• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 minutes ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

55 minutes ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

2 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

2 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

3 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

4 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

5 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

8 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

8 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

10 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

10 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

৮ অক্টোবৰৰ ৰাশিফল জানো আহক...

editor by editor
October 7, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

Zodiac signs and astrology with constellations, concepts, predictions, horoscopes, beliefs

0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ অক্টোবৰ ২০২৬, বৃহস্পতিবাৰে গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱৰ বাবে ১২টা ৰাশিৰ জাতক-জাতিকাৰ জীৱনত ভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা যাব পাৰে। জ্যোতিষীয় পূৰ্বানুমান অনুসৰি কিছুমান ৰাশিৰ বাবে কেৰিয়াৰ আৰু ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে, আনহাতে কিছুমানে ধন খৰচ, স্বাস্থ্য আৰু সম্পৰ্কৰ ক্ষেত্ৰত অলপ সাৱধান হ’ব লাগিব।

মেষ ৰাশি

কাইলৈৰ দিনটো উৎসাহ আৰু আত্মবিশ্বাসেৰে আৰম্ভ হ’ব পাৰে। চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ লাভৰ সম্ভাৱনা আছে। ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰাসকলৰ বাবেও সময়টো ইতিবাচক। দাম্পত্য জীৱনত সংগীৰ সমৰ্থন লাভ কৰিব পাৰে। ভ্ৰমণৰ যোগ আছে। অৱশ্যে খৰখেদাকৈ সিদ্ধান্ত নোলোৱাই ভাল আৰু স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক।

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটো সুখদায়ক হ’ব পাৰে। কেৰিয়াৰত নতুন সুযোগ আহিব পাৰে আৰু ব্যৱসায়িক কামত দূৰ ভ্ৰমণৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা শক্তিশালী হ’ব পাৰে। পৰিয়ালৰ পুৰণি সমস্যা কিছু পৰিমাণে হ্ৰাস পাব পাৰে। ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব।

মিথুন ৰাশি

কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট বা দায়িত্ব লাভৰ সম্ভাৱনা আছে। বিশেষকৈ ব্যক্তিগত খণ্ডত কাম কৰা লোকসকলে নিজৰ প্ৰতিভা দেখুওৱাৰ সুযোগ পাব পাৰে। আয়ৰ নতুন পথ মুকলি হ’ব পাৰে। অৱশ্যে ঘৰ বা আন কোনো গুৰুত্বপূৰ্ণ কামত অতিৰিক্ত ধন খৰচ হ’ব পাৰে।

কৰ্কট ৰাশি

আৰ্থিক দিশত দিনটো যথেষ্ট ভাল যাব পাৰে। হঠাৎ ধনলাভৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বান আহিলেও আত্মবিশ্বাসেৰে মোকাবিলা কৰিব পাৰিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব পাৰে। সৰু ভ্ৰমণেও মন ভাল কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ বা বাৰ্তা পঠিওৱাৰ আগতে এবাৰ ভালদৰে পৰীক্ষা কৰক।

সিংহ ৰাশি

কাইলৈ কামত সফলতা লাভৰ সম্ভাৱনা আছে। বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কাম সম্পূৰ্ণ হ’ব পাৰে আৰু কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। পৰিয়াল আৰু জীৱনসংগীৰ পৰা সমৰ্থন লাভ কৰিব। অৱশ্যে সৰু-সুৰা খৰচবোৰৰ ওপৰত নজৰ ৰখা উচিত।

কন্যা ৰাশি

কন্যা ৰাশিৰ বাবে দিনটো তুলনামূলকভাৱে শুভ। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়াৰ সমৰ্থন লাভ কৰিব পাৰে। অংশীদাৰী ব্যৱসায়তো সমন্বয় ভাল থাকিব। আৰ্থিক লাভৰ সুযোগ আছে। সামাজিক পৰিসৰ বৃদ্ধি পাব পাৰে। অৱশ্যে খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হওক আৰু স্বাস্থ্যক অৱহেলা নকৰিব।

তুলা ৰাশি

অভিজ্ঞ কোনো ব্যক্তিৰ সৈতে সাক্ষাৎ হ’ব পাৰে, যাৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ বা সহায় লাভ কৰিব। ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো অনুষ্ঠানত ধন খৰচ হ’ব পাৰে যদিও ইয়াৰ ফলত সম্পৰ্ক অধিক মজবুত হ’ব। অবিবাহিতসকলৰ বাবে বিবাহৰ আলোচনা আগবাঢ়িব পাৰে।

বৃশ্চিক ৰাশি

পৰিয়ালত সুখ-শান্তি বজাই থাকিব পাৰে। কৰ্মক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পালেও সহকৰ্মীৰ সহায় পাব। ব্যৱসায়ত লাভৰ সুযোগ আছে আৰু পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনাও আছে। ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাৰ ক্ষেত্ৰত দিনটো ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক।

ধনু ৰাশি

কৰ্মক্ষেত্ৰত চাপ থাকিব পাৰে যদিও সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব। আৰ্থিক অৱস্থাৰ উন্নতিৰ সম্ভাৱনা আছে। কেৰিয়াৰত আগবঢ়াৰ সুযোগ আহিব পাৰে। উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সুযোগো সৃষ্টি হ’ব পাৰে। সম্পত্তি বা ভ্ৰমণ সম্পৰ্কীয় বিষয়ত ধৈৰ্যৰে সিদ্ধান্ত লওক।

মকৰ ৰাশি

নতুন চাকৰি বা দায়িত্বৰ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত ভাল লাভ হ’ব পাৰে আৰু পূৰ্বৰ বিনিয়োগৰ পৰাও ইতিবাচক ফল পোৱাৰ সম্ভাৱনা আছে। পৰিয়াল আৰু জীৱনসংগীৰ সমৰ্থন পাব। স্বাস্থ্যৰ বাবে নিয়মীয়া পৰীক্ষা কৰোৱাটো ভাল। ভ্ৰমণ বা শিক্ষাৰ পৰিকল্পনা থাকিলে সকলো কাগজ-পত্ৰ পুনৰ পৰীক্ষা কৰি লওক।

কুম্ভ ৰাশি

পৰিকল্পনা কৰি কাম কৰিলে কৰ্মক্ষেত্ৰত ভাল ফল লাভ কৰিব। সহকৰ্মীৰ সৈতে সমন্বয় ভাল থাকিব। ব্যৱসায়ত প্ৰতিযোগিতা থাকিলেও সুযোগ লাভ কৰিব পাৰে। হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে। কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা সকলোৰে সৈতে আলোচনা নকৰাই ভাল। স্বাস্থ্যৰ বাবে সময়মতে আহাৰ গ্ৰহণ আৰু নিয়মীয়া ব্যায়াম উপকাৰী হ’ব।

মীন ৰাশি

মীন ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটো ভাগ্যশালী হ’ব পাৰে। বিদেশ ভ্ৰমণ বা বিদেশৰ সৈতে জড়িত কোনো সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত কিছু প্ৰত্যাহ্বান থাকিলেও বুদ্ধি আৰু অভিজ্ঞতাৰে সমাধান কৰিব পাৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ নতুন পৰিকল্পনা সফল হোৱাৰ সম্ভাৱনা আছে। কথা কওঁতে সাৱধান হওক আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক।

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ
বিনোদন

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

October 7, 2026
প্ৰযুক্তি

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

October 7, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.