• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘লাইফ অৱ পাই’, নাওৰ পৰাই জঁপিয়ালে ঢেকীয়াপতীয়া বাঘে, চাওক ভিডিঅ’

‘লাইফ অৱ পাই’, নাওৰ পৰাই জঁপিয়ালে ঢেকীয়াপতীয়া বাঘে, চাওক ভিডিঅ’

4 years ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

1 minute ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

32 minutes ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

41 minutes ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

1 hour ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

2 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

2 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

2 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

3 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

3 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

4 hours ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

4 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

4 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘লাইফ অৱ পাই’, নাওৰ পৰাই জঁপিয়ালে ঢেকীয়াপতীয়া বাঘে, চাওক ভিডিঅ’

editor by editor
April 18, 2022
in বিবিধ, ভাৰত
0
‘লাইফ অৱ পাই’, নাওৰ পৰাই জঁপিয়ালে ঢেকীয়াপতীয়া বাঘে, চাওক ভিডিঅ’
0
SHARES
277
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইন্টাৰনেটৰ পৃথিৱীয়ে আমাৰ বাবে এনে কিছুমান দৃশ্যক জীৱন্ত কৰি ধৰি ৰাখে যিবোৰ দৃশ্য ইন্টাৰনেট আৰু সামাজিক মাধ্যমৰ অবিহনে আমি মানৱ জাতিয়ে কল্পনাই কৰিব নোৱাৰো৷

আমি নিজে প্ৰত্যক্ষভাৱে নেদেখা এনে বহু দৃশ্য আমি সামাজিক মাধ্যমৰ যোগেদিয়েই হাতৰ টিপতে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছো৷

অতি শেহতীয়াকৈ সামাজিক মাধ্যম টুইটাৰত তেনে ভিডিঅ’ ভাইৰেল হৈছে৷ যিটো ভিডিঅ’ৱে ভাইৰেল হোৱাৰ লগে লগে এটা দিনৰ ভিতৰতে প্ৰায় ১ লাখ লোকে দৰ্শন কৰিছে৷

লগতে পঢ়ক অবিশ্বাস্য! ৭১ হাজাৰ টকীয়া এক্টিভাৰ স্কুটিৰ বাবে ১৫.৪ লাখ মূল্যৰ ফেন্সি নম্বৰ ক্ৰয়!

টুইটাৰত এই ভিডিঅ’টো ভাইৰেল কৰিছে ভাৰতীয় এগৰাকী বন বিষয়া প্ৰৱীণ কাছৱানে৷ বন বিষয়া প্ৰৱীণ কাছৱানে নিজৰ টুইটাৰ হেণ্ডলত ভিভিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে ‘‘যদিও বাঘটোৱে জঁপিয়াইছে৷ এইটো বাঘ উদ্ধাৰ কৰি সুন্দৰবনত এৰি দিয়া এটা পুৰণি ভিডিঅ’৷’’

That tiger sized jump though. Old video of rescue & release of tiger from Sundarbans. pic.twitter.com/u6ls2NW7H3

— Parveen Kaswan, IFS (@ParveenKaswan) April 17, 2022

ভাৰতীয় বন বিষয়াগৰাকীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে সামাজিক মাধ্যম টুইটাৰত যথেষ্ট চৰ্চা লাভ কৰিছে৷ প্ৰায় ১ লাখ লোকে দৰ্শন কৰা ভিঢিঅ’টো প্ৰায় ৫ হাজাৰ লোকে লাইক কৰা দেখা গৈছে৷ ইয়াৰ মাজতে বহু লোকে কমণ্ট কৰাও পৰিলক্ষিত হৈছে৷

মিত্ৰ যোশী নামৰ এজন লোকে কমেণ্টত কৈছে, ‘‘লাইফ পাইলৈ মনত পেলাই দিলে৷’’ আন এজনে লিখিছে, ‘‘শব্দটো…সাতোঁৰটো… ৱাউ৷’’

লগতে পঢ়ক ব্ৰিটিছৰ সোণৰ কণি পৰা হাঁহ কেজিএফৰ অকথিত কাহিনীৰ কিয়দংশ!

উল্লেখ্য যে ভিডিঅ’টোত দেখা গৈছে যে বেংগল টাইগাৰ খ্যাত বাঘটোৱে নাওৰপৰা নদীত জঁপিয়াই সাতুৰি নদীৰ পাৰত উঠিছে আৰু পিছলৈ এবাৰো নোচোৱাকৈ পাৰত উঠি চিধাই দৌৰি দৌৰি অৰণ্যৰ মাজলৈ সোমাই গৈছে৷

ফেব্ৰুৱাৰী মাহত, একেজন আইএফএছ বিষয়াই টুইটাৰত এনে ধৰণৰ আন এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল৷ উক্ত ভিডিঅ’টো এটা ক’লা ভালুক উদ্ধাৰ আৰু মুকলি কৰি দিয়াৰ দৃশ্য দেখা গৈছিল। বিষয়াগৰাকীয়ে ভিডিঅ’টোৰ শ্বেয়াৰ কৰি লিখিছিল, ‘‘এনেকুৱা স্বাধীনতা কিমান যে ভাল লাগে!! হিমালয়ৰ এটা ক’লা ভালুক এঠাইত আৱদ্ধ হৈ আছিল। আমাৰ দলটোৱে পুৱাৰ পৰা অভিযান আৰম্ভ কৰি উদ্ধাৰ কৰিছিল। মানুহৰ লগতে আৰু জন্তুটোৰো কোনো আঘাত নোহোৱাকৈ উদ্ধাৰ কাৰ্য সফল হৈছিল।’’

বিষয়াজনৰ উক্ত ভিডিঅ’টোও সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছিল আৰু বহুলোকে তেওঁলোকৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছিল৷ সাধাৰণতে বন্যপ্ৰাণী সম্পৰ্কীয় যিকোনো ভিডিঅ’ৱে সামাজিক মাধ্যমত ভাইৰেল হ’লে যথেষ্ট জনপ্ৰিয়তা লাভ কৰা দেখা যায়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRoyal Bengal TigerSundarbanwild life
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?
জীৱনশৈলী

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

March 28, 2026
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

March 28, 2026
Next Post
৫০ টকীয়া পুৰণি নোটেৰে কেনেকৈ লাখপতি হ’ব পাৰি? চাওক এই প্ৰতিবেদন…

৫০ টকীয়া পুৰণি নোটেৰে কেনেকৈ লাখপতি হ’ব পাৰি? চাওক এই প্ৰতিবেদন...

প্ৰকৃত সোণ-ৰূপৰ ফুলেৰে আলিয়াৰ বিয়াৰ পোছাক কোনে প্ৰস্তুত কৰিছিল?

প্ৰকৃত সোণ-ৰূপৰ ফুলেৰে আলিয়াৰ বিয়াৰ পোছাক কোনে প্ৰস্তুত কৰিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.