• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলিকতাৰ চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, ৯ দিন পাছত উদ্ধাৰ প্ৰাণহীন দেহ, বস্তুৰ লগতে লুটি নিলে সৰ্বস্ব

2 years ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

12 minutes ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

24 minutes ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

3 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

4 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

5 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

7 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

8 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কলিকতাৰ চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, ৯ দিন পাছত উদ্ধাৰ প্ৰাণহীন দেহ, বস্তুৰ লগতে লুটি নিলে সৰ্বস্ব

editor by editor
August 16, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
কলিকতাৰ চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, ৯ দিন পাছত উদ্ধাৰ প্ৰাণহীন দেহ, বস্তুৰ লগতে লুটি নিলে সৰ্বস্ব
0
SHARES
432
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলিকতাৰ চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, ৯ দিন পাছত উদ্ধাৰ প্ৰাণহীন দেহ, বস্তুৰ লগতে লুটি নিলে সৰ্বস্ব

কলিকতাৰ এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাক লৈ সৃষ্টি হোৱা ক্ষোভৰ মাজতে পোহৰলৈ আহিছে আন এক ধৰ্ষণ আৰু হত্যাৰ ঘটনা। এইবাৰ হত্যা আৰু ধৰ্ষণৰ বলি এগৰাকী নাৰ্চ।

উত্তৰাখণ্ডৰ নাৰ্চগৰাকীক ডকাইতি, ধৰ্ষণ আৰু হত্যাৰ গোচৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, উত্তৰাখণ্ডত এগৰাকী নাৰ্ছক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। উত্তৰাখণ্ডৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা উত্তৰ প্ৰদেশ সীমান্তৰ সমীপৰ ঘৰলৈ উভতি আহি আছিল নাৰ্ছগৰাকী।

যোৱা ৩০ জুলাইৰ সন্ধিয়া চিকিৎসালয়ৰ পৰা ওলাই আহি ৰুদ্ৰপুৰৰ ইন্দ্ৰ চ’কৰ পৰা ই-ৰিক্সা লৈ যোৱা চিচিটিভি ফুটেজত দেখা পোৱা গৈছিল যদিও উত্তৰ প্ৰদেশৰ বিলাসপুৰৰ কাশীপুৰ ৰোডত থকা ভাড়াঘৰত উপস্থিত হোৱা নাছিল।

১১ বছৰীয়া সন্তানৰ সৈতে ভাড়াতীয়া হিচাপে জীৱন নিৰ্বাহ কৰিছিল নাৰ্ছগৰাকীয়ে। পিছদিনা ভনীয়েকে নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰে। ইয়াৰ ৯ দিনৰ পাছত ৮ আগষ্টত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ডিবদিবা গাঁৱৰ ঘৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত খালী প্লটত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু অভিযুক্তক বিচাৰি আৰক্ষীৰ দল গঠন কৰে। আৰক্ষীয়ে চুৰি হোৱা মোবাইলটোৰ সন্ধান উলিয়াই অভিযুক্ত ধৰ্মেন্দ্ৰৰ ওচৰলৈ যায়। উত্তৰ প্ৰদেশৰ বাৰেলীৰ দৈনিক মজুৰি শ্ৰমিক অভিযুক্তক ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে জনোৱা মতে, মদ্যপান কৰি থকা ধৰ্মেন্দ্ৰই ভুক্তভোগী মহিলাগৰাকীক দেখি খেদি খেদি আক্ৰমণ কৰে। সেই সময়ত নাৰ্চ গৰাকী ৰিক্সাৰ পৰা নামি নিজৰ এপাৰ্টমেণ্টত প্ৰৱেশ কৰিবলৈ ধৰিছিল মাত্ৰ।

উধম সিং নগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মঞ্জুনাথ টি চিয়ে জনোৱা মতে, অভিযুক্তই নাৰ্চগৰাকীক ওচৰৰ জোপোহাৰমাজলৈ টানি লৈ যায়। ধৰ্ষণ কৰি নাৰ্চগৰাকীৰ স্কাৰ্ফেৰেই ডিঙি চেপি হত্যা কৰে। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে অভিযুক্তই নাৰ্ছগৰাকীৰ ফোন আৰু পাৰ্চৰ পৰা ৩ হাজাৰ টকাও চুৰি কৰি লৈ গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: hospitalNurse RapedrapedRapped Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

March 19, 2026
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ
অসম

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
Next Post
৩৭০ ধাৰা অপসাৰণৰ ৫ বছৰৰ পিছত জম্মু-কাশ্মীৰত নিৰ্বাচনৰ সম্ভাৱনা, কিয় বিশেষ এই নিৰ্বাচন

মহিলাসকললৈ সুখবৰ, মাহেকীয়াৰ সময়ত লাভ কৰিব ছুটি, সেই ছুটিত দৰমহাও কটা নাযায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন