• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ লাখ টকাত বিক্ৰীৰে অসমৰ গ’ল্ডেন পাৰ্ল চাহে গঢ়িলে অভিলেখ

১ লাখ টকাত বিক্ৰীৰে অসমৰ গ’ল্ডেন পাৰ্ল চাহে গঢ়িলে অভিলেখ

4 years ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

5 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

6 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

6 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

6 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

7 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

7 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

8 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

9 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

10 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

11 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

11 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১ লাখ টকাত বিক্ৰীৰে অসমৰ গ’ল্ডেন পাৰ্ল চাহে গঢ়িলে অভিলেখ

editor by editor
February 15, 2022
in অসম, বাণিজ্য
0
১ লাখ টকাত বিক্ৰীৰে অসমৰ গ’ল্ডেন পাৰ্ল চাহে গঢ়িলে অভিলেখ
0
SHARES
132
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ এবাৰ অসমৰ চাহ প্ৰায় লাখ টকাৰ দৰলৈ উঠিছে৷ মনোহৰী চাহৰ পিছত এইবাৰ অসমৰ গ’ল্ডেন পাৰ্ল চাহে প্ৰায় লাখৰ ঘৰ স্পৰ্শ কৰিছে৷

গুৱাহাটী চাহ নিলাম কেন্দ্ৰ(GTAC)ত এইবাৰ উজনি অসমৰ নাহৰচুকবাৰী চাহ বাগিচাৰ গ’ল্ডেন পাৰ্ল চাহে প্ৰতি কিলোগ্ৰামত ৯৯,৯৯৯ টকাৰ মূল্যত বিক্ৰী হৈছে৷

এই মূল্য স্পৰ্শৰে গ’ল্ডেন পাৰ্ল চাহে অসমৰে মনোহৰী গ’ল্ডেন চাহে কেই সপ্তাহমান পূৰ্বে গঢ়া অভিলেখক স্পৰ্শ কৰিছে৷

উল্লেখ্য যে যোৱা ডিচেম্বৰ মাহত GTACত ডিব্ৰুগড়ৰ মনোহৰী গ’ল্ড চাহে প্ৰতি কিলোগ্ৰামত সৰ্বাধিক অভিলেখসংখ্যক ৯৯,৯৯৯ টকা মূল্যত বিক্ৰী হৈ সৰ্বাকালৰ অভিলেখ ভংগ কৰিছিল৷

শেহতীয়াকৈ GTACত জিটিএচি পাৰ্কন(ইণ্ডিয়া) প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে বিক্ৰী কৰা অসমৰ গ’ল্ডেন পাৰ্ল চাহে উক্ত অভিলেখ ভংগ কৰিব নোৱাৰিলেও স্পৰ্শ কৰিছে৷

২০১৮ চনত নুৰ আলম খান, ইমৰাণ খান আৰু আছলাম খানে প্ৰতিষ্ঠা কৰা নাহৰচুকবাৰী চাহৰ কাৰখানাত এই চাহ উৎপাদন কৰা হৈছে৷ মাত্ৰ তিনিটা বছৰৰ পূৰ্বে প্ৰতিষ্ঠা কৰা কাৰখানাটো ডিব্ৰুগড়ৰ লোহোৱালৰ বিমানবন্দৰৰ সমীপত অৱস্থিত৷

কাৰখানাটোত উৎপাদিত গ’ল্ডেন পাৰ্ল চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ৯৯,৯৯৯ টকাৰ মূল্য স্পৰ্শ কৰাত কাৰখানাটোৰ স্বত্বাধিকাৰসকল উৎফুল্লিত হৈ পৰিছে৷

অনাগত দিন তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা চাহপাত সংগ্ৰহ কৰি অসমৰ সৰ্বশ্ৰষ্ঠ চাহ উৎপাদন কৰাৰ সংকল্প লৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalGolden Tea
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?
জীৱনশৈলী

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

April 14, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

April 13, 2026
Next Post
অবিশ্বাস্য হ’লেও সত্য! ডাইনোচৰ ভক্ষণ কৰা ঘঁৰিয়াল উদ্ধাৰ

অবিশ্বাস্য হ’লেও সত্য! ডাইনোচৰ ভক্ষণ কৰা ঘঁৰিয়াল উদ্ধাৰ

পাকিস্তানী ক্ৰিকেটাৰৰ ছাহিদ আফ্ৰিদীৰে ছেক্স কৰিব ভাৰতীয় অভিনেত্ৰীয়ে! কোন এই অভিনেত্ৰী?

পাকিস্তানী ক্ৰিকেটাৰৰ ছাহিদ আফ্ৰিদীৰে ছেক্স কৰিব ভাৰতীয় অভিনেত্ৰীয়ে! কোন এই অভিনেত্ৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.