• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰণবীৰৰ নগ্ন ফ’টোশ্বুট কোনে কৰিছিল? ক’ত কৰা হৈছিল? কিমান সময় লাগিছিল?

ৰণবীৰৰ নগ্ন ফ’টোশ্বুট কোনে কৰিছিল? ক’ত কৰা হৈছিল? কিমান সময় লাগিছিল?

4 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

8 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

9 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

9 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

10 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

11 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

11 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

12 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

12 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

13 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

13 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

14 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ৰণবীৰৰ নগ্ন ফ’টোশ্বুট কোনে কৰিছিল? ক’ত কৰা হৈছিল? কিমান সময় লাগিছিল?

editor by editor
July 27, 2022
in চিনেমা, বিনোদন, বিবিধ
0
ৰণবীৰৰ নগ্ন ফ’টোশ্বুট কোনে কৰিছিল? ক’ত কৰা হৈছিল? কিমান সময় লাগিছিল?
0
SHARES
38.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰণবীৰ সিঙৰ NUDE ফটোশ্বুটে সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে বলিউদৰ তাৰকাগৰাকীৰ বিৰুদ্ধে এই সংক্ৰান্তীয় গোচৰৰো ৰুজু কৰা হৈছে৷

ফ’টোশ্বুটটৰ সময়ত অভিনেতাগৰাকীয়ে নিজেও চাগে কল্পনাই কৰিব পৰা নাছিল যে তেওঁৰ এই কাণ্ডই সমগ্ৰ দেশতে ইমান বেছি বিতৰ্কৰ সৃষ্টি কৰিব!

কিন্তু এতিয়া প্রশ্ন হ’ল, ক’ত শ্বুট কৰা হৈছিল? কোনে শ্বুট কৰিছিল? কেতিয়া কৰা হ’ল আৰু কিমান দিনত সম্পূৰ্ণ হ’ল?

লগতে পঢ়ক আহি আছে ভাল খবৰ! পুনৰ আৰম্ভ ৰন্ধন গেছৰ ৰাজসাহায্য!

এই ফটোশ্বুটৰ বাবে ৰণবীৰ সিং বিদেশলৈ গৈছিল নেকি? কোনজন ফটোগ্ৰাফাৰে তেওঁৰ এই ফ’টোবোৰ ক্লিক কৰিছিল? যদি আপোনাৰ মনতো এই সকলোবোৰ প্ৰশ্ন উদয় হৈছে তেনে আজি আপোনালোকক এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমাৰ এই প্ৰতিবেদতে পাব।

ৰণবীৰ সিঙৰ নগ্নফ’টোশ্বুট কৰা ফ’টোগ্ৰাফাৰগৰাকী কোন জানেনে? সেই ফটোগ্ৰাফাৰগৰাকী হ’ল আশীষ শ্বাহ৷ ফ’টোগ্ৰাফাৰ আশীষ শ্বাহে ৰণবীৰৰ নগ্ন ফ’টোসমূহ ক্লিক কৰিছিল।

১০ ইটাইমছে কথোপকথনত আশীষ শ্বাহে এই ফটোশ্বুটৰ সমগ্ৰ কাহিনী বৰ্ণনা কৰিছে। তেওঁ কয় যে ৰণবীৰৰ এই শ্বুটটো কৰিবলৈ তেওঁক প্ৰায় ৩ ঘণ্টা সময় লাগিছিল।

লগতে পঢ়ক লাখ লাখ আধাৰ নম্বৰ বাতিল! আপোনাৰটো নিৰাপদ নে? কেনেকৈ জানিব?

যেতিয়া তেওঁক সোধা হৈছিল যে ইমান আলোচনা হৈ থকা ছবিখন শ্বুট কৰাটো কাৰ ধাৰণা আছিল? ইয়াৰ উত্তৰত তেওঁ কয় যে এয়া মোৰ আৰু ৰণবীৰ সিঙৰ দুয়োৰে সিদ্ধান্ত। এটা ডিমাণ্ডিং শ্বুট আছিল কাৰণ তেওঁ এটা নিৰ্দিষ্ট শৰীৰৰ আকৃতিত থাকিব লাগিছিল আৰু মই তেওঁক বেলেগ ভংগীমাত দেখুৱাব বিচাৰিছিলো।

এই ফটোশ্বুটটো ক’ত আছিল? ফটোগ্ৰাফাৰ আশীষ শ্বাহে জনোৱা মতে, এই শ্বুটিং বিদেশত নহয় মুম্বাইৰ বান্দ্ৰাৰ মেহবুব ষ্টুডিঅ’তহে কৰা হৈছিল।

লগতে পঢ়ক অসমৰ চাৰিখন টোলগেট অবৈধ! ভাঙি পেলোৱা হ’ব অতি শীঘ্ৰেই!

বাৰ্তালাপত তেওঁ লগতে কয় যে এই ফটোশ্বুটক ৰণবীৰে অতি স্বাভাৱিকভাৱে সহযোগিতা কৰিছিল, ইয়াৰ বাবে তেওঁৰ কোনো সংকোচ বা লাজ কৰা নাছিল।

আশীষ শ্বাহে কয় যে ৰণবীৰে তাত অৰ্থাৎ ফ’টোশ্বুট কৰা ঠাইত এই ফ’টোবোৰ চাব পৰা নাছিল। কাৰণ তেওঁৰ এই ফ’টোবোৰ ফিল্মৰ কেমেৰাৰ দ্বাৰা লৈছিল৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRanveer KapoorRanveer Kapoor Nude Photos
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
বৰ্ধিত ওজনে নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? জানিবলৈ চাওক…

বৰ্ধিত ওজনে নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? জানিবলৈ চাওক...

ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!

ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.