• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক প্ৰেমিকাৰ দুই প্ৰেমিকৰ মাজত যুঁজ! বিশ্ববিদ্যালয়ৰ চৌহদতে এজনক বেলচাৰে আক্ৰমণ

এক প্ৰেমিকাৰ দুই প্ৰেমিকৰ মাজত যুঁজ! বিশ্ববিদ্যালয়ৰ চৌহদতে এজনক বেলচাৰে আক্ৰমণ

4 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

7 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

9 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

10 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

11 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

11 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

12 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

13 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

13 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

14 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

14 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এক প্ৰেমিকাৰ দুই প্ৰেমিকৰ মাজত যুঁজ! বিশ্ববিদ্যালয়ৰ চৌহদতে এজনক বেলচাৰে আক্ৰমণ

editor by editor
August 2, 2022
in অপৰাধ, ভাৰত
0
এক প্ৰেমিকাৰ দুই প্ৰেমিকৰ মাজত যুঁজ! বিশ্ববিদ্যালয়ৰ চৌহদতে এজনক বেলচাৰে আক্ৰমণ
0
SHARES
11.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন বিশ্ববিদ্যালয়ত এগৰাকী প্ৰেমিকাৰ দুই প্ৰেমিকৰ মাজত সংঘটিত হিংসাত্মক আক্ৰমণে সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছে৷ জানিব পৰা মতে প্ৰেমিকাগৰাকীৰ দুই প্ৰেমিকৰ মাজৰ এগৰাকীয়ে আনগৰাকীক বেলচাৰেৰে আক্ৰমণ কৰি আহত কৰিছে৷

এই হিংসাত্মক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌস্থিত অমিটি বিশ্ববিদ্যালয়ত৷ ঘটনাৰ বিৱৰণীৰ মতে বিশ্ববিদ্যালয়খনতে অধ্যনৰত এগৰাকী প্ৰেমিকাৰ দুগৰাকীকৈ প্ৰেমিক আছিল৷ আৰু প্ৰেমিকাগৰাকীক কেন্দ্ৰ কৰিয়েই দুই প্ৰেমিকৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে৷

অমিটি বিশ্ববিদ্যালয় লক্ষ্ণৌ চৌহদৰ BA, LLB ৰ সপ্তম ষান্মাসিকৰ ছাত্ৰ চন্দ্ৰভূষণ ভৰদ্বাজ আৰু সুধনশু শেখৰৰ মাজত প্ৰথমে বন্ধুত্ব আছিল। সোমবাৰে চন্দ্ৰভূষণে অন্যান্য শিক্ষাৰ্থীৰ সৈতে ১১ বজাৰ ক্লাছত উপস্থিত আছিল। ক্লাছ শেষ হোৱাৰ কিছু সময়ৰ পূৰ্বেই মোগলচৰাই চন্দৌলিৰ বাসিন্দা তথা সপ্তম ষান্মাসিকৰে ছাত্ৰ সুধাংশু শেখৰ আহি শেষ আসনত বহিল।

লগতে পঢ়ক ৭৩ বছৰীয়া বৃ্দ্ধৰ দ্বিতীয় বিবাহ! কি নগুৰ-নাকতিখন কৰিলে দ্বিতীয় পত্নীয়ে?

ক্লাছ শেষ কৰি শিক্ষকজন ক্লাছ ৰুমৰ পৰা ওলাই যোৱাৰ লগে লগে সুধাংশুৱে নিজৰ আসনৰ পৰা বেলচাৰেৰে চন্দ্ৰভূষণক আক্ৰমণ কৰে। প্ৰায় তিনি-চাৰিবাৰ আঘাত কৰাৰ পিছত চন্দ্ৰভূষণে মজিয়াত ঢলি পৰি তেজেৰে লুতুৰ পুতুৰী হৈ পৰে৷ ইফালে সতীৰ্থ শিক্ষাৰ্থীসকলে ততাতৈয়াকৈ আক্ৰমণকাৰী ছাত্ৰ সুধনশুক কৰায়ত্ত কৰে।

ইয়াৰ পিছতে চন্দ্ৰভূষণক সংকটজনক অৱস্থাত চাহাৰা হাস্পতাললৈ লৈ যোৱা হয়। আহত ছাত্ৰজনৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিবলৈ ধৰাত চিকিৎসকে তেওঁক ট্ৰমা চেণ্টাৰলৈ ৰেফাৰ কৰে।

চিনহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক তেজবাহাদুৰ সিঙৰ মতে, দুয়োৰে মাজত প্ৰেমিকাক লৈ বিবাদ চলি আছিল। আহত ছাত্ৰ চন্দ্ৰভূষণৰ সহযোগী অনিমেশ কুমাৰৰ এজাহাৰৰ ভিত্তিত সুধাংশুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। একে সময়তে অভিযুক্তক গ্রেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

লগতে পঢ়ক বেশ্যাবৃত্তি ৩০% লৈ বৃদ্ধি! জীৱিকাৰ বাবে যৌনকৰ্মী হ’বলৈ বাধ্য হৈছে মহিলা!

চন্দ্ৰভূষণৰ বন্ধু অভিযান সিনহাৰ মতে, সম্পূৰ্ণ প্ৰস্তুতিৰে চন্দ্ৰভূষণক হত্যা কৰাৰ উদ্দেশ্যেৰে আহিছিল সুধাংশু। তেওঁ চন্দ্ৰভূষণৰ ডিঙিত টাৰ্গেট কৰি আক্ৰমণ কৰে যদিও টাৰ্গেট মিছ কৰে। আক্ৰমণ সংঘটিত হোৱাৰ লগে লগে বন্ধুসকলে চন্দ্ৰভূষণক আনফালে টানি লৈ যায়, যাৰ ফলত তেওঁৰ জীৱন ৰক্ষা পৰে।

সতীৰ্থ শিক্ষাৰ্থীসকলৰ মতে সুধাংশুৱে ক্লাছলৈ দেৰিকৈ আহিছিল আৰু কাৰো লগত বেছি কথা নপতাকৈ মনে মনে বহি আছিল। একে সময়তে একাংশ সহকৰ্মীয়ে জনাইছিল যে সুধাংশুৰে বিশ্ববিদ্যালয়ৰ এগৰাকী ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল।

এই সময়ছোৱাত ছোৱালীজনী চন্দ্ৰভূষণৰ লগত বন্ধুত্ব গঢ়ি উঠে আৰু দুয়োৰে মাজত কাজিয়া আৰম্ভ হ’বলৈ ধৰে। এনে অৱস্থাত ছোৱালীজনীয়ে সুধাংশুৰ লগত কথা পতা বন্ধ কৰি দিয়ে। তেতিয়াৰ পৰা সুধাংশুৱে ডিপ্ৰেছনত সোমাই সকলোৰে লগত কথা পতা বন্ধ কৰি চন্দ্ৰভূষণক শত্ৰু জ্ঞান কৰিবলৈ ধৰিলে।

শিক্ষাৰ্থীসকলে প্ৰকাশ কৰা মতে সুধাংশুৱে প্ৰায়ে কেম্পাছলৈ অস্ত্ৰ-শস্ত্ৰ লৈ আহে। তেওঁক প্ৰশাসনৰ লগতে নিৰাপত্তাৰক্ষীয়ে বাধা দিব পৰা নাছিল। এই কথাটোৱে বিশ্ববিদ্যালয়খনৰ নিৰাপত্তা ত্ৰুটিকে স্পষ্ট কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Amity Universityasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamLucknow Amity University
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
Next Post
ভৰি ফুলা আৰু বৃক্কৰ ৰোগৰ সম্পৰ্ক…

ভৰি ফুলা আৰু বৃক্কৰ ৰোগৰ সম্পৰ্ক...

অসমৰ এহাল আদৰ্শৱান শহু-শাহুৰ; কণিষ্ঠ পুত্ৰলৈ বিয়া পাতিলে বিধৱা বোৱাৰীয়েকক

অসমৰ এহাল আদৰ্শৱান শহু-শাহুৰ; কণিষ্ঠ পুত্ৰলৈ বিয়া পাতিলে বিধৱা বোৱাৰীয়েকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.