 2026
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য
অসম

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

April 25, 2026
Next Post
সংৰক্ষিত বনাঞ্চলত অবৈধ বাস, উৰিয়ামঘাটৰ পাছত এইবাৰ গুৱাহাটীত বৃহৎ উচ্ছেদ অভিযান

সংৰক্ষিত বনাঞ্চলত অবৈধ বাস, উৰিয়ামঘাটৰ পাছত এইবাৰ গুৱাহাটীত বৃহৎ উচ্ছেদ অভিযান

প্ৰথমে ২৫ শতাংশ শুল্ক, এইবাৰ ৬টা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা ট্ৰাম্পৰ

প্ৰথমে ২৫ শতাংশ শুল্ক, এইবাৰ ৬টা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা ট্ৰাম্পৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.