• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান হওক! যৌ*** সুখৰ মোহত এই ঔষধ সেৱন কৰিছে? হাৰ্ট এটেকৰ লগতে এইকেইটা ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে শৰীৰ

সাৱধান হওক! যৌ*** সুখৰ মোহত এই ঔষধ সেৱন কৰিছে? হাৰ্ট এটেকৰ লগতে এইকেইটা ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে শৰীৰ

11 months ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

9 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

9 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

10 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

11 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

11 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

12 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

12 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

13 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

14 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাৱধান হওক! যৌ*** সুখৰ মোহত এই ঔষধ সেৱন কৰিছে? হাৰ্ট এটেকৰ লগতে এইকেইটা ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে শৰীৰ

সাৱধান হওক! যৌ*** সুখৰ মোহত এই ঔষধ সেৱন কৰিছে? হাৰ্ট এটেকৰ লগতে এইকেইটা ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে শৰীৰ

editor by editor
October 27, 2025
in জীৱনশৈলী
0
সাৱধান হওক! যৌ*** সুখৰ মোহত এই ঔষধ সেৱন কৰিছে? হাৰ্ট এটেকৰ লগতে এইকেইটা ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে শৰীৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যৌন সক্ষমতা বঢ়োৱা ঔষধ হিচাপে ভায়েগ্ৰাৰ নাম প্ৰায় সকলোৱেই জানে৷ বহু পুৰুষেই দ্ৰুত ফল পাবলৈ কিংবা যৌনজীৱনত অধিক তৃপ্ত হ’বলৈ চিকিৎসকৰ পৰামৰ্শ অবিহনেই এই ঔষধ সেৱন কৰে৷ অতিৰিক্ত ভায়েগ্ৰা খোৱা শৰীৰৰ বাবে যেনেকৈ বিপজ্জনক, তেনেকৈ প্ৰাণঘাতীও হব পাৰে৷ বিশেষজ্ঞসকলৰ মতে যৌন সুখৰ মোহত ভায়েগ্ৰাৰ অপব্যৱহাৰ কৰিলে নানান ধৰণৰ শাৰীৰিক আৰু মানসিক সমস্যাই দেখা দিব পাৰে৷

প্রথমেই জানি থোৱা ভাল যে ভায়েগ্ৰাই মূলত ৰক্তনলী শিথিল কৰি লিংগত ৰক্তপ্ৰবাহ বঢ়ায়৷ যাৰ ফলত সাময়িকভাৱে উত্থান সহজ হয়৷ কিন্তু দেহত প্ৰয়োজনীয় মাত্ৰাতকৈ বেছি এই ঔষধ গ্ৰহণ কৰিলে ৰক্তচাপ অস্বাভাৱিকভাৱে নামি যায়৷ ইয়াৰ ফলত মূৰ ঘূৰোৱা, বুকুৰ ধৰফৰণি, অজ্ঞান হৈ যোৱাৰ দৰে ঘটনা ঘটিব পাৰে৷ হৃদৰোগৰ আক্ৰান্ত ব্যক্তিৰ বাবে ই অতি ভয়ানক৷  কাৰণ ইয়াৰ ফলত হঠাৎ হাৰ্ট এটেক বা ষ্ট্ৰোকৰ আশংকা বাঢ়ি যায়৷ অতিৰিক্ত ভায়েগ্ৰা সেৱনৰ আৰু এটা পাৰ্শ্বপ্ৰতিক্ৰিয়া হৈছে প্ৰিয়াপিজম৷ অৰ্থাৎ দীৰ্ঘ সময় ধৰি বেদনাদায়ক লিংগোত্থান হোৱা৷ ই অবহেলা কৰিলে লিংগৰ টিছ্যু স্থায়ীভাৱে ক্ষতিগ্ৰস্থ হব পাৰে আৰু ভৱিষ্যতে সম্পূৰ্ণ যৌন অক্ষমতাও আহিব পাৰে৷

কেৱল সেয়াই নহয় চকুৰ ওপৰতো ইয়াৰ ক্ষতিকৰ প্ৰভাৱ পৰে৷ হঠাৎ দৃষ্টিশক্তি কমি যোৱা, ৰং ঠিকমতে নেদেখা কিংবা একেবাৰে দৃষ্টিশক্তি হেৰুৱাৰ দৰে ঘটনাও চিকিৎসাশাস্ত্ৰৰ ইতিহাসত পোৱা গৈছে৷ অতিৰিক্ত সেৱনৰ ফলত কিডনিৰ ওপৰতো চাপ পৰে৷ মূৰৰ বিষ, হজমৰ খেলিমেলি, ডায়েৰিয়া, অতিৰিক্ত ঘাম ওলোৱা, টোপনিৰ সমস্যা ইত্যাদি ধৰণৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া হলেও ঔষধৰ মাত্ৰা বাঢ়ি গলে আৰু মাৰাত্মক ৰূপ লব পাৰে৷

মনস্তাত্ত্বিক দিশৰ পৰাও আশংকা কম নহয়৷ বহুতেই ভায়েগ্ৰাৰ ওপৰত নিৰ্ভৰশীলো হৈ পৰে৷ স্বাভাৱিকভাৱে যৌনক্ষমতা থকাৰ পাছতো আত্মবিশ্বাস হেৰুৱাই ভায়েগ্ৰা প্ৰতিদিনে সেৱন কৰে৷ ইয়াৰ ফলত মানসিক চাপ, উদ্বেগ আৰু বিষন্নতা বাঢ়ি যায়৷ আনকি দাম্পত্যৰ সম্পৰ্কতো অবিশ্বাস আৰু অস্থিৰতা তৈয়াৰ হব পাৰে৷ বিশেষজ্ঞৰ মতে ভায়েগ্ৰা কেৱল চিকিৎসকৰ পৰামৰ্শতহে সঠিক মাত্ৰাত সেৱন কৰা উচিত৷ হৃদৰোগ, ডায়বেটিছ বা উচ্চ ৰক্তচাপত ভোগা ব্যক্তিয়ে নিজেই এই ঔষধ গ্ৰহণ কৰাটো বিপজ্জনক৷ যৌন সক্ষমতা বৃদ্ধিৰ বাবে প্ৰয়োজন হলে পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰি কাৰণ নিৰ্ণয় কৰাই শ্ৰেয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

September 12, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

September 12, 2026
Next Post
মই এগৰাকী ৰেছপনছিবল মাদাৰ, এগৰাকী ৰেছপনছিবল লেখক হিচাপে মুখ্যমন্ত্ৰীক বিবেচনা কৰিবলৈ কৈছিলো, জুবিন অসুস্থ আছিল যদি ছিংগাপুৰলৈ যাব দিব নালাগিছিলঃ ৰীতা চৌধুৰী

মই এগৰাকী ৰেছপনছিবল মাদাৰ, এগৰাকী ৰেছপনছিবল লেখক হিচাপে মুখ্যমন্ত্ৰীক বিবেচনা কৰিবলৈ কৈছিলো, জুবিন অসুস্থ আছিল যদি ছিংগাপুৰলৈ যাব দিব নালাগিছিলঃ ৰীতা চৌধুৰী

মাত্ৰ ২ মাহতেই সলনি হ’ব ভাগ্য! মালব্য ৰাজযোগত কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব? চাকৰি আৰু ৰাজকীয় জীৱন কাৰ কাৰ?

মাত্ৰ ২ মাহতেই সলনি হ’ব ভাগ্য! মালব্য ৰাজযোগত কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব? চাকৰি আৰু ৰাজকীয় জীৱন কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.