• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ এহাল আদৰ্শৱান শহু-শাহুৰ; কণিষ্ঠ পুত্ৰলৈ বিয়া পাতিলে বিধৱা বোৱাৰীয়েকক

অসমৰ এহাল আদৰ্শৱান শহু-শাহুৰ; কণিষ্ঠ পুত্ৰলৈ বিয়া পাতিলে বিধৱা বোৱাৰীয়েকক

4 years ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

12 minutes ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

1 hour ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

2 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

15 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

16 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

16 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

17 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

18 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

19 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

21 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

22 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অসমৰ এহাল আদৰ্শৱান শহু-শাহুৰ; কণিষ্ঠ পুত্ৰলৈ বিয়া পাতিলে বিধৱা বোৱাৰীয়েকক

editor by editor
August 2, 2022
in অসম, জীৱনশৈলী, বিবিধ
0
অসমৰ এহাল আদৰ্শৱান শহু-শাহুৰ; কণিষ্ঠ পুত্ৰলৈ বিয়া পাতিলে বিধৱা বোৱাৰীয়েকক
0
SHARES
19.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধুনিকতাৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই সেই তাহানিতে অসমতো বিধৱা বিবাহ প্ৰচলনৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল৷ বিশেষকৈ ইংৰাজে প্ৰচলন কৰা আধুনিক শিক্ষাৰে দীক্ষিত গুণাভিৰাম বৰুৱাই এগৰাকী বিধৱাক বিবাহ কৰাই আদৰ্শ স্থাপনৰো চেষ্টা কৰিছিল৷

কিন্তু ইয়াৰ পিছতে লুইতে বহু পানী ভটিয়াই গ’ল, আধুনিক শিক্ষাৰ পোহৰত সমাজখনো উজলি উঠিল! কিন্তু আধুনিকমনস্কতা সেই অনুপাতে গঢ় লৈহে নুঠিল৷ অৰ্থাৎ আধুনিক শিক্ষাৰে শিক্ষিত সমাজখন যেন আধুনিক দীক্ষাৰে দীক্ষিত হ’ব নোৱাৰিলে!

সেয়ে চাগে সেই তাহানিতে গুণাভাৰিমা বৰুৱাই আৰম্ভ কৰি যোৱা বিধৱা বিবাহ প্ৰচলন আধুনিক সমাজত প্ৰায়ে বাধাপ্ৰাপ্ত হৈ পৰে৷ অৱশ্যে একেবাৰে যে স্তব্ধ হৈ পৰিছিল তেনেও নহয়, চুৰ্চুৰীয়াকৈ দুই এগৰাকী বিধৱা পুনৰ বিবাহপাশত আৱদ্ধ নোহোৱাকৈ থকা নাছিল৷ কিন্তু সংখ্যাটো আছিল তেনেই নগণ্য৷

লগতে পঢ়ক এক প্ৰেমিকাৰ দুই প্ৰেমিকৰ মাজত যুঁজ! বিশ্ববিদ্যালয়ৰ চৌহদতে এজনক বেলচাৰে আক্ৰমণ

এই এপাচি শাকৰ মাজতে এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হৈছে মংগলদৈৰ এহাল দম্পতী৷ যি দম্পতীয়ে নিজৰ বিধৱা বোৱাৰীয়েকৰ পুনঃবিবাহৰো আয়োজন কৰিলে৷ তাকো সেই দৃষ্টান্তৰ লগতে অন্য এক দৃষ্টান্তও দাঙি ধৰি বিধৱা বোৱাৰীয়েক নিজৰ কণিষ্ঠ পুত্ৰৰ সৈতে বিবাহ সম্পন্ন কৰি দিয়ে৷

এউ আদৰ্শবাদী দম্পতীহাল হৈছে মংগলদৈৰ পৰাগ নগৰৰ বাসিন্দা বংশীধৰ চলিহা আৰু জুলা চলিহা৷

উল্লেখ্য যে এই আদৰ্শৱান দম্পতীৰ জ্যেষ্ঠ পুত্ৰ কোভিডত আক্ৰান্ত হৈ চলিত বৰ্ষৰে জানুৱাৰী মাহত মৃত্যু হয়৷ বৰপুত্ৰৰ মৃত্যুৰ পিছতে নবোৱাৰীয়েগৰাকী বিধৱা হয়৷ কম বয়সীয়া বিধৱা বোৱাৰীয়েক তথা দম্পতীহালে নিজ কন্যাৰ দৰে ঘৰতে ৰাখে৷

লগতে পঢ়ক খালী ভৰিৰে কিতাপ বিক্ৰীৰ চাকৰি, অতি লোভনীয় দৰমহা! আপুনিও আগ্ৰহী নেকি?

ইয়াৰ পিছতে দম্পতীহালে অতি সাহসী তথা আদৰ্শনীয় পদক্ষেপ গ্ৰহণ কৰে৷ দম্পতীহালে তেওঁলোকৰ অবিবাহিত কণিষ্ঠ পুত্ৰৰ সৈতে বিধৱা বোৱাৰীয়েক বিবাহ পাতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে, যি সিদ্ধান্ত কণিষ্ঠ পুত্ৰ আৰু বিধৱা বোৱাৰীয়েকেও অতি সাদৰেৰে গ্ৰহণ কৰে৷ মাতৃ-পিতৃৰ দৰে মানৱীয় অন্তৰ্দৃষ্টিসম্পন্ন কণিষ্ঠ পুত্ৰৰ এই সন্মতিত বিধৱা বোৱাৰীয়েকেও কোনো আপত্তি কৰাৰ স্থল নাথাকিল৷

মংগলবাৰে সকলোৰে সন্মতি সাপেক্ষে মংগলদৈৰ সনাতন ধৰ্ম সভাৰ বিষ্ণু মন্দিৰত হিন্দু ধৰ্মীয় ৰীতি নীতিৰে বংশীধৰ চলিহা আৰু জুলা চলিহাই কণিষ্ঠ পুত্ৰৰ সৈতে বিধৱা বোৱাৰীয়েকৰ বিবাহ সম্পন্ন কৰে৷

এই বিবাহে এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে তথা দেশজুৰি এক আদৰ্শ বিবাহ হিচাপে চৰ্চা লাভ কৰিবলৈ আৰম্ভ কৰিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamwidow marriagewidow marriage in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা
স্বাস্থ্য

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

June 11, 2026
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি
বিশ্ব

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

June 11, 2026
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ
ক্ৰীড়া

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

June 11, 2026
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
Next Post
‘বিধৱাৰ সাজ পিন্ধি কিমান দিন থাকিব, তাইক মই আকৌ বোৱাৰী কৰি ল’লো’

‘বিধৱাৰ সাজ পিন্ধি কিমান দিন থাকিব, তাইক মই আকৌ বোৱাৰী কৰি ল’লো’

২২ বছৰীয়া অতি সাহসী যুৱতী! তিনিবাৰ বিক্ৰী একাধিকবাৰ ধৰ্ষণৰ পিছতো কলেজ যোৱাৰ প্ৰস্তুতি

২২ বছৰীয়া অতি সাহসী যুৱতী! তিনিবাৰ বিক্ৰী একাধিকবাৰ ধৰ্ষণৰ পিছতো কলেজ যোৱাৰ প্ৰস্তুতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.