• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এডভাণ্টেজ আসামৰ ২.০ৰ বিনিয়োগকাৰীক সাক্ষাতৰ উদ্দেশ্যে ছিংগাপুৰত মুখ্যমন্ত্ৰী শৰ্মা, দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাতে লাভ কৰিছে বিশেষ চৰ্চা

এডভাণ্টেজ আসামৰ ২.০ৰ বিনিয়োগকাৰীক সাক্ষাতৰ উদ্দেশ্যে ছিংগাপুৰত মুখ্যমন্ত্ৰী শৰ্মা, দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাতে লাভ কৰিছে বিশেষ চৰ্চা

1 year ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

19 minutes ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

10 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

10 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

11 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

12 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

12 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

13 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

13 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

14 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

15 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

15 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এডভাণ্টেজ আসামৰ ২.০ৰ বিনিয়োগকাৰীক সাক্ষাতৰ উদ্দেশ্যে ছিংগাপুৰত মুখ্যমন্ত্ৰী শৰ্মা, দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাতে লাভ কৰিছে বিশেষ চৰ্চা

editor by editor
February 11, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
এডভাণ্টেজ আসামৰ ২.০ৰ বিনিয়োগকাৰীক সাক্ষাতৰ উদ্দেশ্যে ছিংগাপুৰত মুখ্যমন্ত্ৰী শৰ্মা, দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাতে লাভ কৰিছে বিশেষ চৰ্চা
0
SHARES
52
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এডভাণ্টেজ আসামৰ ২.০ৰ বিনিয়োগকাৰীক সাক্ষাতৰ উদ্দেশ্যে ছিংগাপুৰত মুখ্যমন্ত্ৰী শৰ্মা, দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাতে লাভ কৰিছে বিশেষ চৰ্চা

অসমত বৰ্তমানে অডভাণ্টেজ আসাম ২.০ৰ প্ৰস্তুতি তুংগত। সেই উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো ১০ ফেব্ৰুৱাৰী সোমাবাৰে ছিংগাপুৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী শৰ্মাই দেশখনৰ ৰাষ্ট্ৰপতি, মন্ত্ৰী, বিনিয়োগকাৰী আদিক সাক্ষাত কৰে। সেই সাক্ষাতে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

সোমবাৰে ছিংগাপুৰত উপস্থিত হোৱাৰ পাছত আজি ১১ ফেব্ৰুৱাৰী মঙলবাৰে মুখ্যমন্ত্ৰী শৰ্মাই দেশখনৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰাটনামৰ সৈতে সাক্ষাতত মিলিত হয়। এখন বহিঃৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ এই সাক্ষাতে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে দুয়োখন দেশতে ।

ৰাষ্ট্ৰপতি থাৰমানৰ সৈতে হোৱা আলোচনাত মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ সৈতে চলিত সহযোগিতামূলক প্ৰকল্পসমূহৰ বিষয়ে কথা পাতে। লগতে ভাৰত-ছিগাপুৰৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ মূল স্তম্ভ হিচাপে অসমৰ ভূমিকাৰ দিশত বিশেষ শুৰুত্ব প্ৰদান কৰা হয়।

এডভাণ্টেজ আসামৰ দ্বিতীয় সংস্কৰণত ছিংগাপুৰৰ অংশীদাৰিত্বৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই শলাগ লৈ কয় যে, – ‘ছেমিকণ্ডাক্টৰ, সেউজ শক্তি আৰু উন্নত প্ৰযুক্তিৰ দৰে আমামৰ উদীয়মান খণ্ডসমূহত ৰাষ্ট্ৰখনৰ সহযোগিতামূলক সম্পৰ্কক সবলীকৰণৰ বাবে আমি পোষকতা কৰিছো’ ।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ছিগাপুৰত ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতৃত্ববৃন্দৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হৈ দিনটোৰ আৰম্ভণি কৰে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ব্যক্ত কৰে-ছেমিকণ্ডাক্টৰ হৈছে ভাৰত-ছিংগাপুৰৰ পাৰস্পৰিক সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ দিশ। সেয়ে মুখ্যমন্ত্ৰীয়ে সকলোকে জাগীৰোডত হবলগীয়া ইলেক্ট্ৰনিক ছিটীত অংশীদাৰ হবলৈ আমন্ত্ৰণ জনায়।

উল্লেখ্য যে, উক্ত বৈঠকত এ এছ এম পি টি, এ ই এম, বেছি, টামাছেক, ছিলিকন বক্স , নিট্ৰো ডেংকো কৰ্প, হেলাৰ ইণ্ড্ৰাষ্ট্ৰিজ আৰু মেইনধাৰ্টৰ দৰে বিখ্যাত গ্ৰুপৰ নেতৃবৃন্দ উপস্থিত থাকে।

পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী শৰ্মাই ছিংগাপুৰত লো চেৰ এক তেখেতৰ দলৰ সৈতে অসমত ছাৰ্বানা জুৰঙৰ বিদ্যামান প্ৰকল্পসমূহৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ছিংগাপুৰ নগৰ পৰিকল্পনাৰ বিশেষ দক্ষতাৰ জৰিয়তে অসমৰ ভৱিষ্যতৰ চহৰ আৰ উদ্যোগিক উদ্যান নিৰ্মাণ তথা অসমৰ লোকসকলৰ জীৱন ধাৰণৰ সহজতা বৃদ্ধিৰ দিশত তেঁওলোকক কাম কৰাৰ পোষকতা কৰে।

উল্লেখ্য, মুখ্যমন্ত্ৰী শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে অডভাণ্টেজ আসাম-২.০ ক অসমৰ উন্নয়নৰ গতিশীলতাক অধকি বৃদ্ধি কৰিবলৈ এক মঞ্চ হিচাপে ব্যৱহাৰ কৰিছে। এই লক্ষ্যক সৰোগত কৰিয়েই মুখ্যমন্ত্ৰীয়ে ভূটান, দক্ষিণ কোৰিয়া, জাপান, ছিংগাপুৰ আদিৰ দৰে উন্নত ৰাষ্ট্ৰসমূহৰ সতে সংযোগ স্থাপন কৰিছে। ১২ ফেব্ৰুৱাৰী বুধবাৰৰ দিনটোও মুখ্যমন্ত্ৰী শৰ্মাই ছিংগাপুৰত অতিবাহিত কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Advantage Assam 2.0assam cmCm Himanta Bishwa Sarmaindia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
Next Post
ৰাম নগৰীত শোকৰ বন্যা, ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান

ৰাম নগৰীত শোকৰ বন্যা, ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান

আজি মাঘী পূৰ্ণিমাত কুম্ভ সংক্ৰান্তি, সৌভাগ্যৰ দ্বাৰ খোল খাব কেইবাটাও ৰাশিৰ

আজি মাঘী পূৰ্ণিমাত কুম্ভ সংক্ৰান্তি, সৌভাগ্যৰ দ্বাৰ খোল খাব কেইবাটাও ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.