• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

4 months ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

27 minutes ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

3 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

6 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

6 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

7 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

8 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

8 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

9 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো...’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

editor by editor
June 2, 2026
in জীৱনশৈলী
0
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেষ হ’ল ২০২৬ৰ আইপিএল৷ চেম্পিয়নৰ খিতাপ দ্বিতীয়বাৰৰ বাবে RCBৰ হাতলৈ৷ ফাইনেলৰ কাষ চাপিও ফাইনেল খেলিব নোৱাৰিলে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে৷ কিন্তু সেই দলৰ প্লেয়াৰ বৈভৱ সূৰ্যবংশীয়ে দেশবাসীৰ মন কাঢ়িলে৷ শেহতীয়াকৈ কিন্তু ৰাজস্থান ৰয়েলছৰ আন ক্ৰিকেটাৰৰ কাহিনীহে চৰ্চালৈ আহিছে৷ ৰাজস্থান ৰয়েলছৰ প্লেয়াৰক লৈ বিস্ফোৰক অভিযোগ তাৰক মেহতা কা ওলটা চছমা খ্যাত অভিনেত্ৰী নেহাল ভাদোলিয়াৰ৷ নেহাললৈ ৰাজস্থান ৰয়েলছৰ এজন প্লেয়ালে উত্তেজক মেছেজ কৰাৰ অভিযোগ আনিছে৷ কোন সেই ক্ৰিকেটাৰ?

তাৰক মেহতাত অভিনয় কৰিলেও নেহাল মূলত সাহসী দৃশ্যত অভিনয়ৰ বাবেই পৰিচিত৷ প্ৰাপ্তবয়স্কসকলৰ বাবে নিৰ্মিত ৱেব চিৰিজত তেওঁ অভিনয় কৰে৷ ছচিয়েল মিডিয়াত নিয়মিত খোলামেলা ছবি আপলোডো কৰে৷ সম্প্ৰতি এক পডকাষ্টত তেওঁ সোধা হৈছিল, ‘আজিলৈকে আপুনি কোনো ক্ৰিকেটাৰৰ মেছেজ পাইছে নেকি?’

উত্তৰত নেহালে কয়, ‘নাম কওঁ জানো? নকওঁ তেওঁ ৰাজস্থান ৰয়েলছৰ প্লেয়াৰ৷ তেওঁৰ ডিভোৰ্ছো হৈছে৷’ কেনেকুৱা মেছেজ কৰে সেই ক্ৰিকেটাৰে সেই প্ৰশ্নও নেহালক কৰা হৈছিল৷ তেতিয়া তেওঁ কয়, ‘ক্ৰমাগত হট, সুন্দৰ, ধুনীয়া আদি লিখি মেছেজ কৰে৷ ইয়াৰ সৈতে অৱশ্যে অন্যধৰণৰ মেছেজো কৰে৷ সেয়া নকওঁ৷’

এতিয়াও সেই ক্ৰিকেটাৰৰ মেছেজ পাই নেকি বুলি সোধাত তেওঁ জনাই যে তেওঁ সেই ক্ৰিকেটাৰক ব্লক কৰি দিছে৷ ব্লক খুলি যদি নেহালে মেছেজ কৰে তেন্তে তেওঁ পুনৰ মেছেজ কৰিবলৈ আৰম্ভ কৰিব বুলিও দাবী কৰে নেহালে৷ লাস্যময়ী অভিনেত্ৰীগৰাকীয়ে কয় যে ছচিয়েল মিডিয়াক ষ্টৰীতো তেওঁৰ ৰূপৰ প্ৰশংসা কৰিছে সেই ক্ৰিকেটাৰে৷ এই ইণ্টাৰভিউ’ ভাইৰেল হোৱাৰ পাছতেই সকলোৰে মনত এটাই প্ৰশ্ন কোন এই ক্ৰিকেটাৰ?

বহুতৰে অনুমান যে সেই ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালেই হ’ব পাৰে৷ কাৰণ এই দলত তেওঁৰহে বিবাহ বিচ্ছেদ হৈছে৷ ২০২৪ চন পৰ্যন্ত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল৷ নেহালে কেতিয়া মেছেজ কৰিছিল সেই সময় যিহেতু ইণ্টাৰভিউত জনোৱা নাই৷ ইয়াৰোপৰি পূৰ্বে অন্য লাস্যময়ী অভিনেত্ৰীয়েও চাহালৰ নামত তেনে অভিযোগ অনাৰ ৰেকৰ্ডো আছে৷ সেয়ে তেওঁক সন্দেহ কৰিছে একাংশ নেটিজেনে৷ অৱশ্যে একাংশই আকৌ কৈছে যে তুষাৰ দেশপাণ্ডে বা চিমৰণ হেটমায়াৰো হ’ব পাৰে৷

উল্লেখ কৰা প্ৰয়োজন যে ইনষ্টাগ্ৰামত প্ৰায় ৭লাখ ফলৱাৰ আছে নেহালৰ৷ খোলামেলা পোছাকত ফটো, ভিডিঅ’ দিয়াৰ বাবেই তেওঁ বেছ জনপ্ৰিয়৷ ২০২০ চনৰ তাৰক মেহতা কা ওলটা চছমাত ববিতাৰ বন্ধুৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল৷ বিভিন্ন প্ৰাপ্তবয়স্কৰ বাবে নিৰ্মিত চিনেমাতো তেওঁ অভিনয় কৰিছে৷ গন্ধি বাত, মাস্তৰাম বা ব্লাড মানিৰ দৰে চিনেমাতো তেওঁ অভিনয় কৰিছে৷ বহুতেই নেহালৰ দাবীক লৈ প্ৰশ্ন তুলিছে৷ নেটিজেনৰ একাংশৰ দাবী, জনপ্ৰিয়তা পোৱাৰ বাবে ক্ৰিকেটাৰৰ নাম লৈ নিজৰ প্ৰচাৰ চলাইছে বুলিও বহুতে দাবী কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?
জীৱনশৈলী

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

October 3, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

October 3, 2026
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

October 3, 2026
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
Next Post
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.