• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

4 months ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

15 minutes ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

35 minutes ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

1 hour ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

2 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

3 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

15 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

15 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

15 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

15 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

16 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

editor by editor
May 19, 2026
in স্বাস্থ্য
0
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ
0
SHARES
636
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্যস্ততাৰ মাজত বা দীৰ্ঘ ভ্ৰমণত হয়তো আপোনাৰো প্ৰস্ৰাৱ ধৰি ৰখাৰ অভ্যাস বা অভিজ্ঞতা আছে৷ প্ৰস্ৰাৱ লাগিলেও কিন্তু প্ৰস্ৰাৱ কৰিবলৈ উপযুক্ত স্থানৰ অভাৱত বহুতেই প্ৰস্ৰাৱ ধৰি ৰাখে৷ বহুতেই ভাৱে যে এয়া তেনেই সাধাৰণ এক বিষয়৷ কিন্তু এয়া অলপ সময়ৰ বাবে হ’লে সমস্যা নাই৷ এই বিষয়টো যদি বেছি সময়লৈ বাঢ়ি যায় বা ইয়াৰ এক অভ্যাসত পৰিণত কৰি লয় তেতিয়া কিন্তু শৰীৰত মাৰাত্মক সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ কি কি সমস্যাত ভূগিব পাৰে?

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰখাৰ তাৎক্ষণিক ফল কি?

যদি কাৰোবাৰ মুত্ৰথলি সুস্থ থাকে তেন্তে তেওঁ কেৱলমাত্ৰ এঘণ্টাৰ বাবেহে প্ৰস্ৰাৱ চেপি ৰাখিব পাৰে৷ আৰু সাধাৰণতে ইয়াৰ ফলত তেতিয়া তেওঁৰ স্বাস্থ্যৰ বিশেষ ক্ষতি নহয়৷ কিন্তু মুত্ৰথলি দুৰ্বল হ’বলৈ ধৰে৷ আৰু এয়া অভ্যাস হৈ গ’লে কি হ’ব?

অস্বস্তি আৰু চাপ

এঘণ্টা প্ৰস্ৰাৱ ধৰি ৰাখিলে মুত্ৰথলিত চাপৰ সৃষ্টি হয়৷ যাৰ ফলত তলপেটত বা মূত্ৰথলিৰ আশেপাশে সামান্য অস্বস্তি বা বিষ অনুভৱ হ’ব পাৰে৷

বাৰে বাৰে প্ৰস্ৰাৱৰ চাহিদা

মস্তিষ্কত সংকেত যোৱাৰ বাবেই প্ৰস্ৰাৱৰ তাগিদা আৰু তীব্ৰ হয়৷ যাৰ ফলত মনোযোগ নষ্ট হ’ব পাৰে৷

শৰীৰবৃত্তীয় প্ৰস্তুতি

এই  সময়ত সেই ব্যক্তি ইউৰিন ব্লাডাৰ বা মূত্ৰথলিৰ পেশিসমূহ আৰু প্ৰসাৰিত হয় ফলত বেছি পৰিমাণৰ প্ৰস্ৰাৱ ভিতৰত সংৰক্ষণ হ’ব ধৰে৷

বিশেষজ্ঞই কি কয়?

এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ মূত্ৰথলিত সাধাৰণতে ৩৫০ মিলিৰ পৰা ৫০০ মিলি পৰ্যন্ত প্ৰস্ৰাৱ জমা হ’ব পাৰে৷ জৰুৰী পৰিস্থিতিত ১ ঘণ্টা প্ৰস্ৰাৱ ধৰি ৰাখিলে তাৎক্ষণিক কোনো ডাঙৰ বিপদ নঘটে যদিও এয়া অভ্যাসত পৰিণত কৰিলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে৷

এঘণ্টা প্ৰস্ৰাৱ ধৰি ৰাখিলে মূত্ৰনলীত সংক্ৰমণ স্বাভাৱিক নেকি?

প্ৰস্ৰাৱ ধৰি ৰাখিলে ইউৰেনাৰি ট্ৰেক্ট ইনফেকশ্ব্যন বা UTI মূত্ৰনলীৰ সংক্ৰমণ হোৱাৰ আশংকা থাকে৷ কাৰণ ইয়াৰ ফলত মূত্ৰথলিত বেক্টেৰিয়াৰ সংখ্যা বাঢ়ি যায়৷

এই অভ্যাস কিয় বিপজ্জনক?

মূত্ৰথলিৰ পেশি দুৰ্বল হৈ পৰে

দীৰ্ঘদিন ধৰি এই অভ্যাস বজায় ৰাখিলে মূত্ৰথলিৰ পেশি দুৰ্বল হৈ পৰে৷ ফলত পৰবৰ্তীসময়ত প্ৰস্ৰাৱ কৰাৰ সময়ত সম্পূৰ্ণৰূপে প্ৰস্ৰাৱ শৰীৰৰ পৰা ওলাই নাযায় যিয়ে সংক্ৰমণৰ আশংকা বঢ়ায়৷

কিডনিৰ ওপৰত চাপ

দীৰ্ঘসময় ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে চাপ ধীৰে ধীৰে কিডনিৰ দিশলৈ যায় আৰু কিডনিৰ স্বাস্থ্যৰ বাবেও ই ক্ষতিকাৰক৷

মূত্ৰথলিত পাথৰ

প্ৰস্ৰাৱ ধৰি ৰাখিলে ইউৰিনৰ মাজত থকা খনিজ পদাৰ্থসমূহ জমা বান্ধি পাথৰ তৈয়াৰ কৰিব পাৰে৷

মূত্ৰনলীৰ সংক্ৰমণ

ই সকলোতকৈ বিপজ্জনক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?
জীৱনশৈলী

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

September 10, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
Next Post
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.