• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

3 months ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, সাংবাদিকক ধমক অমৃতপ্ৰভাৰ অধিবক্তাৰ

34 minutes ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

57 minutes ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

2 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

4 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

12 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

13 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

14 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

14 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

15 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

15 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

স্তব্ধ হ'ব নেকি CJPৰ আন্দেলন?

editor by editor
July 25, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, স্বাস্থ্য
0
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ মাজতে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজীত দীপকে সন্দৰ্ভত এক বৃহৎ খবৰ আহিছে। তেওঁ টাইফয়েডত আক্ৰান্ত হৈছে। দীপকেই নিজৰ এক্স-একাউণ্টত এটা ভিডিঅ’ৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰিছে যত তেওঁ- অসুস্থতাই প্ৰতিবাদত কোনো প্ৰভাৱ পেলাব নোৱাৰে আৰু প্ৰতিবাদ অব্যাহত থাকিব বুলিও উল্লেখ কৰে। এটা ভিডিঅ বাৰ্তাৰ জৰিয়তে অভিজিতে কয়– মই চিকিৎসাধীন হৈ আছোঁ, মই টাইফয়েডত আক্ৰান্ত হৈছো, কিন্তু এই অৱস্থাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত চলি থকা আন্দোলনক লেহেমীয়া নকৰে। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এক ভিডিঅ’ বাৰ্তাত দীপকেই কয় যে যোৱা কেইদিনমানৰ পৰা তেওঁ অসুস্থ হৈ আছিল আৰু বৰ্তমান চিকিৎসা গ্ৰহণ কৰি আছে।

CJP সমৰ্থকলৈ কৃতজ্ঞতা প্ৰকাশ

অভিজিত দীপকেই দেশজোৰা আন্দোলন অব্যাহত ৰখাৰ বাবে CJP সমৰ্থকসকলক ধন্যবাদ জ্ঞাপন কৰি নিজৰ লক্ষ্যত উপনীত হ’ব বুলি আস্থা প্ৰকাশ কৰে। দীপকেই লগতে ক’য়- বিগত কেইদিনমানৰ পৰা মই অসুস্থ হৈ আছো। মোৰ মেডিকেল ৰিপৰ্টত টাইফয়েড ধৰা পৰিছে।” তেওঁ লগতে কয় যে-মোৰ চিকিৎসা চলি আছে আৰু মই দৈনিক ঔষধ গ্ৰহণ কৰি আছো। অভিজিতে লগতে কয়-“মোৰ চিকিৎসা চলি আছে। মোক প্ৰতিদিনে IV ড্ৰিপ দিয়া হৈছে, কিন্তু সমগ্ৰ দেশতে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা সকলো কক্ৰোচৰ প্ৰতি মই কৃতজ্ঞতা প্ৰকাশ কৰিছো।” তেওঁ আন্দোলন সম্প্ৰসাৰণৰ বাবে সমৰ্থকসকলক অভিনন্দন জনাই কয় যে-যদিহে শান্তিপূৰ্ণ প্ৰতিবাদ এনেদৰে চলি থাকে তেন্তে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ বাবে তেওঁলোকৰ মূল দাবী নিশ্চয় পূৰণ হ’ব।

তেওঁ লগতে কয়, “এই আন্দোলন ইমান সফল কৰাৰ বাবে আপোনালোক সকলোকে অভিনন্দন। মই নিশ্চিত যে আমি আমাৰ শান্তিপূৰ্ণ প্ৰতিবাদ এনেদৰে অব্যাহত ৰাখিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ নিশ্চিত কৰিম।” প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত হোৱা কথিত অনিয়মৰ প্ৰতিবাদত CJPৰ নেতৃত্বত এই আন্দোলন আৰম্ভ কৰা হৈছিল। প্ৰতিবাদকাৰীসকলে পৰীক্ষা ব্যৱস্থাত জবাবদিহিতা, নিযুক্তি আৰু প্ৰৱেশ পৰীক্ষাৰ সংস্কাৰ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাইছে ৷

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: abhijeet dipkeasom live24cjp protest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, সাংবাদিকক ধমক অমৃতপ্ৰভাৰ অধিবক্তাৰ

October 14, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

October 14, 2026
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
Next Post
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.