• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

1 year ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

4 minutes ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

2 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

3 hours ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

3 hours ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

4 hours ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

5 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

6 hours ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

6 hours ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

7 hours ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

8 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

editor by editor
May 16, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?
0
SHARES
434
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত আইফোন তৈয়াৰক লৈ আমেৰিকাৰ প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ সাম্প্ৰতিক মন্তব্য পোহৰলৈ অহাৰ পাছতেই বিভিন্ন জল্পনা আৰম্ভ হৈছে৷ ভাৰতত আইফোন তৈয়াৰৰ প্ৰক্ৰিয়া সঁচাকৈয়ে বন্ধ হ’ব নেকি সেই প্ৰশ্নও এতিয়া বহুতৰে মনলৈ আহিছে৷ কিন্তু চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি, এই ধৰণৰ পৰিস্থিতি তৈয়াৰৰ সম্ভাৱনা খুবেই কম৷ সংবাদ সংস্থা পি টি আইৰ প্ৰতিবেদন অনুসৰি, ভাৰতত আইফোন তৈয়াৰত এপলে যি পৰিকল্পনা কৰিছে সেয়া সলনি কৰা নহয়৷ এই সম্পৰ্কে এগৰাকী আইফোন কৰ্তাই জনাইছে যে ভাৰতক অচিৰেই মোবাইল মেনুফেকচাৰিং হাব কৰি তোলাৰ বাবেহে তেওঁলোকে কাম কৰি আছে৷

কাটাৰলৈ গৈ ট্ৰাম্পে জনাইছে যে এপল কৰ্তা টিম কুকৰ সৈতে তেওঁৰ আলোচনা হৈছে৷ তাতেই ভাৰতত আইফোন নিৰ্মাণক লৈ কুকৰ ওচৰত অসন্তুস ব্যক্ত কৰাৰ কথাও তেওঁ জনাইছে৷ ট্ৰাম্পে জনাইছে যে বুধবাৰে কুকক তেওঁ কৈছিল, ‘মই জানিব পাৰিছো আপুনি ভাৰতত সামগ্ৰী তৈয়াৰ কৰিবলৈ লৈছে৷ মই নিবিচাৰো আপুনি ভাৰতত সামগ্ৰী তৈয়াৰ কৰক৷ ভাৰতে নিজৰ যত্ন নিজে লব পাৰে আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই৷’ আমেৰিকাই এপল আইফোন তৈয়াৰৰ হাব তৈয়াৰ কৰিব বুলিও দাবী কৰিছে ট্ৰাম্পে৷

ট্ৰাম্পৰ এই বক্তব্যৰ পাছত অৱশ্যে অফিচিয়েল কোনো বিবৃত্তি প্ৰকাশ কৰা নাই এপলে৷ কিন্তু পিটিআইৰ সূত্ৰৰ পৰা জনা গৈছে যে ট্ৰাম্পৰ মন্তব্যৰ পাছত এপলৰ শীৰ্ষস্থানীয় কৰ্তাসকলৰ সৈতে কথা হৈছে ভাৰতত কাম কৰি থকা শীৰ্ষ অধিকাৰীসকলৰ৷ এপল কৰ্তাসকলে জনাইছে যে ভাৰতত কৰা বিনিয়োগৰ সিদ্ধান্ত তেওঁলোকে কোনো কাৰণতে সলনি নকৰে৷ অৰ্থাৎ ভাৰতে যি হাৰত এপলত বিনিয়োগ বঢ়াইছে তেনে সময়ত উৎপাদনৰ কাম বন্ধ নকৰাৰ সিদ্ধান্তই এপলৰ শীৰ্ষ অধিকাৰীয়ে লৈছে৷

ভাৰতত মোবাইল তৈয়াৰৰ পৰিমাণ ক্ৰমে বাঢ়িছে৷ এপলেও বিগত কেইবা বছৰ ভাৰতত আইফোনৰ উৎপাদন বঢ়াইছে৷ এপলৰ মুঠ উৎপাদনৰ প্ৰায় ১৫ শতাংশ এতিয়া ভাৰততেই উৎপাদন হয়৷ বিগত অৰ্থবৰ্ষত ভাৰতত আইফোন তৈয়াৰৰ পৰিমাণ তাৰ আগৰ অৰ্থবৰ্ষৰ তুলনাত ৬০শতাংশ বৃদ্ধি পাইছে৷ ভাৰতৰ পৰা ৩০ লাখৰো বেছি আইফোন ৰপ্তানী কৰা হৈছে আমেৰিকালৈ৷ ট্ৰাম্পৰ ঘোষণা সত্ত্বেও এপলৰ আশ্বাসতেই এতিয়া স্বস্তিৰ নিশ্বাস লৈছে ভাৰতত আইফোন তৈয়াৰত কৰ্মৰত বহুসংখ্যক কৰ্মচাৰীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ
বিনোদন

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

August 8, 2026
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!
বিনোদন

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

August 8, 2026
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!
জীৱনশৈলী

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

August 8, 2026
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

August 8, 2026
Next Post
সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

১৮ বছৰীয়া যুৱকেই টাৰ্গেট! সংগমৰ মাজেৰে সমাজসেৱা কৰিবলৈ আগবাঢ়িছে এইগৰাকী মডেল

১৮ বছৰীয়া যুৱকেই টাৰ্গেট! সংগমৰ মাজেৰে সমাজসেৱা কৰিবলৈ আগবাঢ়িছে এইগৰাকী মডেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.